• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুখ্যমন্ত্ৰীলৈ ১৫ টা মুকলি প্ৰশ্ন,  Nonii Gopal Dutta নামৰ এজন ব্যক্তিৰ সামাজিক মাধ্যমযোগে কি প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীক?

মুখ্যমন্ত্ৰীলৈ ১৫ টা মুকলি প্ৰশ্ন, Nonii Gopal Dutta নামৰ এজন ব্যক্তিৰ সামাজিক মাধ্যমযোগে কি প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীক?

8 months ago
খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

1 hour ago
শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

2 hours ago
কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই

কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই

2 hours ago
প্ৰতিমাহে ১০,০০০ টকা সুদ পাবলৈ হ’লে কিমান টকাৰ FD কৰিব লাগিব?

প্ৰতিমাহে ১০,০০০ টকা সুদ পাবলৈ হ’লে কিমান টকাৰ FD কৰিব লাগিব?

3 hours ago
২৫ মে পৰ্যন্ত থাকিব কালসৰ্প যোগ,ভয় নাই, এই সময়ৰ ভিতৰত প্ৰচুৰ অৰ্থলাভ হ’ব ৫ৰাশিৰ

২৫ মে পৰ্যন্ত থাকিব কালসৰ্প যোগ,ভয় নাই, এই সময়ৰ ভিতৰত প্ৰচুৰ অৰ্থলাভ হ’ব ৫ৰাশিৰ

4 hours ago
২০ বছৰত কোটিপতি হ’বই, SIP ত কিমান টকা ইনভেষ্ট কৰিলে এয়া সম্ভৱ হ’ব?

২০ বছৰত কোটিপতি হ’বই, SIP ত কিমান টকা ইনভেষ্ট কৰিলে এয়া সম্ভৱ হ’ব?

4 hours ago
কৃত্তিকা নক্ষত্ৰত মঙ্গলৰ এন্ট্ৰি, জুনৰ পৰা জুলাইলৈকে অৰ্থৰ চিন্তা নাই, কেৰিয়াৰতো অগ্ৰগতিৰ যোগ এই ৪ৰাশিৰ

কৃত্তিকা নক্ষত্ৰত মঙ্গলৰ এন্ট্ৰি, জুনৰ পৰা জুলাইলৈকে অৰ্থৰ চিন্তা নাই, কেৰিয়াৰতো অগ্ৰগতিৰ যোগ এই ৪ৰাশিৰ

4 hours ago
জ্যোতিষীক OSD কৰাৰ সিদ্ধান্ত লৈ আকৌ বিতৰ্কত মুখ্যমন্ত্ৰী বিজয়, কোন এই জ্যোতিষী ৰিকি ৰাধন পণ্ডিত? তেওঁৰ প্ৰভাৱৰ বিষয়ে জানি থওক

জ্যোতিষীক OSD কৰাৰ সিদ্ধান্ত লৈ আকৌ বিতৰ্কত মুখ্যমন্ত্ৰী বিজয়, কোন এই জ্যোতিষী ৰিকি ৰাধন পণ্ডিত? তেওঁৰ প্ৰভাৱৰ বিষয়ে জানি থওক

5 hours ago
আধালৈ কমাই অনা হ’ব প্ৰধানমন্ত্ৰীৰ কনভয়ৰ বাহন! প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ত কেইখন বাহন থাকে?

আধালৈ কমাই অনা হ’ব প্ৰধানমন্ত্ৰীৰ কনভয়ৰ বাহন! প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ত কেইখন বাহন থাকে?

5 hours ago
এদিনতেই বুধ-শুক্ৰ ২ গ্ৰহৰ ৰাশি পৰিবৰ্তন, উন্নতিৰ যোগ আছে কোন কোন ৰাশিৰ জাতক-জাতিকাৰ?

এদিনতেই বুধ-শুক্ৰ ২ গ্ৰহৰ ৰাশি পৰিবৰ্তন, উন্নতিৰ যোগ আছে কোন কোন ৰাশিৰ জাতক-জাতিকাৰ?

6 hours ago
শনিৰ সৈতে ৯০ ডিগ্ৰী কোণলৈ আহিব বুধ, কেন্দ্ৰ দৃষ্টি যোগত এমাহ পাছতেই টকাৰ বৃষ্টি ৪ৰাশিত

শনিৰ সৈতে ৯০ ডিগ্ৰী কোণলৈ আহিব বুধ, কেন্দ্ৰ দৃষ্টি যোগত এমাহ পাছতেই টকাৰ বৃষ্টি ৪ৰাশিত

6 hours ago
ছোৱালীয়েও পাব সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ, নাথাকিব লীভ ইন ৰিলেশ্ব্যনশ্বিপ, UCC আহিলে নতুন কি কি নিয়ম বলবৎ হ’ব ৰাজ্যত?

ছোৱালীয়েও পাব সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ, নাথাকিব লীভ ইন ৰিলেশ্ব্যনশ্বিপ, UCC আহিলে নতুন কি কি নিয়ম বলবৎ হ’ব ৰাজ্যত?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মুখ্যমন্ত্ৰীলৈ ১৫ টা মুকলি প্ৰশ্ন, Nonii Gopal Dutta নামৰ এজন ব্যক্তিৰ সামাজিক মাধ্যমযোগে কি প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীক?

মুখ্যমন্ত্ৰীলৈ ১৫ টা মুকলি প্ৰশ্ন, Nonii Gopal Dutta নামৰ এজন ব্যক্তিৰ সামাজিক মাধ্যমযোগে কি প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীক?

editor by editor
September 20, 2025
in জীৱনশৈলী
0
মুখ্যমন্ত্ৰীলৈ ১৫ টা মুকলি প্ৰশ্ন,  Nonii Gopal Dutta নামৰ এজন ব্যক্তিৰ সামাজিক মাধ্যমযোগে কি প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীক?
0
SHARES
8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
জুবিনৰ মৃত্যু এতিয়াও ৰহস্যৰ আৱৰ্তত৷ মৃত্যুৰ সময়ো মিছাকৈ কোৱা বুলি বহুতেই প্ৰচাৰো চলাইছে৷ তেনে সময়তে Nonii Gopal Dutta নামৰ এজন ব্যক্তিয়ে সামাজিক মাধ্যমত কৰিছে বিশেষ প্ৰশ্ন৷ তেওঁ লিখিছে-
অসমবাসীৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ মুকলি আহ্বান।
প্ৰথম কথা আমি এতিয়া এখন নিৰপেক্ষ আৰু উচ্চ পৰ্যায়ৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দাবী কৰিছোঁ,অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ছিংগাপুৰৰ ভাৰতীয় দুতাৱাসৰ জড়িয়তে এইটো নিশ্চিত কৰিব লাগে।
আমাক লাগে
(১)শেহতীয়া দহ দিনত জুবিন দাৰ স্বাস্থ্য কেনে আছিল?
(২)জুবিন দাই শৰীৰক বিশ্ৰাম ল’বলৈ পাইছিল নে? দিঘলীয়া বিমান যাত্ৰাৰ পিছত কিমান সময় বিশ্ৰাম পাইছিল?
(৩)জুবিন দাই সময়মতে নিয়মিত গ্ৰহণ কৰিবলগীয়া দৰৱ সমূহ লৈ আছিল নে?
(৪)সাগৰলৈ লৈ যোৱাৰ সময়ত জুবিন দাৰ হৃদক্ৰিয়া বা শৰীৰৰ আন অংগবোৰ কি পৰ্যায়ত আছিল?
(৫)জুবিন দাক আগনিশাৰ পাৰ্টিত মদ খাবলৈ যদি দিছিল কিমান দিছিল?শেহতীয়া সাগৰৰ মাজৰ ভিডিঅ’টোত জুবিন দাক অৱশ,ক্লান্ত,খোজ কাঢ়িব নোৱাৰা যেন দেখা গৈছিল?
(৬) জুবিন দাই সাগৰলৈ যোৱা নাঁও খনত জীৱন ৰক্ষা কৰিব পৰাকৈ সকলো সামগ্ৰী মজুত আছিল নে?
(৭)জুবিন গাৰ্গক সাগৰৰ মাজতো মদ্যপান কৰোৱাই পানীত নামিব দিছিল নেকি??
(৮)মৃগী হৈছিল নে??এইটো আমাক সোনকালে জনাব লাগে কাৰণ ৰাজহুৱা হোৱা ভিডিঅ’টোত জুবিন দাই পানীত নামি ক্লান্ত হোৱাহে দেখা গৈছিল মৃগী(চিজাৰ) অহা একো লক্ষ্যণ দেখা নাছিল?
শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ,অসম। এচ’ছিয়চনৰ তামুলী বোলাটোক দেশলৈ আনি তাৎক্ষণিক ভাৱে আৰক্ষীয়ে জিম্মাত লৈ সুধিব লাগে
(৯)জুবিন দাক অসমৰ পৰা লৈ যাবলৈ কিয় ব্লেকমেইল কৰা হৈছিল?
(১০)জুবিন দাক বিদেশলৈ নিওতে কি কি প্ৰট’কলত তেখেতক ৰাখিছিল।
(১১)শ্যামকানুৱে নিজৰ প্ৰগেমলৈ নি কিয় নিজৰ দায়িত্বত নাৰাখি,আনকি ক’লৈ গৈছে কি কৰিছে তাৰো খবৰ ৰখা নাছিল?
(১২)জুবিন দাৰ সাগৰৰ প্ৰগেম কোনে কি কাৰণত ঠিক কৰিছিল??মেনেজাৰ সিদ্ধাৰ্থই দিনে নিশাই জুবিন দাৰ লগত থাকিও কিয় জুবিন দাক লৈ ল’ৰা ধেমালি খেলিছিল?
(১৩)জুবিন দাক অসম এচ’ছিয়েচনৰ নামত সাগৰলৈ লৈ যোৱা কেইটাই প্ৰথম বাৰ পানীত নমাৰ সময়ত( ভিডিঅ’ত দেখাৰ দৰে)অতি দুৰ্বল হৈ সাতুৰিব নোৱাৰা হোৱাৰ পিছটো কিহৰ কিৰিলি মাৰি পুতলাৰ দৰে ৰং চাই আতাহ পাৰি আছিল?
(১৪)জুবিন দাৰ লগত ছাঁ টোৰ দৰে থকা গৰিমাবৌক এই সাগৰৰ নাটক খনৰ বিষয়ে আগতেই অৱগত কৰিছিল নে? আছিল নে বৌৰ অনুমতি?
(১৫)জুবিন গাৰ্গক এই প্ৰগেমৰ কাৰণে শ্যামকানু মহন্ত আৰু নৰ্থ ইষ্ট ফেষ্টিভেলে কি চুক্তি কৰিছিল,কিমান টকা দিয়াৰ কথা আছিল?ক’ত ৰাখিম বুলি ঠিক কৰিছিল সকলো ৰাজহুৱা কৰক? ৰাজহুৱা এই কাৰণেই কৰক কাৰণ মহন্তই জুবিনক সদায় বিনামূলীয়াকৈ মদ খুৱাই,পাৰ্টি কৰাই,তেল মৰা কথাৰে বছৰ বছৰ ধৰি ব্যৱহাৰ কৰি অহাৰ অভিযোগ আছে?
মোৰ লগত এই কথাবোৰত যদি আপোনালোক একমত। এই ৰাজহুৱা দাবী সমূহক শ্বেয়াৰ কৰক, যাতে সমগ্ৰ অসমৰ দাবী হৈ মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টি নিক্ষেপ হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই
খাদ্য

খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

May 13, 2026
শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত
জীৱনশৈলী

শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

May 13, 2026
কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই
জীৱনশৈলী

কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই

May 13, 2026
প্ৰতিমাহে ১০,০০০ টকা সুদ পাবলৈ হ’লে কিমান টকাৰ FD কৰিব লাগিব?
জীৱনশৈলী

প্ৰতিমাহে ১০,০০০ টকা সুদ পাবলৈ হ’লে কিমান টকাৰ FD কৰিব লাগিব?

May 13, 2026
Next Post
ছিংগাপুৰতেই শেষ উশাহ… জুবিনৰ পাৰ্থিৱ শৰীৰ কঢ়িওৱা বিমান উৰা মাৰিল ভাৰত অভিমুখে৷

ছিংগাপুৰতেই শেষ উশাহ... জুবিনৰ পাৰ্থিৱ শৰীৰ কঢ়িওৱা বিমান উৰা মাৰিল ভাৰত অভিমুখে৷

‘যদি আকৌ জন্ম হ’ব লাগে, জুবিন গাৰ্গ হিচাপেই জন্ম ল’ব বিচাৰোঁ৷’ ছিংগাপুৰলৈ যোৱাৰ দুদিন পূৰ্বে সাগৰক লৈয়ো জুবিনে কৰি থৈ গৈছে বিশেষ মন্তব্য

'যদি আকৌ জন্ম হ’ব লাগে, জুবিন গাৰ্গ হিচাপেই জন্ম ল’ব বিচাৰোঁ৷' ছিংগাপুৰলৈ যোৱাৰ দুদিন পূৰ্বে সাগৰক লৈয়ো জুবিনে কৰি থৈ গৈছে বিশেষ মন্তব্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.