• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কপাল ফুলিব বেচেল’ৰ চলমান খানৰ! এইবাৰ ১০ নায়িকাৰে ৰোমাঞ্চ ভাইজানৰ!

কপাল ফুলিব বেচেল’ৰ চলমান খানৰ! এইবাৰ ১০ নায়িকাৰে ৰোমাঞ্চ ভাইজানৰ!

4 years ago
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

28 minutes ago
নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

57 minutes ago
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

1 hour ago
অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

2 hours ago
ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

3 hours ago
বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

3 hours ago
ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

4 hours ago
Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

5 hours ago
কেতিয়া বৃদ্ধি পাব DA? অষ্টম দৰমহা আয়োগ সন্দৰ্ভত আটাইতকৈ ডাঙৰ আপডেট

কৰ্মচাৰীয়ে কেতিয়া লাভ কৰিব DA? আহিছে ডাঙৰ আপডেট

6 hours ago
কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই? ভোটদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য

কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই? ভোটদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য

7 hours ago
ভাগ্যৰ চকা ঘূৰিব ৪০ৰ পাছত! এই ৩ মূল্যাঙ্কৰ জাতকেই কোটিপতি হয়

ভাগ্যৰ চকা ঘূৰিব ৪০ৰ পাছত! এই ৩ মূল্যাঙ্কৰ জাতকেই কোটিপতি হয়

8 hours ago
খুলিব কেদাৰনাথ-বদ্ৰীনাথৰ দুৱাৰ, কেতিয়াৰে পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা?

খুলিব কেদাৰনাথ-বদ্ৰীনাথৰ দুৱাৰ, কেতিয়াৰে পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

কপাল ফুলিব বেচেল’ৰ চলমান খানৰ! এইবাৰ ১০ নায়িকাৰে ৰোমাঞ্চ ভাইজানৰ!

editor by editor
June 17, 2022
in চিনেমা, বিনোদন
0
কপাল ফুলিব বেচেল’ৰ চলমান খানৰ! এইবাৰ ১০ নায়িকাৰে ৰোমাঞ্চ ভাইজানৰ!
0
SHARES
879
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেৱল বলিউদৰে নহয় দেশৰে ম’ষ্ট ৱান্টেড বেচেল’ৰ হৈছে চলমান খান৷ এগৰাকীৰ পিছত সিগৰাকী বলিউদৰ অভিনেত্ৰীৰ সৈতে প্ৰেমৰ বাতৰি উলাই থকা চলমান খান এতিয়াও অবিবাহিত৷

এই অবিবাহিত বলিউদৰ চুপাৰষ্টাৰগৰাকীৰে এইবাৰ যেন কপাল ফুলিছে! চুপাৰষ্টাৰগৰাকীয়ে এইবাৰ এগৰাকী বা দুগৰাকী নহয়, একেলগে ১০ গৰাকী নায়িকাৰ সৈতে ৰোমাঞ্চ কৰিব৷

বলিউদৰ নিৰ্মাণ হ’বলগীয়া এখন ছিকুৱেল ছবিত চলমান খানে ১০ গৰাকী নায়িকাৰ সৈতে ৰোমাঞ্চ কৰাৰ সুযোহগ লাভ কৰিব৷

লগতে পঢ়ক ক’ত আছে বিতৰ্কিত নেত্ৰী নূপুৰ শৰ্মা? গ্ৰেপ্তাৰ নে প্ৰাণৰ ভয়ত আত্মগোপন নেত্ৰীগৰাকীৰ?

ছবিখন হৈছে ‘ন’ এণ্ট্ৰি’ৰ ছিকুৱেল ‘বৈজান’৷ উল্লেখ্য যে ন’ এণ্ট্ৰি ছবিখনত তিনিগৰাকী নায়িকা আছিল৷ ছবিখনত বিপাশা বসু, লাৰা দত্ত আৰু চেলিনা জেটলীয়ে নায়িকাৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল৷

প্ৰকাশিত খবৰ মতে এই ছিকুৱেল ছবিখনত ১০ গৰাকী নায়িকা থাকিব৷ অৱশ্যে ছবিখনৰ ১০ গৰাকী নায়িকাৰ বিষয়ে সবিশেষ তথ্য এতিয়াও প্ৰকাশ হোৱা নাই৷এই ১০ গৰাকী নায়িকাক ছবিখনত কেনেকৈ ৰূপায়িত কৰা হ’ব সেয়াও জানিব পৰা হোৱা নাই৷

যদি প্ৰকাশিত খবৰটো সত্য হয়, তেনে চলমান খান হ’ব বলিউদৰ আটাইতকৈ সৌভাগ্যশালী নায়ক, যিয়ে একেলগে ১০ গৰাকী নায়িকাৰে ৰোমাঞ্চ কৰাৰ সোণালী সুযোগ লাভ কৰিব৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBollywoodSalman Khan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত
ক্ৰীড়া

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

April 9, 2026
বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?
বিনোদন

বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

April 9, 2026
পাকিস্তান ছুপাৰ লিগৰ মাজতে অষ্ট্ৰেলিয়াত গ্ৰেপ্তাৰ ৱাৰ্নাৰ! জামিনত মুক্তি পালেও হাজিৰ হ’ব লাগিব আদালতত
ক্ৰীড়া

পাকিস্তান ছুপাৰ লিগৰ মাজতে অষ্ট্ৰেলিয়াত গ্ৰেপ্তাৰ ৱাৰ্নাৰ! জামিনত মুক্তি পালেও হাজিৰ হ’ব লাগিব আদালতত

April 8, 2026
বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!
বিনোদন

বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

April 7, 2026
Next Post
KKRৰ পিছত এইবাৰ মহিলা ক্ৰিকেট দলৰ মালিক হ’ল বলিউদৰ বাদশ্বাহ শ্বাহৰুখ খান

KKRৰ পিছত এইবাৰ মহিলা ক্ৰিকেট দলৰ মালিক হ’ল বলিউদৰ বাদশ্বাহ শ্বাহৰুখ খান

টাটাই শ্বেয়াৰ মাৰ্কেটত দিব দ্বিগুণ লাভ, শীঘ্ৰেই ক্ৰয় কৰক টাটাৰ এই শ্বেয়াৰ

টাটাই শ্বেয়াৰ মাৰ্কেটত দিব দ্বিগুণ লাভ, শীঘ্ৰেই ক্ৰয় কৰক টাটাৰ এই শ্বেয়াৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.