• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আৰম্ভণিতে আছিল শিক্ষক, দুখনকৈ বিশ্ববিদ্যালয়ত কৰিছিল অধ্যাপনা, RBIৰ গৱৰ্ণৰো হৈছিল

আৰম্ভণিতে আছিল শিক্ষক, দুখনকৈ বিশ্ববিদ্যালয়ত কৰিছিল অধ্যাপনা, RBIৰ গৱৰ্ণৰো হৈছিল

2 years ago
কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

17 hours ago
তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

18 hours ago
সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

19 hours ago
গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

19 hours ago
এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

20 hours ago
সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

21 hours ago
ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

21 hours ago
‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

22 hours ago
ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

23 hours ago
শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

24 hours ago
Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

1 day ago
অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

আৰম্ভণিতে আছিল শিক্ষক, দুখনকৈ বিশ্ববিদ্যালয়ত কৰিছিল অধ্যাপনা, RBIৰ গৱৰ্ণৰো হৈছিল

editor by editor
December 27, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা, শিক্ষা
0
আৰম্ভণিতে আছিল শিক্ষক, দুখনকৈ বিশ্ববিদ্যালয়ত কৰিছিল অধ্যাপনা, RBIৰ গৱৰ্ণৰো হৈছিল
0
SHARES
68
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আৰম্ভণিতে আছিল শিক্ষক, দুখনকৈ বিশ্ববিদ্যালয়ত কৰিছিল অধ্যাপনা, RBIৰ গৱৰ্ণৰো হৈছিল

ভাৰতৰ দুবাৰৰ প্ৰধানমন্ত্ৰী আছিল তেখেত। কিন্তু জানেনে ৰাজনৈতিক পথাৰত খোজ দিছিল বহু পাছত। পূৰ্বে আছিল শিক্ষকতাৰ ক্ষেত্ৰত। এগৰাকী সফল তথা জনপ্ৰিয় শিক্ষক হিচাপে নাম আছিল ড০ মনমোহন সিঙৰ।

১৯৫৭ চনত কেমব্ৰিজ ইউনিভাৰ্চিটিৰ পৰা অৰ্থনীতিৰ ট্ৰাইপ’ছ সম্পূৰ্ণ কৰি ভাৰতলৈ আহে। ভাৰতত আহি শিক্ষকতাৰ জীৱন আৰম্ভ কৰে।

দেশৰ দুখনকৈ আগশাৰীৰ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল তেখেতে। ১৯৫৭ চনৰ পৰা ১৯৫৯ চনলৈ পঞ্জাৱ বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ড০ সিঙে।

কিন্তু পাছত পুনৰ ডিফিলৰ বাবে অক্সফৰ্ড ইউনিভাৰ্চিটিলৈ যায়।১৯৬২ চনত ইয়ান লিটনৰ তত্বাৱধানত ডক্টৰেট ডিগ্ৰী লাভ কৰে। তেখেতৰ থিছিছৰ বিষয় আছিল- “ভাৰতৰ ৰপ্তানিৰ প্ৰদৰ্শন, ১৯৫১–১৯৬০, ৰপ্তানিৰ সম্ভাৱনা আৰু নীতিগত প্ৰভাৱ”

পুনৰ ভাৰতলৈ উভতি আহি ১৯৬৬ চনত দেশৰ অন্যতম অৰ্থনীতিৰ শিক্ষনুষ্ঠান দিল্লী স্কুল অৱ ইক’ন’মিকছতো অধ্যাপক হিচাপে কৰ্মৰত আছিল তেখেত। তাৰ পাছতহে যোগদান কৰে ৰাজনীতিত।

১৯৭৬ চনত বিত্ত মন্ত্ৰালয়ৰ সচিব আছিল ড০ সিং। কিন্তু শিক্ষকতা আৰু ৰাজনীতিতেই নহয়, ১৯৮২ চনত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ হিচাপেও নিযুক্তি পাইছিল ড০ মনমোহন সিঙে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Manmoha singhManmohan Singh Passed AwaypoliticianrbiRBI Governorteacher
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ
ভাৰত

কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

August 14, 2026
তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা
ৰাজনীতি

তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

August 14, 2026
সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!
জীৱনশৈলী

সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

August 14, 2026
গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’
বিনোদন

গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

August 14, 2026
Next Post
সুৰক্ষাত সুৰুঙা, খেল চলি থকাৰ মাজতে খেলপথাৰত বিৰাটৰ কাষ পালেগৈ অনুৰাগী

সুৰক্ষাত সুৰুঙা, খেল চলি থকাৰ মাজতে খেলপথাৰত বিৰাটৰ কাষ পালেগৈ অনুৰাগী

আজি পৌশ কৃষ্ণ দ্বাদশীত সৰ্বাৰ্থ সিদ্ধি যোগ, ভাগ্যোদয় হ’ব ৩ ৰাশিৰ

আজি পৌশ কৃষ্ণ দ্বাদশীত সৰ্বাৰ্থ সিদ্ধি যোগ, ভাগ্যোদয় হ'ব ৩ ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.