• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বয়স মাত্ৰ ১৬ বছৰ! ইণ্টাৰনেট চাঞ্চল্য-অভিনেত্ৰী কাইলিয়া প’ছীৰ কৰুণ মৃত্যু!

বয়স মাত্ৰ ১৬ বছৰ! ইণ্টাৰনেট চাঞ্চল্য-অভিনেত্ৰী কাইলিয়া প’ছীৰ কৰুণ মৃত্যু!

4 years ago
গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

14 minutes ago
শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

48 minutes ago
চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

2 hours ago
সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

2 hours ago
হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

3 hours ago
চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

4 hours ago
‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

5 hours ago
দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা

দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা

5 hours ago
Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

8 hours ago
Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

8 hours ago
SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

8 hours ago
আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

বয়স মাত্ৰ ১৬ বছৰ! ইণ্টাৰনেট চাঞ্চল্য-অভিনেত্ৰী কাইলিয়া প’ছীৰ কৰুণ মৃত্যু!

editor by editor
May 4, 2022
in চিনেমা, বিশ্ব
0
বয়স মাত্ৰ ১৬ বছৰ! ইণ্টাৰনেট চাঞ্চল্য-অভিনেত্ৰী কাইলিয়া প’ছীৰ কৰুণ মৃত্যু!
0
SHARES
176
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইণ্টাৰনেটৰ চাঞ্চল্য তথা অভিনেত্ৰী কাইলিয়া প’ছীৰ মৃত্যু হৈছে৷ মাত্ৰ ১৬ বছৰ বয়সতে ৱাশ্বিংটনত মোহময়ী অভিনেত্ৰীগৰাকীৰ মৃত্যু হৈছে৷ এই কৰুণ আৰু দুখজনক খবৰটো শ্বেয়াৰ কৰিছে কাইলিয়া মাতৃ মাক্ৰী প’ছী গেটাৰমেনে৷

সামাজিক মাধ্যমত শ্বেয়াৰ কৰা এটা পোষ্টত মাতৃ মাক্ৰীয়ে কয় যে আমাৰ অতি ধুনীয়া বেবী ছোৱালীজনীয়ে আমাক এৰি গুচি গ’ল৷

লগতে পঢ়ক কুকুৰেৰে এবাৰ যৌন সম্ভোগত ১৭ লাখ টকা! ১৪ বছৰ কাৰাবাস ঘোষণা আৰক্ষীৰ 

‘‘মোৰ প্ৰকাশ কৰিবলৈ কোনো ভাষা নাই৷ ধুনীয়া কণমানি ছোৱালীজনী গুচি গ’ল৷ কাইলিয়াক হেৰুওৱাই শোক প্ৰকাশ কৰিবলৈ আমাক সময় দিয়ক৷’’ মাতৃ মাক্ৰীয়ে ফেইচবুকত এইদৰে লিখিছে৷

মাৰ্কিন সংবাদ পত্ৰত প্ৰকাশিত খবৰ মতে বুধবাৰে ৱাশ্বিংটনৰ বিৰ্খ বে’ ষ্টেট পাৰ্কত কাইলিয়াৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে৷ তেওঁৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই৷

লগতে পঢ়ক ‘সংকটত ভাৰতৰ মুছলমান সমাজ’, ঈদৰ দিনাই বিধায়ক অখিল গগৈৰ মন্তব্য

উল্লেখ্য যে ২০১২ চনত মাত্ৰ ৫ বছৰ বয়সতে ‘ট’ড্ডলাৰ্ছ এণ্ড টিয়াৰাছ’ অভিনয় কৰি কাইলিয়া সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ পৰিছিল৷ ইয়াৰ পিছতে তেওঁৰ হাঁহিমুখীয়া মুখখন বিশ্বৰ সামাজিক মাধ্যমৰ GIFৰ মধ্যমণি হৈ পৰে৷

অতি কম বয়সতে বহুমুখী প্ৰতিভাৰ স্বাক্ষৰ দিয়া কাইলিয়াই বাণিজ্যিক পাইলট হোৱাৰ আশাৰে এভিয়েচন স্কুলত অধ্যয়ন কৰি আছিল৷ কাইলিয়াই কিছুদিন পূৰ্বে মিছ টিন ৱাশ্বিংটন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিজয়ী হৈছিল৷

মাত্ৰ ১৬ বছৰ বয়সতে অভিনেত্ৰী কাইলিয়া প’ছীৰ মৃত্যুৰ খবৰে ইণ্টাৰনেটৰ পৃথিৱীত শোকৰ বন্যা বোৱাইছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamKailia PoseyTLCToddlers & Tiaras
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ
বিজ্ঞান

চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

October 14, 2026
‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য
ভাৰত

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

October 14, 2026
দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা
ভাৰত

দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা

October 14, 2026
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী
বিশ্ব

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

October 14, 2026
Next Post
Twitter ব্যৱহাৰ কৰিবলৈ ভৰিব লাগিব ধন! কিহৰ ইংগিত দিলে এলন মাস্ক-এ

Twitter ব্যৱহাৰ কৰিবলৈ ভৰিব লাগিব ধন! কিহৰ ইংগিত দিলে এলন মাস্ক-এ

‘মোৰ ব্ৰা’কলৈ লৈ মানুহৰ ইমান মূৰৰ বিষ কিয়?’ ধৰ্ষণৰ ভাবুকি পাই অগ্নিবৰ্ষী উৰ্ফি

‘মোৰ ব্ৰা’কলৈ লৈ মানুহৰ ইমান মূৰৰ বিষ কিয়?’ ধৰ্ষণৰ ভাবুকি পাই অগ্নিবৰ্ষী উৰ্ফি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.