• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ ৰাজ্যৰ ২৫ জিলাত কৰ্তন হ’ব ইণ্টাৰনেট, কি হ’ব ৰাজ্যৰ ডিজিটেল জীৱন?

কাইলৈ ৰাজ্যৰ ২৫ জিলাত কৰ্তন হ’ব ইণ্টাৰনেট, কি হ’ব ৰাজ্যৰ ডিজিটেল জীৱন?

4 years ago
এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

28 minutes ago
কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

10 hours ago
খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

11 hours ago
কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

11 hours ago
ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

12 hours ago
বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

12 hours ago
AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

14 hours ago
কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

15 hours ago
দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

15 hours ago
কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

15 hours ago
ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

15 hours ago
চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কাইলৈ ৰাজ্যৰ ২৫ জিলাত কৰ্তন হ’ব ইণ্টাৰনেট, কি হ’ব ৰাজ্যৰ ডিজিটেল জীৱন?

editor by editor
August 27, 2022
in অসম
0
কাইলৈ ৰাজ্যৰ ২৫ জিলাত কৰ্তন হ’ব ইণ্টাৰনেট, কি হ’ব ৰাজ্যৰ ডিজিটেল জীৱন?
0
SHARES
409
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২৮ তাৰিখ দেওবাৰে অনুষ্ঠীত হ’বলগীয়া অসম চৰকাৰৰ তৃতীয় বৰ্গৰ চাকৰিৰ নিযুক্তি পৰীক্ষাৰ বাবে ৰাজ্য ২৫ খন জিলাত ইণ্টাৰনেট সেৱা কৰ্তন কৰা হ’ব৷

অসম চৰকাৰে পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ স্বাৰ্থ পৰীক্ষাকালীন সময়ত ইন্টাৰনেট সেৱা কৰ্তন কৰাৰ কথা ঘোষণা কৰিছে৷

উল্লেখ্য যে যোৱা ২১ আগষ্টটো চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ স্বাৰ্থত ৰাজ্যৰ ২১ খন জিলাত চৰকাৰে ইণ্টাৰনেট সেৱা কৰ্তন কৰিছিল৷

লগতে পঢ়ক NATOত জাল পেলাইছিল ৰহস্যময়ী ৰুছ সুন্দৰীয়ে, কোন এই ৰহস্যময়ী ৰুছ সুন্দৰী? কেনেকৈ পেলাইছিল জাল?

ইয়াৰ পিছতে ইণ্টাৰনেট সেৱা কৰ্তনৰ চৰকাৰী সিদ্ধান্তক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰা হৈছিল৷ ৰাজু শৰ্মা নামৰ লোকজনে দাখিল কৰা এই আবেদনৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে স্থগিতাদেশ জাৰি কৰিবলৈ অস্বীকাৰ কৰে৷

স্মৰ্তব্য যে যোৱা ২১ তাৰিখৰ নিযুক্তি পৰীক্ষাৰ বাবে ৰাজ্যৰ ২১ খন জিলাত ইন্টাৰনেট সেৱা কৰ্তন কৰাৰ ফলত ৰাজ্যত ইণ্টাৰনেটৰ মাধ্যমেৰে সম্পন্ন হোৱা ডিজিটেল ব্যৱসায়, বিত্তীয় লেনদেন, অনলাইন ব্যৱসায়িক প্ৰতিষ্ঠান, ওলা-উবেৰ আদিয়ে ব্যাপক লোকচানৰ সন্মুখীন হয়৷

২৮ আগষ্টটো নিযুক্তি পৰীক্ষাৰ বাবে ৰাজ্যৰ ২৫ খন জিলাত ইন্টাৰনেট সেৱা কৰ্তন কৰাৰ ফলত পূৰ্বতকৈ অধিক ব্যৱসায়িক লোকচান হোৱাৰ আশংকা কৰা হৈছে৷ মুঠৰ ওপৰত ২৮ আগষ্টত ৰাজ্যৰ ডিজিটেল জীৱন স্তব্ধ হৈ পৰাটো খাটাং৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamInternet Ban in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?
বিনোদন

কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

September 16, 2026
খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ
অসম

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

September 16, 2026
নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?
অসম

নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

September 16, 2026
ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!
অসম

ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!

September 16, 2026
Next Post
NEET পৰীক্ষাত অন্তৰ্বাস খুলিবলৈ বাধ্য হৈছিল মহিলা পৰীক্ষাৰ্থী! পুনৰ দিব পাৰিব পৰীক্ষা

NEET পৰীক্ষাত অন্তৰ্বাস খুলিবলৈ বাধ্য হৈছিল মহিলা পৰীক্ষাৰ্থী! পুনৰ দিব পাৰিব পৰীক্ষা

২৩ লাখ টকা ব্যয়েৰে স্তন সংৰোপণ মহিলাৰ! তাৰ পাছত ঘটিল কি? জানিবলৈ চাওক…

২৩ লাখ টকা ব্যয়েৰে স্তন সংৰোপণ মহিলাৰ! তাৰ পাছত ঘটিল কি? জানিবলৈ চাওক…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.