• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Twitter ব্যৱহাৰ কৰিবলৈ ভৰিব লাগিব ধন! কিহৰ ইংগিত দিলে এলন মাস্ক-এ

Twitter ব্যৱহাৰ কৰিবলৈ ভৰিব লাগিব ধন! কিহৰ ইংগিত দিলে এলন মাস্ক-এ

4 years ago
প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?

প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?

15 minutes ago
প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম

প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম

47 minutes ago
অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

1 hour ago
১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

2 hours ago
মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা

মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা

3 hours ago
ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?

ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?

4 hours ago
শুই থাকোঁতে মুখৰ পৰা লেলাৱতি ওলাই নেকি? জানক এয়া কিহৰ সংকেত?

শুই থাকোঁতে মুখৰ পৰা লেলাৱতি ওলাই নেকি? জানক এয়া কিহৰ সংকেত?

5 hours ago
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

6 hours ago
প্ৰেমিকক দিবলৈ হ’বলগীয়া স্বামীৰ পৰা ১ কোটি টকা লৈছিল ছিয়াই!

প্ৰেমিকক দিবলৈ হ’বলগীয়া স্বামীৰ পৰা ১ কোটি টকা লৈছিল ছিয়াই!

7 hours ago
দাঁতৰ মাজত ফাঁক আছে নেকি?এয়া শুভ নে অশুভ সংকেত জানক

দাঁতৰ মাজত ফাঁক আছে নেকি?এয়া শুভ নে অশুভ সংকেত জানক

8 hours ago
স্মৃতি নে পৰ্যটনৰ উন্মাদনা? কেতনৰ মৃত্যুৰ পিছত লোহাগড় দুৰ্গৰ ‘ছিয়া পইণ্ট’ত চেলফিৰ জোৱাৰ

স্মৃতি নে পৰ্যটনৰ উন্মাদনা? কেতনৰ মৃত্যুৰ পিছত লোহাগড় দুৰ্গৰ ‘ছিয়া পইণ্ট’ত চেলফিৰ জোৱাৰ

9 hours ago
ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে নহ’ব চিন্তিত, ঘৰুৱা সহজ পদ্ধতিৰে কৰক ঠিক

ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে নহ’ব চিন্তিত, ঘৰুৱা সহজ পদ্ধতিৰে কৰক ঠিক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

Twitter ব্যৱহাৰ কৰিবলৈ ভৰিব লাগিব ধন! কিহৰ ইংগিত দিলে এলন মাস্ক-এ

editor by editor
May 4, 2022
in প্ৰযুক্তি, বাণিজ্য, বিশ্ব
0
Twitter ব্যৱহাৰ কৰিবলৈ ভৰিব লাগিব ধন! কিহৰ ইংগিত দিলে এলন মাস্ক-এ
0
SHARES
89
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সামাজিক মাধ্যমৰ জনপ্ৰিয় আৰু গুৰুত্বপূৰ্ণ প্লেটফৰ্ম টুইটাৰ ব্যৱহাৰ কৰিবলৈ হয়তো এতিয়াৰ পৰা ধন ভৰিব লাগিব! এই ইংগিত দিছে টুইটাৰৰ নতুন গৰাকী তথা বিশ্বৰ আটাইতকৈ ধনাঢ্য ব্যক্তি এলন মাস্কে৷

টুইটাৰ ক্ৰয় কৰাৰ পিছতে এলন মাস্কে টুইটাৰত কিছুমান নতুন নীতি-নিয়ম বলৱৎ কৰা হ’ব বুলি যোৱা মাহতে সদৰী কৰিছিল৷ যোৱা মাহত মাস্কে প্ৰকাশ কৰা মতে টুইটাৰত বিভিন্ন নতুন ফিছাৰ যোগ দিয়া হ’ব৷

লগতে পঢ়ক কেন্দ্ৰীয় মন্ত্ৰী তেলীৰ ভাষণৰ মাজতে চলিল প’ৰ্ণ ক্লীপ! কোনে সংঘটিত কৰিলে এই কাণ্ড?

ইয়াৰ পিছতে এলন মাস্কে টুইট কৰি জনাইছে যে ভৱিষ্যতে টুইটাৰ ব্যৱহাৰ কৰিবলৈ ব্যৱহাৰকাৰীয়ে হয়তো সামান্য পৰিমাণৰ ধন পৰিশোধ কৰিব লগা হ’ব পাৰে৷

অৱশ্যে মাস্কে এইটোও নিশ্চিত কৰিছে যে ব্যক্তিগত অৰ্থাৎ নৈমিত্তিক টুইটাৰ ব্যৱহাৰকাৰীসকলৰ বাবে এই মাচুল ধাৰ্য কৰা নহয়৷ কেৱল ব্যৱসায়িক আৰু চৰকাৰী ব্যৱহাৰকাৰীসকলৰ বাবেহে এই মাচুল ধাৰ্য কৰা হ’ব পাৰে৷

Twitter will always be free for casual users, but maybe a slight cost for commercial/government users

— Elon Musk (@elonmusk) May 3, 2022

‘‘সাধাৰণ ব্যৱহাৰকাৰীসকলৰ বাবে টুইটাৰ সদায় বিনামূলীয়া হৈ থাকিলেও, বাণিজ্যিক/চৰকাৰী ব্যৱহাৰকাৰীসকলে সামান্য পৰিমাণৰ মাচুল ভৰিব লগা হ’ব পাৰে৷’’ টুইট কৰি এলন মাস্কে কয়৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamelon musktwitter
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?
জীৱনশৈলী

প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?

June 30, 2026
মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা
বিবিধ

মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা

June 30, 2026
ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?
বিশ্ব

ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?

June 30, 2026
বাংলাদেশ-পাকিস্তানৰ বাঢ়িছে ঘনিষ্ঠতা, ভাৰতৰ বাবে এয়া চিন্তাৰ বিষয় নেকি?
ৰাজনীতি

বাংলাদেশ-পাকিস্তানৰ বাঢ়িছে ঘনিষ্ঠতা, ভাৰতৰ বাবে এয়া চিন্তাৰ বিষয় নেকি?

June 29, 2026
Next Post
‘মোৰ ব্ৰা’কলৈ লৈ মানুহৰ ইমান মূৰৰ বিষ কিয়?’ ধৰ্ষণৰ ভাবুকি পাই অগ্নিবৰ্ষী উৰ্ফি

‘মোৰ ব্ৰা’কলৈ লৈ মানুহৰ ইমান মূৰৰ বিষ কিয়?’ ধৰ্ষণৰ ভাবুকি পাই অগ্নিবৰ্ষী উৰ্ফি

সুৰাত মগন নিচাগ্ৰস্ত চালক; ঘণ্টা ঘণ্টা ধৰি ৰৈ থাকিল যাত্ৰীবাহী ৰে’ল, ক’ত?

সুৰাত মগন নিচাগ্ৰস্ত চালক; ঘণ্টা ঘণ্টা ধৰি ৰৈ থাকিল যাত্ৰীবাহী ৰে’ল, ক’ত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.