• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিল্পীৰ মৃত্যু নহয়! কায়িক বিদায় অভিনেতা নিপন গোস্বামীৰ…

শিল্পীৰ মৃত্যু নহয়! কায়িক বিদায় অভিনেতা নিপন গোস্বামীৰ…

3 years ago
Gen-Z প্ৰাৰ্থীৰূপে পৰিচিত কুনকী চৌধুৰীয়ে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ, জনতাক উদ্দেশ্যি কি কৈছে কুনকীয়ে?

Gen-Z প্ৰাৰ্থীৰূপে পৰিচিত কুনকী চৌধুৰীয়ে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ, জনতাক উদ্দেশ্যি কি কৈছে কুনকীয়ে?

9 minutes ago
শিৱ যোগৰ সুফল পাব ৫ৰাশিয়ে, বৃহস্পতিবাৰে হাতলৈ আহিব বহুদিনৰ পাবলগীয়া ধন

শিৱ যোগৰ সুফল পাব ৫ৰাশিয়ে, বৃহস্পতিবাৰে হাতলৈ আহিব বহুদিনৰ পাবলগীয়া ধন

38 minutes ago
লেবাননত ইজৰায়েলি আক্ৰমণ, আকৌ বন্ধ হৰমুজ প্ৰণালী, কি কৈছে আমেৰিকাই?

লেবাননত ইজৰায়েলি আক্ৰমণ, আকৌ বন্ধ হৰমুজ প্ৰণালী, কি কৈছে আমেৰিকাই?

58 minutes ago
ভোট দিবলৈ কি কি নথি লগত নিব? ঘৰতে থৈ যাওক আপোনাৰ মোবাইল, ভোট দিবলৈ যোৱাৰ পূৰ্বেই জানি থওক সবিশেষ

ভোট দিবলৈ কি কি নথি লগত নিব? ঘৰতে থৈ যাওক আপোনাৰ মোবাইল, ভোট দিবলৈ যোৱাৰ পূৰ্বেই জানি থওক সবিশেষ

2 hours ago
আজি EVMত বন্দী হ’ব ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য, ৰাজ্যৰ ২,৫০,৫৪,৪৬৩ গৰাকী ভোটাৰে কৰিব ভোটদান

আজি EVMত বন্দী হ’ব ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য, ৰাজ্যৰ ২,৫০,৫৪,৪৬৩ গৰাকী ভোটাৰে কৰিব ভোটদান

2 hours ago
তৰমুজ খোৱাৰ পূৰ্বে সাৱধান! নহ’লে ভয়ংকৰ পৰিণাম ভুগিব আপুনি!

তৰমুজ খোৱাৰ পূৰ্বে সাৱধান! নহ’লে ভয়ংকৰ পৰিণাম ভুগিব আপুনি!

9 hours ago
ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ পূৰ্বে নেপেলাব এইবোৰ বস্তু, দুৰ্ভাগ্যই আগুৰি ধৰিব!

ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ পূৰ্বে নেপেলাব এইবোৰ বস্তু, দুৰ্ভাগ্যই আগুৰি ধৰিব!

9 hours ago
ঘৰৰ এটি কোণে আপোনাক কৰিব মালামাল, মাথোঁ অনুসৰণ কৰক এই নিয়ম

ঘৰৰ এটি কোণে আপোনাক কৰিব মালামাল, মাথোঁ অনুসৰণ কৰক এই নিয়ম

10 hours ago
মুখৰ অত্যাধিক দুৰ্গন্ধ… কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি?

মুখৰ অত্যাধিক দুৰ্গন্ধ… কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি?

11 hours ago
সপ্তাহৰ কোনটো বাৰে চুলি ধোৱা উচিত? নকৰিব ভুল!

সপ্তাহৰ কোনটো বাৰে চুলি ধোৱা উচিত? নকৰিব ভুল!

12 hours ago
আধুনিক ৰাজনীতিৰ ৰজা কোন? কোনে কেনেদৰে চলালে ডিজিটেল যুদ্ধ, কাৰ নেৰেটিভ সফল কাৰ বিফল?

আধুনিক ৰাজনীতিৰ ৰজা কোন? কোনে কেনেদৰে চলালে ডিজিটেল যুদ্ধ, কাৰ নেৰেটিভ সফল কাৰ বিফল?

12 hours ago
বেংকত ওলাইছে চাকৰি, ক’ত, কেনেকৈ আবেদন কৰিব জানক…

বেংকত ওলাইছে চাকৰি, ক’ত, কেনেকৈ আবেদন কৰিব জানক…

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

শিল্পীৰ মৃত্যু নহয়! কায়িক বিদায় অভিনেতা নিপন গোস্বামীৰ…

editor by editor
October 27, 2022
in অসম, গুৱাহাটী, জীৱনশৈলী
0
শিল্পীৰ মৃত্যু নহয়! কায়িক বিদায় অভিনেতা নিপন গোস্বামীৰ…
0
SHARES
400
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মৃত্যু জীৱনৰ নিৰ্মম সত্য। অসমীয়া ছবিজগতৰ অন্য এক তাৰকা বিশিষ্ট অভিনেতা নিপন গোস্বামী আৰু নাই। বৃহস্পতিবাৰে পুৱা ৯ বাজি ১৫ মিনিটত গুৱাহাটীস্থিত নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছে অভিনেতাগৰাকীয়ে। মৃত্যুৰ সময়ত অভিনেতাগৰাকীৰ বয়স হৈছিল ৮০ বছৰ।

বিশিষ্ট অভিনেতাগৰাকীৰ শেষকৃত্য ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ’ব। লগতে অভিনেতাগৰাকীৰ চিকিৎসাৰ সমূহ খৰচ চৰকাৰেই বহন কৰিব। নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘালে ব্যক্ত কৰিছে এই কথা। বিগত কিছুদিন ধৰি নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল ব্যক্তিগৰাকী। দুদিন পূৰ্বে স্বাস্থ্য কিছু সুস্থিৰ হৈছিল যদিও আজি পুৱাৰভাগতে শেষনিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে।

ইপিনে অভিনেতাগৰাকীৰ মৃত্যুত ভাঙি পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও। বিভিন্ন ছবিৰ মাজতে ককা দেউতা নাতি আৰু হাতী ছবিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো এটি শিশু চৰিত্ৰত অভিনয় কৰিছিল। অভিনেতাগৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰীগৰাকীয়ে শোক প্ৰকাশ কৰি লিখিছে,’অসমীয়া ছবি জগতৰ চিৰসেউজ অভিনেতা নিপন গোস্বামীদেৱেৰ পৰলোক গমনৰ বাতৰি পাই মই ব্যথিত হৈ পৰিছোঁ৷ শৈশৱতে ‘ককাদেউতা নাতি আৰু হাতী’ নামৰ চলচ্চিত্ৰখনত অভিনয় কৰাৰ সময়তে অসমৰ অন্যতম শ্ৰেষ্ঠ অভিনেতাগৰাকীৰ মই সান্নিধ্য লাভ কৰি ধন্য হৈছিলোঁ৷ বহুকেইখন অসমীয়া চিনেমাত অতি হৃদয়স্পৰ্শী, মননশীল চৰিত্ৰত অভিনয় কৰা গোস্বামীদেৱৰ সাংস্কৃতিক জগতলৈ অৱদান অসমীয়া জাতিয়ে কোনোদিনে পাহৰিব নোৱাৰিব৷ এই দুখৰ মুহূৰ্তত বৰেণ্য অভিনেতাগৰাকীৰ বিদেহ আত্মাৰ মই চিৰশান্তি কামনাৰ অৰ্থে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24Best Assamese News Channelbest news channel in assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Gen-Z প্ৰাৰ্থীৰূপে পৰিচিত কুনকী চৌধুৰীয়ে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ, জনতাক উদ্দেশ্যি কি কৈছে কুনকীয়ে?
অসম

Gen-Z প্ৰাৰ্থীৰূপে পৰিচিত কুনকী চৌধুৰীয়ে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ, জনতাক উদ্দেশ্যি কি কৈছে কুনকীয়ে?

April 9, 2026
শিৱ যোগৰ সুফল পাব ৫ৰাশিয়ে, বৃহস্পতিবাৰে হাতলৈ আহিব বহুদিনৰ পাবলগীয়া ধন
জীৱনশৈলী

শিৱ যোগৰ সুফল পাব ৫ৰাশিয়ে, বৃহস্পতিবাৰে হাতলৈ আহিব বহুদিনৰ পাবলগীয়া ধন

April 9, 2026
লেবাননত ইজৰায়েলি আক্ৰমণ, আকৌ বন্ধ হৰমুজ প্ৰণালী, কি কৈছে আমেৰিকাই?
জীৱনশৈলী

লেবাননত ইজৰায়েলি আক্ৰমণ, আকৌ বন্ধ হৰমুজ প্ৰণালী, কি কৈছে আমেৰিকাই?

April 9, 2026
ভোট দিবলৈ কি কি নথি লগত নিব? ঘৰতে থৈ যাওক আপোনাৰ মোবাইল, ভোট দিবলৈ যোৱাৰ পূৰ্বেই জানি থওক সবিশেষ
অসম

ভোট দিবলৈ কি কি নথি লগত নিব? ঘৰতে থৈ যাওক আপোনাৰ মোবাইল, ভোট দিবলৈ যোৱাৰ পূৰ্বেই জানি থওক সবিশেষ

April 9, 2026
Next Post
সোঁৱৰিলে সেই সময়! অভিনেতাগৰাকীৰ মৃত্যু শোক প্ৰকাশ কৰিবলৈ গৈ মুখ্যমন্ত্ৰীয়ে ক’লে বিশেষ কথা…

সোঁৱৰিলে সেই সময়! অভিনেতাগৰাকীৰ মৃত্যু শোক প্ৰকাশ কৰিবলৈ গৈ মুখ্যমন্ত্ৰীয়ে ক’লে বিশেষ কথা...

৫৭ বছৰীয়া অভিনয় যাত্ৰা! ১০০-ৰো অধিক চিনেমা, তাৰপাছতো নিপন গোস্বামীৰ কিয় প্ৰিয় আছিল মঞ্চ?

৫৭ বছৰীয়া অভিনয় যাত্ৰা! ১০০-ৰো অধিক চিনেমা, তাৰপাছতো নিপন গোস্বামীৰ কিয় প্ৰিয় আছিল মঞ্চ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.