• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই সমন্বয় কেৱল দুৰ্গা পূজাতেই দেখিব! ঢাকৰ তালে তালে সাংসদ নুচৰত জাহানেও কৰিলে নৃত্য

এই সমন্বয় কেৱল দুৰ্গা পূজাতেই দেখিব! ঢাকৰ তালে তালে সাংসদ নুচৰত জাহানেও কৰিলে নৃত্য

4 years ago
ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

4 hours ago
সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

4 hours ago
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

5 hours ago
এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

6 hours ago
এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

7 hours ago
ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

7 hours ago
ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

8 hours ago
B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

9 hours ago
ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

10 hours ago
সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

11 hours ago
এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

12 hours ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই সমন্বয় কেৱল দুৰ্গা পূজাতেই দেখিব! ঢাকৰ তালে তালে সাংসদ নুচৰত জাহানেও কৰিলে নৃত্য

editor by editor
October 2, 2022
in জীৱনশৈলী, বিনোদন, বিবিধ
0
এই সমন্বয় কেৱল দুৰ্গা পূজাতেই দেখিব! ঢাকৰ তালে তালে সাংসদ নুচৰত জাহানেও কৰিলে নৃত্য
0
SHARES
965
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ কলিকতাৰ দুৰ্গা পুজা বুলিলেই অন্য মাদকতা৷ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা বেংগলৰ পূজা দৰ্শনৰ বাবেই আহে বহুলোক৷ ক’ৰণাৰ সন্ত্ৰাস কিছু ক্ষাম কটাৰ বাবে বেংগলৰ পূজাত এইবাৰ দেখা গৈছে পৃথক উন্মাদনা৷

বেংগলৰ পূজাই এইবাৰ দৃষ্টি কাঢ়িছে দেশৰ বিভিন্ন স্থানৰ পৰা অহা পৰ্যটকৰ৷ ইতিমধ্যে বেংগলৰ দুৰ্গা পূজাই ইউনেস্কৰো স্বীকৃতি লাভ কৰিছে৷ কলিকতাৰ চহৰতলিত অনুষ্ঠিত পূজাত অংশগ্ৰহণৰ বাবে গৈছে বচিৰহাটৰ সাংসদ তথা অভিনেত্ৰী নুচৰাত জাহানো৷ বিধায়ক সপ্তষী বন্দোপাধ্যায়, চেয়াৰমেন অদিতি মিত্ৰ, বচিৰহাটৰ আই এন টি টি ইউচিৰ জিলা সভাপতি কৌশিক দত্তকে ধৰি বহুকেইজন নেতাক সপ্তমী পূজাৰ দিনাই দেখা গ’ল এই বিশেষ পূজা মণ্ডপত৷

ষষ্ঠীৰ সন্ধি পূজাৰ আশীৰ্বাদ লৈ ঢাক বজাই নৃত্যও কৰিলে সাংসদ নুচৰাতে৷ ঢাকৰ তালে তালে নৃত্য কৰি নুচৰাতে কয় যে বেংগলৰ দুৰ্গা পূজা জাতিভেদ কাহানিও নাছিল ভৱিষ্যতেও নাথাকে৷ সকলো জাতি-জনগোষ্ঠীয়েই দুৰ্গা পূজাক প্ৰধান উৎসৱ হিচাপে পালন কৰে৷ ইফালে অভিনেত্ৰী তথা সাংসদক কাষত পাই বহু অনুৰাগীয়ে ফটো তুলিবৰ বাবে হেতা-ওপৰা কৰাও পৰিলক্ষিত হ’ল বিশেষ পূজা মণ্ডপটোত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in Assamdurga pooja
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!
ভাৰত

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

August 17, 2026
সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?
জীৱনশৈলী

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

August 17, 2026
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?
জীৱনশৈলী

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

August 17, 2026
এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক
বিনোদন

এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

August 17, 2026
Next Post
স্বামী নমৰিল! স্বামীৰ বাবে কিনা কফিন বিক্ৰী কৰিবলৈ পত্নীয়ে দিলে বিজ্ঞাপন, ক’ত এই ঘটনা?

স্বামী নমৰিল! স্বামীৰ বাবে কিনা কফিন বিক্ৰী কৰিবলৈ পত্নীয়ে দিলে বিজ্ঞাপন, ক’ত এই ঘটনা?

ফাইন ১০,০০০ টকা! সুৰাপান কৰি গাড়ী নচলাবই

ফাইন ১০,০০০ টকা! সুৰাপান কৰি গাড়ী নচলাবই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.