• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বীভৎস! পৰকীয়া প্ৰেমৰ সন্দেহ! শুই থাকোতে স্বামীৰ গুপ্তাংগত উতলা পানী ঢালিলে পত্নীয়ে

বীভৎস! পৰকীয়া প্ৰেমৰ সন্দেহ! শুই থাকোতে স্বামীৰ গুপ্তাংগত উতলা পানী ঢালিলে পত্নীয়ে

4 years ago
এইবাৰ চীনে মহাকাশত সফলতাৰে কৰিলে ধান খেতি

এইবাৰ চীনে মহাকাশত সফলতাৰে কৰিলে ধান খেতি

8 minutes ago
এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!

39 minutes ago
প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?

প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?

1 hour ago
ভাৰতত আঁতৰোৱা হ’ল Youtuber ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’!

ভাৰতত আঁতৰোৱা হ’ল Youtuber ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’!

2 hours ago
অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

3 hours ago
ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

3 hours ago
নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ

নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ

4 hours ago
দৈনিক মাত্ৰ ১৬ টকা খৰচ কৰিয়েই লাভ কৰক লাখ লাখ টকা

দৈনিক মাত্ৰ ১৬ টকা খৰচ কৰিয়েই লাভ কৰক লাখ লাখ টকা

5 hours ago
২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?

২০ মিনিট ধৰি একেৰাহে চুম্বন, কোনেও ভংগ কৰিব পৰা নাই অভিলেখ, কোন এইজন অভিনেতা?

7 hours ago
কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

8 hours ago
অসীম মুনিৰৰ শোৱনি কোঠাও হ’ব প্ৰত্যক্ষ! এই উপগ্ৰহৰে ভাৰতে পাকিস্তানৰ প্ৰতিটো কোণত ৰাখিব নজৰ

অসীম মুনিৰৰ শোৱনি কোঠাও হ’ব প্ৰত্যক্ষ! এই উপগ্ৰহৰে ভাৰতে পাকিস্তানৰ প্ৰতিটো কোণত ৰাখিব নজৰ

8 hours ago
‘ভাৰতত থাকিব খুজিলে কথা মানি চলিব’! Meta ৰ বিৰুদ্ধে কঠোৰ মোদী চৰকাৰে

‘ভাৰতত থাকিব খুজিলে কথা মানি চলিব’! Meta ৰ বিৰুদ্ধে কঠোৰ মোদী চৰকাৰে

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বীভৎস! পৰকীয়া প্ৰেমৰ সন্দেহ! শুই থাকোতে স্বামীৰ গুপ্তাংগত উতলা পানী ঢালিলে পত্নীয়ে

editor by editor
August 26, 2022
in অপৰাধ, ভাৰত
0
বীভৎস! পৰকীয়া প্ৰেমৰ সন্দেহ! শুই থাকোতে স্বামীৰ গুপ্তাংগত উতলা পানী ঢালিলে পত্নীয়ে
0
SHARES
43.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পৰকীয়া প্ৰেমৰ সন্দেহত স্বামীয়ে শুই থকা অৱস্থাত এগৰাকী মহিলাই উতলা পানী ঢালি দিয়াৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে ভুক্তভোগী ৩২ বছৰীয়া যুৱকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এই ঘটনাটোত তামিলনাডুৰ পুডুপাট্টুৰত সংঘটিত হৈছে৷

প্ৰকাশিত খবৰ মতে যুৱকজনৰ নাম থাংগৰাজ। তেওঁ এটা মোবাইল মেনুফেকচাৰিং কোম্পানীৰ ফেক্টৰীত ছুপাৰভাইজাৰ হিচাপে কাম কৰে।

প্ৰকাশিত খবৰ অনুসৰি ৭ বছৰ পূৰ্বে তেওঁ পত্নী প্ৰিয়াৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। দুয়োৰে দুগৰাকী কন্যা সন্তান আছে।

লগতে পঢ়ক ভাবী স্বামীলৈ আপত্তিজনক ফ’টো প্ৰেৰণ প্ৰতিৱেশী যুৱকৰ, আত্মহত্যা এক যুৱতীৰ

অভিযোগ অনুসৰি প্ৰিয়াই থাংগৰাজৰ কাৰ্যালয়টোৰ এগৰাকী মহিলা কৰ্মচাৰীৰ সৈতে বিবাহ বৰ্হিভূত প্ৰেমৰ সম্পৰ্ক থকাৰ সন্দেহ কৰি আহিছিল। শেহতীয়াকৈ এই বিষয়টোক লৈ দম্পতীহালৰ মাজত ডাঙৰ কাজিয়াৰ সূত্ৰপাত হয়।

ঘটনাৰ দিনাও কাজিয়াৰ পাছত ৰাতি থাংগৰাজ শুই পৰিল। কিন্তু পত্নী প্ৰিয়া নিজকে শান্ত কৰিব নোৱাৰি খঙত শুই থকা স্বামীৰ গুপ্তাংগত উতলা গৰম পানী ঢালি দিয়ে। উতলা পানী ঢালি দিয়াৰ লগে লগে স্বামী থাংগৰাজে যন্ত্ৰণাত চিঞৰি উঠিল। তেওঁৰ চিঞৰ শুনি ওচৰ-চুবুৰীয়াই লৰালৰিকৈ তেওঁলোকৰ ওচৰলৈ যায়।

প্ৰতিৱেশীয়ে ততাতৈয়াকৈ তেওঁক ৱালাজপেট চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইফালে ঘটনাৰ সন্দৰ্ভত কাবেৰীপক্কম আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি থাংগৰাজৰ শৰীৰৰ তলৰ অংশ ৫০ শতাংশ জ্বলি গৈছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assamextra marital affair
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!
বিনোদন

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!

August 11, 2026
ভাৰতত আঁতৰোৱা হ’ল Youtuber ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’!
প্ৰযুক্তি

ভাৰতত আঁতৰোৱা হ’ল Youtuber ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’!

August 11, 2026
অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?
বিনোদন

অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

August 11, 2026
ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ
বিনোদন

ধ*ৰ্ষণৰ অভিযোগত IPLৰ দিল্লী কেপিটেলছৰ এইজন ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

August 11, 2026
Next Post
ছাত্ৰীৰে মেচেঞ্জাৰত যৌনগন্ধী বাৰ্তালাপ! নিলম্বিত হ’ল লখিমপুৰ কলেজৰ অধ্যক্ষ বিমান চন্দ্ৰ চেতিয়া

ছাত্ৰীৰে মেচেঞ্জাৰত যৌনগন্ধী বাৰ্তালাপ! নিলম্বিত হ’ল লখিমপুৰ কলেজৰ অধ্যক্ষ বিমান চন্দ্ৰ চেতিয়া

সীমান্তত সিদ্ধু মুছৱালাৰ গীতত চিৰ বৈৰী ভাৰত আৰু পাকিস্তানৰ সেনাৰ নৃত্য, ভাইৰেল হ’ল ভিডিঅ’

সীমান্তত সিদ্ধু মুছৱালাৰ গীতত চিৰ বৈৰী ভাৰত আৰু পাকিস্তানৰ সেনাৰ নৃত্য, ভাইৰেল হ’ল ভিডিঅ’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.