• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন বছৰত ধনী হ’ব এই ৫ৰাশিৰ জাতক, ভৱিষ্যদ্ৰষ্টাই কি কৈছে?

নতুন বছৰত ধনী হ’ব এই ৫ৰাশিৰ জাতক, ভৱিষ্যদ্ৰষ্টাই কি কৈছে?

12 months ago
অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট

অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট

9 minutes ago
বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

18 hours ago
১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

19 hours ago
বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

20 hours ago
৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ

৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ

20 hours ago
আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

21 hours ago
মঙ্গলৰ ঘৰলৈ আহিছে সূৰ্য, ধনিষ্ঠা নক্ষত্ৰত সূৰ্যৰ গোচৰত ধনৰ বৃষ্টি এই ৫ৰাশিত

মঙ্গলৰ ঘৰলৈ আহিছে সূৰ্য, ধনিষ্ঠা নক্ষত্ৰত সূৰ্যৰ গোচৰত ধনৰ বৃষ্টি এই ৫ৰাশিত

21 hours ago
প্ৰায় প্ৰতিগৰাকী গাওঁবাসীৰ একাউণ্টে একাউণ্টে আছে কমেও ৭০০০ কোটিৰো অধিক ধন! এছিয়াৰ সকলোতকৈ ধনী গাওঁ, ভাৰতত থকা এছিয়াৰ ধনী গাঁৱৰ অৰ্থৰ উৎস কি?

প্ৰায় প্ৰতিগৰাকী গাওঁবাসীৰ একাউণ্টে একাউণ্টে আছে কমেও ৭০০০ কোটিৰো অধিক ধন! এছিয়াৰ সকলোতকৈ ধনী গাওঁ, ভাৰতত থকা এছিয়াৰ ধনী গাঁৱৰ অৰ্থৰ উৎস কি?

22 hours ago
মকৰ সংক্ৰান্তিত ২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ভাগ্য সলনি হ’ব ৩ ৰাশিৰ

মকৰ সংক্ৰান্তিত ২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ভাগ্য সলনি হ’ব ৩ ৰাশিৰ

24 hours ago
ভাৰতীয় পাছপোৰ্টৰ কামাল! এতিয়াৰে পৰা আপুনিও ভিছা অবিহনেই ভ্ৰমণ কৰিব পাৰিব ৫৫খন দেশ

ভাৰতীয় পাছপোৰ্টৰ কামাল! এতিয়াৰে পৰা আপুনিও ভিছা অবিহনেই ভ্ৰমণ কৰিব পাৰিব ৫৫খন দেশ

1 day ago
সংক্ৰান্তিৰ পাছতেই বৃহস্পতিবাৰৰ পৰা আৰম্ভ মাঘ মাহ, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

সংক্ৰান্তিৰ পাছতেই বৃহস্পতিবাৰৰ পৰা আৰম্ভ মাঘ মাহ, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

1 day ago
ক্ৰেন ভাঙি লাইনচ্যুত ট্ৰেইন, অগ্নিকাণ্ডৰো সূত্ৰপাত, বাঢ়িয়েই আছে মৃতকৰ সংখ্যা, ক’ত এই ঘটনা?

ক্ৰেন ভাঙি লাইনচ্যুত ট্ৰেইন, অগ্নিকাণ্ডৰো সূত্ৰপাত, বাঢ়িয়েই আছে মৃতকৰ সংখ্যা, ক’ত এই ঘটনা?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নতুন বছৰত ধনী হ’ব এই ৫ৰাশিৰ জাতক, ভৱিষ্যদ্ৰষ্টাই কি কৈছে?

নতুন বছৰত ধনী হ’ব এই ৫ৰাশিৰ জাতক, ভৱিষ্যদ্ৰষ্টাই কি কৈছে?

editor by editor
January 28, 2025
in জীৱনশৈলী
0
নতুন বছৰত ধনী হ’ব এই ৫ৰাশিৰ জাতক, ভৱিষ্যদ্ৰষ্টাই কি কৈছে?
0
SHARES
6.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নতুন বছৰ কেনে হ’ব সেয়া জনাৰ আগ্ৰহ আমাৰ প্ৰত্যেকৰেই আছে৷ বিখ্যাত ফৰাচী ভৱিষ্যদ্ৰষ্টা নস্ত্ৰাডামুছেও ২০২৫ চনক লৈ কেইবাটাও ভৱিষ্যদ্বাণী কৰি গৈছে৷ বিশেষকৈ ৫টা ৰাশিৰ কথা তেওঁ উল্লেখ কৰিছে৷ ২০২৫ত বিশেষভাৱে লাভবান হ’ব কেইটামান ৰাশিৰ জাতক৷

পৃথিৱীৰ বিভিন্ন উল্লেখযোগ্য ঘটনা সম্পৰ্কে বহুবছৰ পূৰ্বেই এটাৰ পাছত আনটো নিৰ্ভুল ভৱিষ্যদ্বাণী কৰি গৈছে নষ্ট্ৰাডামুছে৷ ফৰাছী এই ভৱিষ্যদ্ৰষ্টাই কৰি যোৱা ভৱিষ্যদ্বাণীসমূহৰ ভিতৰত আছে হিটলাৰৰ উত্থান আৰু মৃত্যু, ৰাণী দ্বিতীয় এলিজাবেথৰ মৃত্যু, আমেৰিকাৰ ৱাৰ্ল্ড ট্ৰেড চেণ্টাৰ আক্ৰমণ আৰু কৰ’না মহামাৰী৷ ১৫৬৬ চনত তেওঁৰ মৃত্যু হৈছে৷ তাৰপূৰ্বে তেওঁ মুঠ ৬,৩৩৮ টা ভৱিষ্যদ্বাণী কৰি গৈছে৷ পৃথিৱী কেতিয়া আৰু কেনেকৈ ধ্বংস হ’ব সেই কথাও কৈ গৈছে নষ্ট্ৰাডামূছে৷ ২০২৫চনক লৈ তেওঁ কৰি যোৱা গণনামতে কোন তিনিটা ৰাশিৰ ভাগ্যোদয় হ’ব?

মেষ ৰাশি

আগন্তুক বৰ্ষত প্ৰচুৰ সৌভাগ্য লাভ কৰিব মেষ ৰাশিৰ জাতকে৷ ২০২৫ ত মেষ ৰাশিৰ সকলো আৰ্থিক সমস্যা দূৰ হ’ব৷ হঠাৎ সম্পত্তি লাভ কৰিব পাৰে৷ সময় আপোনাৰ মুঠিত থাকিব৷ যি কামতেই হাত দিব তাতেই সফল হ’ব আপুনি৷ ২০২৫ত কোটিপতি হোৱাৰো সম্ভাৱনা আছে মেষ ৰাশিৰ জাতকৰ৷

সিংহ ৰাশি

নস্ত্ৰাডামূছৰ গণনা অনুসৰি ২০২৫ ত নিজৰ আৰ্থিক লক্ষ্য অৰ্জন কৰিব পাৰিব সিংহ ৰাশিৰ জাতকে৷ নিজৰ ক্ৰিয়েটিভ আইডিয়া কামত লগাই বৃহৎ সাফল্য পাব পাৰে৷ আগন্তুক বছৰত নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে সিংহ ৰাশিৰ জাতকে৷ বিদেশ ভ্ৰমণ কৰাৰ ইচ্ছাও আগন্তুক বছৰত পূৰণ হ’ব আপোনাৰ৷

কন্যা ৰাশি

আপুনি কন্যা ৰাশিৰ জাতক হ’লে আনন্দ কৰক৷ নস্ত্ৰাডামূছৰ গণনা অনুসৰি আগন্তুক বছৰত আপোনাৰ জ্ঞান আৰু সমৃদ্ধি বৃদ্ধি পাব৷ বিভিন্ন সূত্ৰৰ পৰা অৰ্থলাভ হ’ব আপোনাৰ৷ ২০২৫ত আপোনাৰ আয় বৃদ্ধি হ’ব৷ পৰিয়ালত সুখৰ পৰিবেশ থাকিব৷ নতুন বছৰত নতুন বাহন কিনিব পাৰে৷ যিসকলে চাকৰি পৰিবৰ্তনৰ চেষ্টা কৰিছে তেওঁলোকে ভাল কোনো কোম্পানীৰ পৰা চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷

বৃশ্চিক ৰাশি

২০২৫ত নিজৰ পৰিকল্পনা সকলো কাম কৰিব পাৰে বৃশ্চিক ৰাশিৰ জাতকে৷ নিজৰ পৰিশ্ৰম আৰু কৰ্মদক্ষতাৰে সাফল্যৰ পথত সকলো বাধা দূৰ কৰিব পাৰিব৷ আদালতত কোনো গোচৰ চলিলে আগন্তুক বছৰ তাৰ পৰা মুক্তি পাব৷ নতুন কোনো প্ৰকল্পত কাম কৰিব পাৰে৷ নতুন চাকৰি পোৱাৰ যোগ আছে৷

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতক নিয়মানুবৰ্তী আৰু কঠোৰ পৰিশ্ৰমী হওক৷ সন্মুখৰ বছৰ মকৰ ৰাশিৰ জন্মছকত শনিয়ে ভাল অৱস্থানত থাকিব৷ শনিৰ শুভ প্ৰভাৱত সকলো ক্ষেত্ৰতেই বৃহৎ সাফল্য লাভ কৰিব মকৰ ৰাশিৰ জাতকে৷ কৰ্মক্ষেত্ৰত অল ৰাউণ্ড পাৰফৰ্মেন্সৰ বাবে বছ সুখী হ’ব৷ নিজৰ ভাল ব্যৱহাৰেৰে সকলোৰে মন জয় কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট
জীৱনশৈলী

অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট

January 15, 2026
বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ
জীৱনশৈলী

বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

January 14, 2026
১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত
জীৱনশৈলী

১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

January 14, 2026
বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?
জীৱনশৈলী

বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

January 14, 2026
Next Post
দৈনিক প্ৰিয়জনক এবাৰ আলিংগন কৰক! কমিব অসুখ, বাঢ়িব স্মৃতিশক্তি… আৰু কি কি লাভালাভ?

দৈনিক প্ৰিয়জনক এবাৰ আলিংগন কৰক! কমিব অসুখ, বাঢ়িব স্মৃতিশক্তি... আৰু কি কি লাভালাভ?

বিচ্ছেদৰ নতুন পথ গ্ৰে ডিভোৰ্ছ! ছেহৱাগ-আৰতিয়েও লৈছে গ্ৰে ডিভোৰ্ছ! কিন্তু কি এই গ্ৰে ডিভোৰ্ছ?

বিচ্ছেদৰ নতুন পথ গ্ৰে ডিভোৰ্ছ! ছেহৱাগ-আৰতিয়েও লৈছে গ্ৰে ডিভোৰ্ছ! কিন্তু কি এই গ্ৰে ডিভোৰ্ছ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.