• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোন বাৰু এওঁ? চিনি পাইছে নে আপুনি? এই মৰম লগা মূখখন এগৰাকী জনপ্ৰিয় অভিনেত্ৰী…

কোন বাৰু এওঁ? চিনি পাইছে নে আপুনি? এই মৰম লগা মূখখন এগৰাকী জনপ্ৰিয় অভিনেত্ৰী…

4 years ago
নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

36 minutes ago
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

1 hour ago
মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

1 hour ago
ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

2 hours ago
মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

2 hours ago
সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

2 hours ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

3 hours ago
ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

3 hours ago
শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!

শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!

4 hours ago
সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

4 hours ago
আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

5 hours ago
১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!

১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

কোন বাৰু এওঁ? চিনি পাইছে নে আপুনি? এই মৰম লগা মূখখন এগৰাকী জনপ্ৰিয় অভিনেত্ৰী…

editor by editor
January 16, 2022
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত
0
কোন বাৰু এওঁ? চিনি পাইছে নে আপুনি? এই মৰম লগা মূখখন এগৰাকী জনপ্ৰিয় অভিনেত্ৰী…
0
SHARES
491
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ফটোখন বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটৰ। সামাজিক মাধ্যমত যথেষ্ট সক্ৰিয় হৈ থাকে কংগনা। প্ৰায় নিজৰ ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰি থাকে অভিনেত্ৰীগৰাকীয়ে। এইবাৰ নিজৰ আৰু তেওঁৰ ভগ্নী ৰঙ্গোলী চান্দেলৰ শৈশৱৰ কেইবাখনো ফটো শ্বেয়াৰ কৰিছে ছচিয়েল মিডিয়াত। এই ছবিবোৰত নিজৰ প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে কংগনাই।

কংগনা ৰাণাৱটে নিজৰ ইনষ্টাগ্ৰাম ষ্টৰীত ২০০০ চনত মাকৰ সৈতে উঠা এখন ফটো শ্বেয়াৰ কৰিছে। কংগনাই সেই সময়ত নৱম শ্ৰেণীত পঢ়ি আছিল। তেওঁ লিখিছে, ফটোখন নৱম শ্ৰেণী হ’ব লাগে, বৰ্ষ 2000ৰ”

কংগনা ৰাণাৱটে ভগ্নী ৰংগোলী চান্দেল আৰু দেউতাকৰ এখন ফটো শ্বেয়াৰ কৰিছে। এই ছবিখনত ৰংগোলীয়ে হাতত এটা মোবাইল ধৰি আছে আৰু দেউতাকে চাই আছে। ইয়াক শ্বেয়াৰ কৰি কংগনাই লিখিছে ৰংগোলী আৰু পাপা। ৰংগোলী চোৱা, মই কি পালোঁ!লগতে কংগনা ৰাণাৱটে নিজৰ স্কুলৰ দিনবোৰৰ এখন ফটো শ্বেয়াৰ কৰিছে। ইয়াত কংগনা আৰু নিজৰ বন্ধুবৰ্গক পৰম্পৰাগত পোছাকত দেখিবলৈ পোৱা গৈছে। আন এখন স্কুলৰ দিনৰ পৰা ফটোত কংগনাক দেখিবলৈ পোৱা গৈছে বন্ধু নেন্সীৰ সৈতে।

কংগনা ৰাণাৱটে প্ৰায়ে অনুৰাগীসকলৰ সৈতে নিজৰ শৈশৱৰ অভিজ্ঞতা শ্বেয়াৰ কৰে। হিমাচলৰ এখন সৰু গাঁৱৰ পৰা গৈ মায়া নাগৰীত দপদপাই আছে কংগনা।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: actressguess whokangana childhoodkangana ranautkangana Ranaut childhoodkangana ranawatkangana tweetphotowho is she
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?
খাদ্য

নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

March 31, 2026
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?
অসম

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

March 31, 2026
মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?
জীৱনশৈলী

মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

March 31, 2026
ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ
জীৱনশৈলী

ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

March 31, 2026
Next Post
ৰাজ্যৰ এইসকল লোকক চৰকাৰী SOP আৰু প্ৰশাসনৰ নিয়মে নোম এডালো চিঙিব নোৱাৰিলে

ৰাজ্যৰ এইসকল লোকক চৰকাৰী SOP আৰু প্ৰশাসনৰ নিয়মে নোম এডালো চিঙিব নোৱাৰিলে

‘পুষ্পা’ ছবিৰ ‘চামি চামি’ গানেৰে আকৌ খলকনি কিলি পলৰ

'পুষ্পা' ছবিৰ 'চামি চামি' গানেৰে আকৌ খলকনি কিলি পলৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.