• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
NATOত জাল পেলাইছিল ৰহস্যময়ী ৰুছ সুন্দৰীয়ে, কোন এই ৰহস্যময়ী ৰুছ সুন্দৰী? কেনেকৈ পেলাইছিল জাল?

NATOত জাল পেলাইছিল ৰহস্যময়ী ৰুছ সুন্দৰীয়ে, কোন এই ৰহস্যময়ী ৰুছ সুন্দৰী? কেনেকৈ পেলাইছিল জাল?

4 years ago
দাঁতৰ মাজত ফাঁক আছে নেকি?এয়া শুভ নে অশুভ সংকেত জানক

দাঁতৰ মাজত ফাঁক আছে নেকি?এয়া শুভ নে অশুভ সংকেত জানক

18 minutes ago
স্মৃতি নে পৰ্যটনৰ উন্মাদনা? কেতনৰ মৃত্যুৰ পিছত লোহাগড় দুৰ্গৰ ‘ছিয়া পইণ্ট’ত চেলফিৰ জোৱাৰ

স্মৃতি নে পৰ্যটনৰ উন্মাদনা? কেতনৰ মৃত্যুৰ পিছত লোহাগড় দুৰ্গৰ ‘ছিয়া পইণ্ট’ত চেলফিৰ জোৱাৰ

44 minutes ago
ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে নহ’ব চিন্তিত, ঘৰুৱা সহজ পদ্ধতিৰে কৰক ঠিক

ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে নহ’ব চিন্তিত, ঘৰুৱা সহজ পদ্ধতিৰে কৰক ঠিক

1 hour ago
দুই বন্ধুৰ মাজত সংঘাত! নাৰীয়েই আছিল নেকি অন্যতম কাৰণ?

দুই বন্ধুৰ মাজত সংঘাত! নাৰীয়েই আছিল নেকি অন্যতম কাৰণ?

2 hours ago
স্বামীৰ ওচৰত যাবলৈ অনীহা? এটা হীৰাই ঠিক কৰিব আপোনাৰ সম্পৰ্ক!

স্বামীৰ ওচৰত যাবলৈ অনীহা? এটা হীৰাই ঠিক কৰিব আপোনাৰ সম্পৰ্ক!

2 hours ago
অত্যাধিক ঘামৰ দুৰ্গন্ধ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

অত্যাধিক ঘামৰ দুৰ্গন্ধ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

3 hours ago
Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

দশম উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, জানক কেনেকৈ কৰিব আবেদন

5 hours ago
নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

শীঘ্ৰে মালামাল হ’ব ৪ ৰাশিৰ লোক, হাতলৈ আহিব মাথোঁ ধন!

6 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিয়ে সলনি কৰিলে গতি, ভাগ্য উজলিব ৪ ৰাশিৰ জাতক-জাতিকাৰ!

7 hours ago
আজি সাৱধান হওক ৩ ৰাশিৰ লোক, বিপদ আহিব পাৰে আপোনাৰ জীৱনত!

আজি সাৱধান হওক ৩ ৰাশিৰ লোক, বিপদ আহিব পাৰে আপোনাৰ জীৱনত!

8 hours ago
৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?

৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?

16 hours ago
বাংলাদেশ-পাকিস্তানৰ বাঢ়িছে ঘনিষ্ঠতা, ভাৰতৰ বাবে এয়া চিন্তাৰ বিষয় নেকি?

বাংলাদেশ-পাকিস্তানৰ বাঢ়িছে ঘনিষ্ঠতা, ভাৰতৰ বাবে এয়া চিন্তাৰ বিষয় নেকি?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

NATOত জাল পেলাইছিল ৰহস্যময়ী ৰুছ সুন্দৰীয়ে, কোন এই ৰহস্যময়ী ৰুছ সুন্দৰী? কেনেকৈ পেলাইছিল জাল?

editor by editor
August 27, 2022
in বিশ্ব, ৰাজনীতি
0
NATOত জাল পেলাইছিল ৰহস্যময়ী ৰুছ সুন্দৰীয়ে, কোন এই ৰহস্যময়ী ৰুছ সুন্দৰী? কেনেকৈ পেলাইছিল জাল?
0
SHARES
8.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়াৰ সামৰিক চোৰাংচোৱা সংস্থা জিআৰইউৰ এগৰাকী গোপন তথা ৰহস্যময়ী চোৰাংচোৱাৰ পৰিচয় উদ্ধাৰ কৰা বুলি দাবী কৰিছে তদন্তকাৰীৰ এটা দলে৷ দলটোৱে দাবী কৰা মতে লেটিন আমেৰিকাৰ গহনা ডিজাইনাৰ হিচাপে এটা দশক ধৰি নেপলছত NATOৰ মুখ্য কাৰ্যালয়ৰ সমীপতে গহনাৰ প্ৰতিষ্ঠান স্থাপন কৰি NATOৰ কৰ্মচাৰীৰ বিষয়াৰ সৈতে সঘনাই পাৰ্টি কৰি আহিছিল ৰহস্যময়ী যুৱতীগৰাকীয়ে।

তদন্তকাৰীৰ উদ্ধৃতিৰে দ্য গাৰ্ডিয়ান-এ প্ৰকাশ কৰা মতে, ৰহস্যময়ী চোৰাংচোৱা মহিলাগৰাকীৰ হৈছে মাৰিয়া এডেলা কুহফেল্ট ৰিভেৰা। ৰিভেৰাই নিজকে এজন জাৰ্মান পিতৃ আৰু পেৰুৰ মহিলাৰ সন্তান বুলি পৰিচয় দিছিল। ৰিভেয়াই দিয়া পৰিচয়ৰ মতে তেওঁৰ লেটিন আমেৰিকাৰ পেৰুৰ কালাও চহৰত জন্ম হৈছিল৷

ইটালীৰ লা ৰিপাব্লিকা আৰু জাৰ্মানীৰ ডাৰ স্পিগেলকে ধৰি কেইবাটাও সংবাদ সংস্থাৰ সৈতে অংশীদাৰিত্বৰে বেলিংকেট-এ কৰা অনুসন্ধান অনুসৰি ৰিভেৰাৰ প্ৰকৃততে পেৰুত জন্ম হোৱা নাছিল আৰু তেওঁ জাৰ্মান পিতৃ আৰু পেৰুৱীয়ান মাতৃৰ কন্যা নহয়৷ ৰিভেৰা প্ৰকৃততে ৰাছিয়াৰ এগৰাকী জি আৰ ইউ বিষয়াহে আছিল।

লগতে পঢ়ক সীমান্তত সিদ্ধু মুছৱালাৰ গীতত চিৰ বৈৰী ভাৰত আৰু পাকিস্তানৰ সেনাৰ নৃত্য, ভাইৰেল হ’ল ভিডিঅ’

বেল্লিংকেটত এলিয়ট হিগ্গিনছ আৰু ক্ৰিষ্ট’ গ্ৰ’জেভে দাবী কৰা অনুসৰি এডেলা কুহফেল্ট ৰিভেৰাৰ প্ৰকৃত নাম অ’লেগা ক’লাব’ভা৷ ৰিভেৰাই ২০০৫ চনেৰে পৰা ৰাছিয়াৰ জি আৰ ইউত যোগদান কৰি গুপ্ত চোৰাংচোৱা হিচাপে কাম আৰম্ভ কৰিছিল৷

দাবী কৰা অনুসৰি ৰিভেৰা গুপ্ত চোৰাংচোৱাগিৰি কৰিবলৈ প্ৰশিক্ষণ লাভ কৰিছিল। উল্লেখ্য যে ছোভিয়েট পতনৰ পিছৰে পৰা মস্কোৰ চোৰাংচোৱা সংস্থাসমূহে অবৈধ পদ্ধতি ব্যৱহাৰ কৰি আহিছে। ২০১৩ চনত ৰিভেৰাই এগৰাকী ইটালিয়ান লোকৰ সৈতে বিবাহপাশথ আৱদ্ধ হয় যদিও লোকজন এক পথ দুৰ্ঘটনাত মৃত্যু হয়৷

In July 2012, Maria Adela married a man who she told friends was an Italian, but tragedy struck when he died in Moscow on 13 July 2013 aged 30, the cause of death recorded in the death certificate as “double pneumonia and systemic Lupus”. pic.twitter.com/5Cyr8TYkrR

— Eliot Higgins (@EliotHiggins) August 26, 2022

উল্লেখ্য যে দশক দশক ধৰি নিজৰ ভুৱা পৰিচয়েৰে বিভিন্ন প্ৰতিদ্বন্দ্বী ৰাষ্ট্ৰ আৰু সংস্থাৰ বিৰুদ্ধে চোৰাংচোৱাগিৰি কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে৷

লগতে পঢ়ক ছাত্ৰীৰে মেচেঞ্জাৰত যৌনগন্ধী বাৰ্তালাপ! নিলম্বিত হ’ল লখিমপুৰ কলেজৰ অধ্যক্ষ বিমান চন্দ্ৰ চেতিয়া

ইফালে দ্য গাৰ্ডিয়ানৰ মতে, ৰিভেৰাই ৰোম, মাল্টা আৰু পেৰিছত অবৈধভাৱে বাস কৰি আহিছে। অৱশেষত ২০১৩ চনৰ আশে-পাশে NATOৰ নেপলছৰ মুখ্য কাৰ্যালয়ত বসতি স্থাপন কৰি NATOৰ ওপৰত চোৰাংগিৰি কৰিবলৈ আৰম্ভ কৰে৷ সেই স্থানতে ৰিভেৰাই চেৰেন নামৰ এখন গহনা বুটিক প্ৰতিষ্ঠান স্থাপন কৰি তাতে সামাজিক জীৱন যাপন কৰি আহিছিল।

ৰিভেৰাৰ পৰিচিতসকলৰ মতে ৰিভেৰাই আন্তঃৰাষ্ট্ৰীয় লায়ন্স ক্লাবৰ নেপলছ শাখাত সচিবৰ ভূমিকা পালন কৰি তেওঁ নাটোৰ বহু কৰ্মচাৰী আৰু অন্যান্য মিত্ৰশক্তিৰ সৈতে বন্ধুত্ব কৰিবলৈ সক্ষম হৈছিল।

নাটোৰ এজন কৰ্মচাৰীয়ে তদন্তকাৰীক জনোৱা মতে, ৰিভেৰাৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্কও আছিল। ৰহস্যময়ী ৰিভেৰাই পৰিচয় উদ্ধাৰ কৰাৰ পিছতে মস্কোৱে NATOৰ ওপৰত দীৰ্ঘদিন ধৰি গোপনে চোৰাংচোৱাগিৰি কৰি অহা বুলি ধাৰণা কৰা হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBellingcatbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamNATOrussia
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাংলাদেশ-পাকিস্তানৰ বাঢ়িছে ঘনিষ্ঠতা, ভাৰতৰ বাবে এয়া চিন্তাৰ বিষয় নেকি?
ৰাজনীতি

বাংলাদেশ-পাকিস্তানৰ বাঢ়িছে ঘনিষ্ঠতা, ভাৰতৰ বাবে এয়া চিন্তাৰ বিষয় নেকি?

June 29, 2026
৯ বছৰ বয়সত পেলেই কৰা কি প্ৰতিজ্ঞাই বিশ্ব ফুটবলৰ সিংহাসনত বহুৱাইছিল ব্ৰাজিলক?
বিনোদন

৯ বছৰ বয়সত পেলেই কৰা কি প্ৰতিজ্ঞাই বিশ্ব ফুটবলৰ সিংহাসনত বহুৱাইছিল ব্ৰাজিলক?

June 29, 2026
শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?
ৰাজনীতি

শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

June 27, 2026
১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা
জীৱনশৈলী

১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

June 27, 2026
Next Post
ভুল চিকিৎসাৰ বলি! সন্তান জন্ম দিয়ে আকস্মিক মৃত্যু বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ

ভুল চিকিৎসাৰ বলি! সন্তান জন্ম দিয়ে আকস্মিক মৃত্যু বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ

কাইলৈ ৰাজ্যৰ ২৫ জিলাত কৰ্তন হ’ব ইণ্টাৰনেট, কি হ’ব ৰাজ্যৰ ডিজিটেল জীৱন?

কাইলৈ ৰাজ্যৰ ২৫ জিলাত কৰ্তন হ’ব ইণ্টাৰনেট, কি হ’ব ৰাজ্যৰ ডিজিটেল জীৱন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.