• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সীমান্তত সিদ্ধু মুছৱালাৰ গীতত চিৰ বৈৰী ভাৰত আৰু পাকিস্তানৰ সেনাৰ নৃত্য, ভাইৰেল হ’ল ভিডিঅ’

সীমান্তত সিদ্ধু মুছৱালাৰ গীতত চিৰ বৈৰী ভাৰত আৰু পাকিস্তানৰ সেনাৰ নৃত্য, ভাইৰেল হ’ল ভিডিঅ’

4 years ago
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

5 hours ago
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

5 hours ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

6 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

7 hours ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

7 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

8 hours ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

8 hours ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

10 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

10 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

11 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

12 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

সীমান্তত সিদ্ধু মুছৱালাৰ গীতত চিৰ বৈৰী ভাৰত আৰু পাকিস্তানৰ সেনাৰ নৃত্য, ভাইৰেল হ’ল ভিডিঅ’

editor by editor
August 27, 2022
in বিশ্ব, ভাৰত
0
সীমান্তত সিদ্ধু মুছৱালাৰ গীতত চিৰ বৈৰী ভাৰত আৰু পাকিস্তানৰ সেনাৰ নৃত্য, ভাইৰেল হ’ল ভিডিঅ’
0
SHARES
388
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যিকোনা ক্ষেত্ৰতেই নহওক ভাৰত আৰু পাকিস্তান সদায়ে চৰি বৈৰী৷ সেয়া লাগে সেয়া ৰাজনীতিয়েই হওক বা ক্ৰীড়াক্ষেত্ৰতেই হওক৷ অৱশ্যেই ক্ৰীড়াক্ষেত্ৰত দুয়ো দেশে সদায়ে ক্ৰীড়াসূলভ মানসিকা বৰ্তাই আহিছে৷

কিন্তু ৰাজনীতিৰ ক্ষেত্ৰত দুই ৰাষ্ট্ৰৰ শত্ৰুতা প্ৰায়ে চূড়ান্ত পৰ্যায়ত উপণীত হোৱা দেখা যায়৷ এই ৰাজনীতিৰ বাবেই ভাৰত আৰু পাকিস্তান দুয়ো দেশে একাধিক যুদ্ধতো অৱতীৰ্ণ হৈছে৷

সীমান্তত দুয়ো দেশৰ সেনা মাজতো প্ৰায়ে সংঘৰ্ষ হৈ থকাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ হৈ থাকে৷ সীমান্তত দুয়ো দেশৰ সেনাৰ মাজতো সদায়ে যুদ্ধংদেহি মনোভাৱ সক্ৰিয় হৈ থাকে৷ প্ৰতিপক্ষ হিচাপে সাজু হৈ থাকে দুয়ো দেশৰ সেনাৰ মাৰণাস্ত্ৰ!

লগতে পঢ়ক বীভৎস! পৰকীয়া প্ৰেমৰ সন্দেহ! শুই থাকোতে স্বামীৰ গুপ্তাংগত উতলা পানী ঢালিলে পত্নীয়ে

কিন্তু এনে এক পৰিৱেশৰ মাজতো দুয়ো দেশৰ সেনাৰ এটা ভাইৰেল ভিডিঅ’ৱে সামাজিক মাধ্যমত ভাইৰেল হৈছে৷ যিটো ভিডিঅ’ৱে দুয়ো দেশৰ সেনাৰ মাজতেই নহয়, দুয়োখন দেশৰ সাধাৰণ নাগৰিকৰ মাজতো ব্যাপকভাৱে চৰ্চা লাভ কৰিছে৷

ভাইৰেল হোৱা ভিডিঅ’টো হৈছে ভাৰত আৰু পাকিস্তানৰ সীমান্ত নিয়ন্ত্ৰণ ৰেখাত কৰ্মৰত দুই দেশৰ সেনা জোৱানক৷ ভিডিঅ’টোত কিছুদিন পূৰ্বে আততায়ীৰ গুলীত নিহত হোৱা পাঞ্জাৱী গায়ক সিদ্ধু মুছৱালাৰ জনপ্ৰিয় ‘বাম্বিহা বলে’ গীতত ভাৰতীয় সেনা জোৱানে নৃত্য কৰিছে৷ মুছৱালাৰ গীতত ভাৰতীয় সেনাক নৃত্য কৰি থকা সীমান্ত সিপাৰৰ পৰা পাকিস্তানী সেনাইও হাত জোকাৰি নৃত্য কৰা দেখা গৈছে৷ অৰ্থাৎ ভিডিঅ’টোৱে দুয়ো দেশৰ সেনা জোৱানৰ মাজত পাৰস্পৰিক ভাতৃত্ববোধক প্ৰতিফলন ঘটাইছে৷

Indian and Pakistani soldiers are dancing and waving at the Line of Control (LoC) with the Sidhu Moosewala’s song! Problem is not with the people, problem is with politics. pic.twitter.com/mzwC90lpbS

— Ashok Swain (@ashoswai) August 26, 2022

লগতে পঢ়ক হোষ্টেলত প্ৰৱেশ কৰি তিনি ছাত্ৰীক যৌন উৎপীড়ন, তিনি অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

এই ভিডিঅ’টো দিল্লীৰ বিশেষ আৰক্ষী আয়ুক্ত হৰগোবিন্দৰ সিং ধলিৱাল বৃহস্পতিবাৰে টুইটাৰত পোষ্ট কৰাৰ পিছতে ভাইৰেল হৈ পৰে।

শ্বেয়াৰ কৰাৰ কিছু সময়ৰ পিছতে শীৰ্ষ আৰক্ষীগৰাকীৰ এই ভিডিঅ’টো হাজাৰৰো অধিক ৰিটুইট কৰা হৈছে৷ প্ৰখ্যাত শান্তি আৰু সংঘাত গৱেষক অশোক শ্বোৱাইনে ৰিটুইট কৰিছে৷

‘‘সিদ্ধু মুছৱালাৰ গানেৰে ভাৰতীয় আৰু পাকিস্তানী সৈন্যই লাইন অৱ কণ্ট্ৰ’ল (এল অ’ চি)ত নৃত্য কৰি হাত জোকাৰি আছে! সমস্যা জনসাধাৰণৰ নহয়, সমস্যা ৰাজনীতিৰ।’’ আন্তঃৰাষ্ট্ৰীয় জল সহযোগিতা সম্পৰ্কীয় ইউনেস্ক’ৰ অধ্যক্ষগৰাকীয়ে এইদৰে এটা পোষ্টও কৰে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assamindian armyLoCPakistan ArmySidhu Moose Wala
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?
জীৱনশৈলী

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

April 10, 2026
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

April 10, 2026
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!
জীৱনশৈলী

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

April 10, 2026
Next Post
পুনৰ ইতিহাস সৃষ্টি গ’ল্ডেন বয় নীৰজ চোপ্ৰাৰ, ডাইমণ্ড লিগ মীটৰ খিতাপ দখল নীৰজৰ

পুনৰ ইতিহাস সৃষ্টি গ’ল্ডেন বয় নীৰজ চোপ্ৰাৰ, ডাইমণ্ড লিগ মীটৰ খিতাপ দখল নীৰজৰ

NATOত জাল পেলাইছিল ৰহস্যময়ী ৰুছ সুন্দৰীয়ে, কোন এই ৰহস্যময়ী ৰুছ সুন্দৰী? কেনেকৈ পেলাইছিল জাল?

NATOত জাল পেলাইছিল ৰহস্যময়ী ৰুছ সুন্দৰীয়ে, কোন এই ৰহস্যময়ী ৰুছ সুন্দৰী? কেনেকৈ পেলাইছিল জাল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.