• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুহূৰ্ততে ৰজা, মুহূৰ্ততে ফকিৰ, মূল্যাংক-৪ৰ ব্যক্তিৰ চৰিত্ৰত কি কি ৰহস্য থাকে?

মুহূৰ্ততে ৰজা, মুহূৰ্ততে ফকিৰ, মূল্যাংক-৪ৰ ব্যক্তিৰ চৰিত্ৰত কি কি ৰহস্য থাকে?

3 months ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

17 hours ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

18 hours ago
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

19 hours ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

19 hours ago
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

20 hours ago
চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

22 hours ago
বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

23 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

23 hours ago
সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

23 hours ago
প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

24 hours ago
‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

2 days ago
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মুহূৰ্ততে ৰজা, মুহূৰ্ততে ফকিৰ, মূল্যাংক-৪ৰ ব্যক্তিৰ চৰিত্ৰত কি কি ৰহস্য থাকে?

মুহূৰ্ততে ৰজা, মুহূৰ্ততে ফকিৰ, মূল্যাংক-৪ৰ ব্যক্তিৰ চৰিত্ৰত কি কি ৰহস্য থাকে?

editor by editor
October 23, 2025
in বিবিধ, ভাৰত
0
মুহূৰ্ততে ৰজা, মুহূৰ্ততে ফকিৰ, মূল্যাংক-৪ৰ ব্যক্তিৰ চৰিত্ৰত কি কি ৰহস্য থাকে?
0
SHARES
735
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰৰ এক ডাঙৰ অংশ জুৰি আছে সংখ্যাতত্ত্ব৷ জ্যোতিষীৰ দাবী, কোনো মানুহৰ চৰিত্ৰ কি হ’ব, কেনে স্বভাৱৰ হ’ব, বিভিন্ন পৰিস্থিতিত তেওঁলোকৰ আচৰণ কেনে হয় সকলোবোৰ জন্মৰ তাৰিখৰ পৰাই জানিব পাৰি৷ সংখ্যতত্ত্ব অনুসৰি মানুহৰ জন্ম তাৰিখ অনুসৰি নিৰ্ধাৰম কৰা হয় মূল্যাংক৷ সেই মূল্যাংকৰ পৰাই ব্যক্তিৰ চৰিত্ৰ জনাটো সম্ভৱ৷ যেনেকৈ আপোনাৰ আশে পাশে কোনোবা দুমুখীয়া সাপ আছে নেকি সেই কথাও সংখ্যাতত্ত্বৰ পৰাই জানিব পাৰি৷

সংখ্যাতত্ত্ব অনুসৰি যিসমূহ ব্যক্তিৰ মূল্যাংক ৪ তেওঁলোকৰ অধিপতি হৈছে ৰাহু৷ ছায়া গ্ৰহ ৰাহুক হঠাৎ ঘটি যোৱা দুৰ্ঘটনা, বিভ্ৰম ইত্যাদিৰ কাৰণ বুলি ধাৰণা কৰা হয়৷ ৰাহুৰ প্রভাৱ শুভ হ’লে জাতক ধনী আৰু খ্যাতিমান হয়৷ কিন্তু তেওঁলোকক সামান্য বিপৰ্যয়েও ধ্বংসৰ মুখত ঠেলি দিব পাৰে৷

মূল্যাংক ৪ কাৰ কাৰ হয়?

  • যিসকলৰ জন্মতাৰিখ ৪, ১৩, ২২, বা ৩১ তেওঁলোকৰ মূল্যাংক ৪ হয়৷ প্ৰকৃততে মূল্যাংক নিৰ্ধাৰণ কৰা হয় জন্ম তাৰিখৰ যোগফলৰ পৰা৷ ধৰা হ’ল যাৰ জন্ম কোনো মাহৰ ২৮ তাৰিখ হয় তেওঁৰ মূল্যাংক হ’ব ২+৮= ১০, ১+০= ১ মনত ৰাখিব মূল্যাংক সকলো সময়ত হয় ১ৰ পৰা ৯ ৰ ভিতৰত৷
  • সংখ্যাতত্ত্বই কৈছে, ৰাহুৰ প্ৰভাৱত ৪ মূল্যাংকৰ ব্যক্তি হয় পৰিশ্ৰমী, জেদি আৰু যুক্তিবাদী প্ৰকৃতিৰ৷ এই ধৰণৰ ব্যক্তিয়ে ৰাজনীতিৰ জগতত নাম আৰু খ্যাতি অৰ্জন কৰিব পাৰে৷
  • অন্যহাতে ৰাহুৰ অশুভ প্ৰভাৱ হ’লে সহজেই বেয়া অভ্যাসৰ চিকাৰ হৈ পৰে ৪ মূল্যাংকৰ ব্যক্তি৷ বেয়া সংগৰ প্ৰভাৱত জীৱনৰ দিশা হেৰুৱাই পেলায়৷ ইয়াৰোপৰি এওঁলোকৰ মাজত প্ৰতাৰণাৰ মনোভাৱে দেখা দিয়ে৷
  • ৰাহুৰ অশুভ প্ৰভাৱ হ’লে এই ধৰণৰ ব্যক্তিয়ে কাকোৱেই দ্বিধা বোধ নকৰে৷ নিজৰ আপোনজনকো প্ৰতাৰণা কৰিবলৈ পিছপৰি নাহে৷ এওঁলোকৰ ওপৰত চকু বন্ধ কৰি ভৰসা কৰা ঠিক নহয়৷
  • তেওঁলোকৰ মূল সমস্যা হৈছে, তেওঁলোকে বেছিভাগ সময় বিভ্ৰান্তিৰ মাজত থাকে৷ বহু সময়ত একঘেয়ামীও হৈ পৰে৷ কেতিয়াবা কেতিয়াবা অযৌক্তিকভাৱে নিজৰ মতক প্ৰতিষ্ঠা কৰিব খোজে৷
  • ভাগ্যৰ সহায় থাকিলে মূল্যাংক ৪ৰ জাতকে বহু সময়ত হঠাৎ ধনী হৈ উঠিব পাৰে৷ আকৌ নিজৰ কুঅভ্যাস নিয়ন্ত্ৰণ নকৰিলে মুহূৰ্তৰ মাজতেই সকলো ধন সম্পদ হেৰুৱাই নিঃস্ব হৈয়ো পৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ
জীৱনশৈলী

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

January 16, 2026
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব
জীৱনশৈলী

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

January 16, 2026
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

January 15, 2026
এক পইছা উপাৰ্জনৰ চেষ্টা নাই…প্ৰাক্তন স্বামীক বেকাৰ আখ্যা দি কি কৈছে মেৰিকমে?
জীৱনশৈলী

এক পইছা উপাৰ্জনৰ চেষ্টা নাই…প্ৰাক্তন স্বামীক বেকাৰ আখ্যা দি কি কৈছে মেৰিকমে?

January 15, 2026
Next Post
পোষ্ট অফিচৰ এই স্কিমত ৫ বছৰত ৰিটাৰ্ণ ১৭ লাখ, ১০০ টকাৰ পৰা বিনিয়োগ আৰম্ভ কৰিব পাৰে আপুনি

পোষ্ট অফিচৰ এই স্কিমত ৫ বছৰত ৰিটাৰ্ণ ১৭ লাখ, ১০০ টকাৰ পৰা বিনিয়োগ আৰম্ভ কৰিব পাৰে আপুনি

আজিৰ পৰাই বৃশ্চিক ৰাশিত বুধ, তুংগত থাকিব আত্মবিশ্বাস, দ্বিগুণ আয় হ’ব এই ৫ৰাশিৰ

আজিৰ পৰাই বৃশ্চিক ৰাশিত বুধ, তুংগত থাকিব আত্মবিশ্বাস, দ্বিগুণ আয় হ’ব এই ৫ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.