• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এয়া আকৌ কি কৰিলে? অসুৰৰ সলনি দেৱী দুৰ্গাই বধ কৰিলে মহাত্মা গান্ধীক

এয়া আকৌ কি কৰিলে? অসুৰৰ সলনি দেৱী দুৰ্গাই বধ কৰিলে মহাত্মা গান্ধীক

4 years ago
নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

10 minutes ago
জামিন পালেই শ্যামকানুৱে বিজয় মালিয়াৰ দৰে দেশ এৰি পলাব! জুবিনকেই নহয় গৰিমা গাৰ্গকো কেনেদৰে প্ৰতাৰণা কৰিছে শ্যামকানুৱে?

জামিন পালেই শ্যামকানুৱে বিজয় মালিয়াৰ দৰে দেশ এৰি পলাব! জুবিনকেই নহয় গৰিমা গাৰ্গকো কেনেদৰে প্ৰতাৰণা কৰিছে শ্যামকানুৱে?

30 minutes ago
জুনতেই গুৰু গোচৰ, ৫ৰাশিৰ ভাগ্যত পৰিব প্ৰভাৱ, কি কি ঘটিব পাৰে এইকেইটা ৰাশিৰ জীৱনত?

জুনতেই গুৰু গোচৰ, ৫ৰাশিৰ ভাগ্যত পৰিব প্ৰভাৱ, কি কি ঘটিব পাৰে এইকেইটা ৰাশিৰ জীৱনত?

45 minutes ago
ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক

ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক

1 hour ago
ঘৰত পঁইতাচোৰা থকাটো শুভ নে অশুভ সংকেত? হওক সাৱধান

ঘৰত পঁইতাচোৰা থকাটো শুভ নে অশুভ সংকেত? হওক সাৱধান

2 hours ago
বাৰে বাৰে পানীৰ পিয়াহ, ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে পানীৰ পিয়াহ, ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

2 hours ago
গৰমৰ দিনত হাত ভৰি কিয় ফুলে? কেতিয়া সাৱধান হ’ব লাগে জনালে চিকিৎসকে

গৰমৰ দিনত হাত ভৰি কিয় ফুলে? কেতিয়া সাৱধান হ’ব লাগে জনালে চিকিৎসকে

3 hours ago
পৰীক্ষা বা ইণ্টাৰভিউৰ পূৰ্বে শৌচ লগাৰ অনুভৱ হয় নেকি? তেন্তে জানক কাৰণ

পৰীক্ষা বা ইণ্টাৰভিউৰ পূৰ্বে শৌচ লগাৰ অনুভৱ হয় নেকি? তেন্তে জানক কাৰণ

4 hours ago
আজি বিধানসভাত উত্থাপন UCC বিধেয়ক, UCC বলবৎ হ’লে কি কি হ’ব পৰিৱৰ্তন?

আজি বিধানসভাত উত্থাপন UCC বিধেয়ক, UCC বলবৎ হ’লে কি কি হ’ব পৰিৱৰ্তন?

4 hours ago
কৰ্মস্থলীত অশান্তি, অতিমাত্ৰা চিন্তা আৰু মানসিক চাপ, আঁৰত আছে এইবোৰ কাৰণ?

কৰ্মস্থলীত অশান্তি, অতিমাত্ৰা চিন্তা আৰু মানসিক চাপ, আঁৰত আছে এইবোৰ কাৰণ?

5 hours ago
বিপদলৈ ভয় নকৰে ৪ ৰাশিৰ লোকে, সাহস আৰু আত্মবিশ্বাসেৰে পাব সফলতা!

বিপদলৈ ভয় নকৰে ৪ ৰাশিৰ লোকে, সাহস আৰু আত্মবিশ্বাসেৰে পাব সফলতা!

6 hours ago
পাকিস্তানত সংকট! তেলৰ পিছত এতিয়া ৰুটিৰ বাবে কৰিছে হাহাকাৰ

পাকিস্তানত সংকট! তেলৰ পিছত এতিয়া ৰুটিৰ বাবে কৰিছে হাহাকাৰ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী ফেশ্বন

এয়া আকৌ কি কৰিলে? অসুৰৰ সলনি দেৱী দুৰ্গাই বধ কৰিলে মহাত্মা গান্ধীক

editor by editor
October 3, 2022
in ফেশ্বন, বিবিধ, ভাৰত
0
এয়া আকৌ কি কৰিলে? অসুৰৰ সলনি দেৱী দুৰ্গাই বধ কৰিলে মহাত্মা গান্ধীক
0
SHARES
8.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দেশজুৰি এতিয়া দুৰ্গা পূজাৰ উল্লাস। যদিও সমগ্ৰ দেশতেই পূজাৰ উছাহ। তাৰ মাজতেই পশ্চিমবংগৰ পূজা বুলিলেই অন্য মাদকতা। প্ৰত্যেকবাৰেই পশ্চিমবংগৰ  পূজাত দেখা যায় মণ্ডপ, প্ৰতিমাত বিভিন্ন ব্যতিক্ৰমতা। থিম পূজাৰ বাবে বিখ্যাত ৰুবী পাৰ্কত এইবাৰো দেখা গৈছে ব্যতিক্ৰম প্ৰতিমা। ৰুবী পাৰ্কত এইবাৰ দেৱী দুৰ্গাৰ হাতেৰে বধ কৰা হৈছে মহাত্মা গান্ধীক। মহাত্মা গান্ধীক বধ কৰা এই প্ৰতিমাক লৈ এতিয়া দেশজুৰি সৃষ্টি হৈছে তুমুল বিতৰ্ক।

হিন্দু মহাসভাই আয়োজন কৰা এই দুৰ্গা পূজাৰ প্ৰতিমাক লৈয়ে হৈছে সমস্ত বিতৰ্ক। দুৰ্গাৰ হাতত মহাত্মা গান্ধীৰ নিধনক লৈ অসন্তুষ্ঠ তৃণমূল কংগ্ৰেছ দলো। তৃণমূল কংগ্ৰেছ দলৰ মুখপাত্ৰ কুণাল ঘোষে এই কাৰ্যৰ নিন্দা কৰি কয়, ‘এতিয়াহে বিজেপি দলৰ আচল মুখ বাহিৰলৈ আহিছে। তেওঁলোক গডছেৰ পূজাৰী, গান্ধীৰ হত্যাকাৰীৰ পূজাৰী। এই কাৰ্যৰ আমি তীব্ৰ বিৰোধীতা কৰিছো। গান্ধীজী আন্তৰ্জাতিক ইতিহাসত ভাৰতবৰ্ষৰ অন্যতম এটা প্ৰতীক। তেওঁক এনেদৰে অৱমাননা কৰাটো মানিব নোৱাৰি। জাতিৰ জনকক কৰা অপমান আৰু সহ্য কৰিব নোৱাৰি।’

উল্লেখ্য যে দেওবাৰে সপ্তমী পূজাৰ সন্ধিয়া দুৰ্গা প্ৰতিমাৰ এই বিতৰ্কিত ছবি ভাইৰেল হৈ পৰে। সামাজিক মাধ্যমত ভাইৰেল এই ছবিক লৈ ৰাজনৈতিক মহলেও প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। দেশজুৰি প্ৰতিক্ৰিয়া হোৱাত পূজা কমিটীৰ বিষয়ববীয়াসকলে মূৰ্তিটো সলনি কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। পূৰ্বৰ মূৰ্তিটোতেই গোঁফ আৰু চুলি লগাই অসুৰৰৰূপ দিয়াৰ চেষ্টা কৰিছে। চছমাও আতঁৰাই দিবলৈ বাধ্য হৈছে কমিটীখনে।

মূৰ্তিৰ সালসলনিৰ বিষয়ে অবগত হোৱাৰ পিছতেই এই সম্পৰ্কে মুখ খুলিছে বেংগল বিজেপিৰ ৰাজ্যিক কৰ্মকৰ্তাসকলে। ৰাজ্যিক সভাপতি সুকান্ত মজুমদাৰে মন্তব্য প্ৰকাশ কৰি কয়, ‘এয়া একেবাৰেই ভাল কাম হোৱা নাই। গান্ধীজীক অপমান কৰাটো আমিও মানিব নোৱাৰো।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক
জীৱনশৈলী

নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

May 25, 2026
ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক
জীৱনশৈলী

ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক

May 25, 2026
ঘৰত পঁইতাচোৰা থকাটো শুভ নে অশুভ সংকেত? হওক সাৱধান
জীৱনশৈলী

ঘৰত পঁইতাচোৰা থকাটো শুভ নে অশুভ সংকেত? হওক সাৱধান

May 25, 2026
বাৰে বাৰে পানীৰ পিয়াহ, ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?
জীৱনশৈলী

বাৰে বাৰে পানীৰ পিয়াহ, ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

May 25, 2026
Next Post
বিজ্ঞানীৰ দাবী! কয়লাৰ সলনি মানুহৰ মলেৰে উৎপাদিত হ’ব বিদ্যুত শক্তি

বিজ্ঞানীৰ দাবী! কয়লাৰ সলনি মানুহৰ মলেৰে উৎপাদিত হ’ব বিদ্যুত শক্তি

চৰম দায়িত্বহীনতা! খেল স্তব্ধ হোৱা ২৩ মিনিটক লৈ চলিছে দেশে দেশে চৰ্চা

চৰম দায়িত্বহীনতা! খেল স্তব্ধ হোৱা ২৩ মিনিটক লৈ চলিছে দেশে দেশে চৰ্চা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.