• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিৰে পৰা উত্তৰ কোৰিয়াত নিষিদ্ধ ‘হাঁহি’, নাগৰিকে প্ৰকাশ কৰিব নোৱাৰিব সুখৰ কোনো অনুভৱ

4 years ago
২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

9 minutes ago
এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

58 minutes ago
পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

1 hour ago
বিহাৰৰ এক প্ৰাইভেট মেডিকেলৰ নাৰ্চৰ ইউনিফৰ্ম দেখি হতবাক দেশবাসী, সঁচাকৈয়ে এয়া নাৰ্চৰ ইউনিফৰ্ম নে?

2 hours ago
‘হট বেডিং’, বিছনাৰ এটা কাষ ভাড়া দিয়েই লাখপতি এগৰাকী যুৱতী, ক’ত কেনেকৈ কোনে আৰম্ভ কৰিছে ‘হট বেডিং’?

পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?

4 hours ago
শিশু জন্ম হ’লেই লগে লগে DNA টেষ্ট বাধ্যতামূলক, ক’ত আৰম্ভ হৈছে এই নিয়ম? কিয় ইমান জৰুৰী জিনৰ পৰীক্ষা?

বিমান দুৰ্ঘটনাতো মৃত্যু নহ’ল, ৭বাৰকৈ যমৰ দুৱাৰৰ পৰা ওভতি অহা বিশ্বৰ আটাইতকৈ লাকী ব্যক্তিয়ে জয় কৰিছিল ৫ কোটি লটাৰীও, কোন এই ব্যক্তি?

চ’তৰ শেষত সূৰ্যৰ কৃপাত খুলিব ৪ৰাশিৰ ভাগ্যৰ জট, সুসময় উভতিব কাৰ কাৰ জীৱনলৈ?

5 hours ago
এতিয়াৰে পৰা ডলাৰত থাকিব ট্ৰাম্পৰ স্বাক্ষৰ, চলিছে ছপাৰ কাম, কেতিয়া মুকলি হ’ব বজাৰত?

যুদ্ধৰ পৰিস্থিতিত কি কি সতৰ্কতা গ্ৰহণ কৰিব, শুকুৰবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক, বৈঠকত নাথাকে ভোটমুখী ৫ৰাজ্য

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

আজিৰে পৰা উত্তৰ কোৰিয়াত নিষিদ্ধ ‘হাঁহি’, নাগৰিকে প্ৰকাশ কৰিব নোৱাৰিব সুখৰ কোনো অনুভৱ

editor by editor
December 17, 2021
in গুৱাহাটী, বিবিধ, বিশ্ব
0
আজিৰে পৰা উত্তৰ কোৰিয়াত নিষিদ্ধ ‘হাঁহি’, নাগৰিকে প্ৰকাশ কৰিব নোৱাৰিব সুখৰ কোনো অনুভৱ
0
SHARES
2.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ উত্তৰ কোৰিয়াত ১১ দিনীয়া শোক দিৱস উপযাপন৷ ১১ দিনৰ বাবে হাঁহি অথবা সুখৰ কোনো অনুভৱ প্ৰকাশ কৰাত নিষেধাজ্ঞা আৰোপ উত্তৰ কোৰিয়াত৷ আজিৰে পৰা  ১১ দিনীয়া কাৰ্যসূচীৰে উত্তৰ কোৰিয়াই উদযাপন কৰিব পূৰ্বৰ শাসক কিম জং ইলৰ দশম মৃত্যু বাৰ্ষিকী৷

এই দিনকেইটাই নাগৰিকৰ বাবে হাঁহি আৰু সুৰা সেৱন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে৷ ইয়াৰ উপৰি ১৭ ডিচেম্বৰত কিম জং ইলৰ মৃত্যু বাৰ্ষিকী উপলক্ষে এই দিনটোত নাগৰিকৰ ঘৰুৱা সামগ্ৰী ক্ৰয় কৰাটো বাধা আৰোপ কৰা হৈছে৷ উত্তৰ কোৰিয়াৰ ৰেডিঅ’ ফ্ৰী এচিয়াত ঘোষণা কৰা হৈছে এইসমূহ নিষেধাজ্ঞা৷

এই সময়ছোৱাৰ ভিতৰত যদি কোনো ব্যক্তিৰ মৃত্যু হয়, কোনো আত্মীয়ই চিঞৰি কান্দিবও নোৱাইব উত্তৰ কোৰিয়াত আৰু শোক দিৱসৰ কাৰ্যসূচী সমাপ্ত হোৱাৰ পাছতহে মৃতদেহ সৎকাৰৰ ব্যৱস্থা কৰিব পাৰিব পৰিয়ালে৷ কাৰোৰে জন্মদিনো উদযাপন কৰিব নোৱাৰিব এই সময়ছোৱাত৷

উল্লেখ্য, বৰ্তমানৰ শাসক কিম জং উনৰ পিতৃ আছিল  কিম জং ইল৷ ১৯৯৪ ৰ পৰা ২০১১ চনলৈ উত্তৰ কোৰিয়াত শাসন চলাইছিল কিম জং ইলে৷ ২০১১ চনত হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হৈছিল শাসকগৰাকীৰ৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelkim jong ilkim jong-unnorth korea
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ
জীৱনশৈলী

March 27, 2026
এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন
জীৱনশৈলী

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

March 27, 2026
পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…
জীৱনশৈলী

পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

March 27, 2026
বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?
জীৱনশৈলী

বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?

March 27, 2026
Next Post
ৰক্ষণশীলতাৰ বিপৰীতে সংগ্ৰাম তথা শক্তিৰ অন্যতম আকাৰ আইদেউ সন্দিকৈ, মৃত্যু তিথিত শ্ৰদ্ধাৰে সোঁৱৰণ মহীয়সীক

Uber Eatsৰ অবিশ্বাস্য পদক্ষেপ! মহাকাশত ফুড ডেলিভাৰী জাপানীজ উদ্যোগপতিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন