• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নৱেম্বৰত শুক্ৰাদিত্য ৰাজযোগ, সূৰ্য শুক্ৰৰ মিলনত আগন্তুক মাহত ধনসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে

নৱেম্বৰত শুক্ৰাদিত্য ৰাজযোগ, সূৰ্য শুক্ৰৰ মিলনত আগন্তুক মাহত ধনসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে

10 months ago
অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

14 minutes ago
ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

2 hours ago
কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

2 hours ago
‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

3 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

4 hours ago
আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

16 hours ago
‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

17 hours ago
কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

17 hours ago
বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

17 hours ago
শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

18 hours ago
অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

18 hours ago
এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নৱেম্বৰত শুক্ৰাদিত্য ৰাজযোগ, সূৰ্য শুক্ৰৰ মিলনত আগন্তুক মাহত ধনসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে

নৱেম্বৰত শুক্ৰাদিত্য ৰাজযোগ, সূৰ্য শুক্ৰৰ মিলনত আগন্তুক মাহত ধনসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে

editor by editor
October 30, 2025
in জীৱনশৈলী
0
নৱেম্বৰত শুক্ৰাদিত্য ৰাজযোগ, সূৰ্য শুক্ৰৰ মিলনত আগন্তুক মাহত ধনসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আৰু এদিন পাছতেই আৰম্ভ হ’ব নৱেম্বৰ ২০২৫৷ আৰু নৱেম্বৰৰ আৰম্ভণিতেই গঠিত হ’ব শুভ শুক্ৰাদিত্য ৰাজযোগ৷ মাহৰ আৰম্ভণিতে আগন্তুক ২ নৱেম্বৰত তুলা ৰাশিত গোচৰ কৰিব শুক্ৰই৷ তাতেই পূৰ্বৰে পৰা অৱস্থান কৰিছে সূৰ্যই৷ ইয়াৰ ফলত ২ নৱেম্বৰৰ পৰা তুলা ৰাশিত গঠিত হ’ব শুক্ৰাদিত্য ৰাজযোগ৷ সূৰ্য আৰু শুক্ৰ, এই দুই শক্তিশালী গ্ৰহৰ মিলনত অত্যন্ত লাভৱান হব পাঁচ ৰাশিৰ জাতক৷ আগন্তুক মাহত এওঁলোকে প্ৰচুৰ অৰ্থলাভ কৰিব পাৰে৷ জানি থওক নৱেম্বৰত বিপুল অৰ্থলাভ হ’ব কোন কোন ৰাশিৰ জাতকৰ?

বৃষ ৰাশি

নৱেম্বৰ মাহত অভাৱনীয় সাফল্য আহিব বৃষ ৰাশিৰ জাতকৰ জীৱনলৈ৷ মাহ যিমানেই আগুৱাব সিমানেই সৌভাগ্য লাভ কৰিব৷ মাহৰ দ্বিতীয়াৰ্ধত কোনো সুখবৰ পাব পাৰে৷ বিদেশত নতুন ব্যৱসায়ত প্ৰতিষ্ঠা লাভ কৰিব পাৰে৷ মাহৰ মাজভাগত আৰ্থিক লাভ হব পাৰে৷

কৰ্কট ৰাশি

নৱেম্বৰ মাহত সৌভাগ্য আহিব কৰ্কট ৰাশিৰ জাতকৰ জীৱনলৈ৷ এই মাহত আপুনি আৰ্থিকভাৱে লাভৱান হব৷ উপাৰ্জনৰ অতিৰিক্ত পথ আপোনাৰ সন্মুখত খুলি যাব৷ বিলাসিতাৰ বাবে নৱেম্বৰত ধন খৰচ কৰিব৷ প্ৰশাসনিক আৰু চৰকাৰী ক্ষেত্ৰত আপোনাৰ ক্ষমতা আৰু প্ৰতিপত্তি বাঢ়িব৷ ৰাজনীতিবিদসকলে কাঙ্খিত পদ লাভ কৰিব৷

সিংহ ৰাশি

নৱেম্বৰ মাহ শুভ হব সিংহ ৰাশিৰ জাতকৰ বাবে৷ কৰ্মসূত্ৰে ভ্ৰমণ কৰিব পাৰে৷ যি সাফল্য আপুনি বহু দিন ধৰি লাভ কৰাৰ চেষ্টা কৰিছিল এইবাৰ সেই সাফল্য লাভ কৰিব৷ পৰিকল্পনামতে সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব৷ সকলোৰে পৰা জৰুৰী সাহায্য পাব৷ সমাজত আপোনাৰ মৰ্যাদা বাঢ়িব৷

বৃশ্চিক ৰাশি

মাহৰ আৰম্ভণিতে কিছু শাৰীৰিক সমস্যা হব পাৰে বৃশ্চিক ৰাশিৰ জাতকৰ৷ সময় আগুৱাই যোৱাৰ লগে লগে সকলো সমস্যা দূৰ হব৷ ব্যৱসায়ত বৃহৎ সাফল্য অৰ্জন কৰিব পাৰে৷ প্ৰেম জীৱন ভালকৈ কটাব৷ অৰ্থলাভ হোৱাৰ যোগ আছে৷ দাম্পত্য জীৱনলৈ সুখ আৰু শান্তি আহিব৷

ধনু ৰাশি

শুক্ৰাদিত্য ৰাজযোগৰ প্ৰভাৱত আগন্তুক মাহত উন্নতি কৰাৰ একাধিক সুযোগ পাব ধনু ৰাশিৰ জাতকে৷ নিজৰ বুদ্ধি খটুৱাই প্ৰতিকূল পৰিস্থিতিকো আপুনি নিজৰ অনুকূলত পৰিবৰ্তিত কৰিব পাৰে৷ মাহৰ আৰম্ভণিতেই কেৰিয়াৰত ডাঙৰ সাফল্য লাভ কৰিব পাৰে৷ নতুন চাকৰি লাভৰ যোগ আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?
জীৱনশৈলী

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

August 20, 2026
নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

August 20, 2026
বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?
জীৱনশৈলী

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

August 19, 2026
Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!
বাণিজ্য

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

August 19, 2026
Next Post
অভিশপ্ত ৩০অক্টোবৰ! বহু জীয়া সপোনে সিদিনা চিৎকাৰ কৰি উঠিছিল মহানগৰীৰ ৰাজপথত, সভ্য সমাজক ইতিকিং কৰা সময়ৰ সোঁৱৰণি

অভিশপ্ত ৩০অক্টোবৰ! বহু জীয়া সপোনে সিদিনা চিৎকাৰ কৰি উঠিছিল মহানগৰীৰ ৰাজপথত, সভ্য সমাজক ইতিকিং কৰা সময়ৰ সোঁৱৰণি

নৱেম্বৰত দেৱগুৰু বৃহস্পতিয়ে তৈয়াৰ কৰিছে গজকেশৰী যোগ, ভাগ্য উজ্জ্বল হ’ব ৩ ৰাশিৰ

নৱেম্বৰত দেৱগুৰু বৃহস্পতিয়ে তৈয়াৰ কৰিছে গজকেশৰী যোগ, ভাগ্য উজ্জ্বল হ’ব ৩ ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.