• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফাইন ১০,০০০ টকা! সুৰাপান কৰি গাড়ী নচলাবই

ফাইন ১০,০০০ টকা! সুৰাপান কৰি গাড়ী নচলাবই

4 years ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

33 minutes ago
‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

2 hours ago
বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

2 hours ago
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

2 hours ago
লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

3 hours ago
একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

4 hours ago
আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

5 hours ago
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

5 hours ago
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

6 hours ago
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

6 hours ago
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

7 hours ago
পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

ফাইন ১০,০০০ টকা! সুৰাপান কৰি গাড়ী নচলাবই

editor by editor
October 2, 2022
in অপৰাধ, অসম, খাদ্য, গুৱাহাটী, ভ্ৰমণ
0
ফাইন ১০,০০০ টকা! সুৰাপান কৰি গাড়ী নচলাবই
0
SHARES
270
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ পূজাৰ বতৰতেই সুৰাপায়ীলৈ সতৰ্কবাণী ৰাজ্যৰ পৰিবহণ বিভাগৰ৷ পূজাৰ বতৰত সুৰাপান কৰি চলাব নোৱাৰিব গাড়ী৷ সুৰাপান কৰি গাড়ী চলালে ভৰিব লাগিব ১০ হাজাৰ টকাৰ জৰিমনা৷ সুৰাপায়ীক লৈ কঠোৰ হৈছে মহানগৰ প্ৰশাসন৷

সুৰাপান কৰি বাহন চলালে সুৰাপায়ীয়ে ভৰিব লাগিব ১০ হাজাৰ টকাৰ জৰিমনা। জৰিমনা দিয়াই নহয় সুৰাপান কৰি গাড়ী চলালে বাতিল হ’ব লাইচেঞ্চো৷ সুৰাপায়ীলৈ এই সতৰ্কবাণী দিছে পৰিবহন বিষয়া গৌতম দাসে৷

ইফালে দুচকীয়া বাহনৰ চালক-আৰোহীয়েও পৰিধান কৰিব লাগিব হেলমেট৷ হেলমেট পৰিধান নকৰাকৈ দুচকীয়া বাহন চলালেও ভৰিব লাগিব জৰিমনা।
উল্লেখ্য যে দুৰ্গা পূজাৰ মহাষষ্ঠীৰ পূজাৰ দিনাই গুৱাহাটী জিলা পৰিবহন বিভাগে চলাইছে এই অভিযান। ষষ্ঠীৰ নিশা চলোৱা অভিযানতো পৰিবহণ বিভাগৰ জালত পৰিছে বহুকেইজন সুৰাপায়ী চালক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’
অসম

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

October 18, 2026
বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!
অসম

বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

October 18, 2026
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ
অসম

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

October 18, 2026
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ
অপৰাধ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

October 18, 2026
Next Post
এয়া আকৌ কি কৰিলে? অসুৰৰ সলনি দেৱী দুৰ্গাই বধ কৰিলে মহাত্মা গান্ধীক

এয়া আকৌ কি কৰিলে? অসুৰৰ সলনি দেৱী দুৰ্গাই বধ কৰিলে মহাত্মা গান্ধীক

বিজ্ঞানীৰ দাবী! কয়লাৰ সলনি মানুহৰ মলেৰে উৎপাদিত হ’ব বিদ্যুত শক্তি

বিজ্ঞানীৰ দাবী! কয়লাৰ সলনি মানুহৰ মলেৰে উৎপাদিত হ’ব বিদ্যুত শক্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.