সদনত উত্তপ্ত পৰিস্থিতি৷ উপাধ্যক্ষ নোমল মমিনক প্ৰহাৰৰ অভিযোগ কংগ্ৰেছী বিধায়কৰ বিৰুদ্ধে৷ উপাধ্যক্ষ নোমল মমিনক প্ৰহাৰৰ অভিযোগ কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে৷ বিধানসভাৰ বাহিৰত প্ৰহাৰ কৰা হৈছে উপাধ্যক্ষ নোমল মমিনক বুলি গুৰুতৰ অভিযোগ আনিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
সদনৰ কাম কাজ আৰম্ভ হোৱাৰ পূৰ্বৰে পৰাই ৰূপজোতি কুৰ্মীৰ কাণ্ডক লৈ কংগ্ৰেছ বিধায়কে অব্যাহত ৰাখিছে প্ৰতিবাদ৷ বিধানসভাৰ চৌহদত কলা কাপোৰ পিন্ধি প্ৰবেশ কংগ্ৰেছৰ বিধায়কসকলৰ৷ হাতে হাতে বেনাৰ লৈ প্ৰতিবাদ কংগ্ৰেছী নেতা বিধায়কৰ৷ কেৱল কংগ্রেছ বিধায়কেই নহয়, সদনৰ চৌহদ কঁপালে AIUDF বিধায়কে৷ হাতত জেওৰা লৈ উত্তপ্ত কৰিলে সদন৷ কংগ্ৰেছৰ লগতে AIUDFয়ে দিলে বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ