• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাৰ কেনে প্ৰদৰ্শন?

কাৰ কেনে প্ৰদৰ্শন?

5 years ago
এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

1 hour ago
বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

2 hours ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

2 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

2 hours ago
সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

3 hours ago
মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

4 hours ago
স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

4 hours ago
প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

4 hours ago
আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

5 hours ago
ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

5 hours ago
বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

6 hours ago
অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

কাৰ কেনে প্ৰদৰ্শন?

editor by editor
August 8, 2021
in ক্ৰীড়া, গুৱাহাটী, বিশ্ব
0
কাৰ কেনে প্ৰদৰ্শন?
0
SHARES
64
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ অলিম্পিকৰ প্ৰায় অন্তিম মুহূৰ্তত টকিঅ’ৰ আকাশত গুঞ্জৰিত হ’ল ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত। নীৰজ চোপ্ৰাৰ স্বৰ্ণৰে উজ্বলিল ভাৰতবৰ্ষ। সুদীৰ্ঘ ১২ বছৰৰ অন্তত ভাৰতে অলিম্পিকত লাভ কৰিলে সোণৰ পদক। ইয়াৰ লগে লগে ব্যক্তিগত শাখাত ভাৰতৰ হৈ সোণৰ পদৰ লাভ কৰা দ্বিতীয়গৰাকী খেলুৱৈ হিচাপে পৰিগণিত হ’ল নীৰজ চোপ্ৰা। টকিঅ’ অলিন্পিকত ভাৰতে লাভ কৰে সৰ্বমুঠ ৭টা পদক, ইয়াৰে ১টা সোণৰ, ২টা ৰূপৰ আৰু ৪টা ব্ৰঞ্জৰ। ৭টা পদকেৰে পদক তালিকাৰ ৪৭ সংখ্যক স্থান লাভ কৰে ভাৰতে।  ১১০টা পদকেৰে পদক তালিকাৰ শীৰ্ষত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ, ৮৭টা পদকেৰে তালিকাৰ দ্বিতীয় স্থানত আছে চীন আৰু ৫৮টা পদকেৰে তালিকাৰ তৃতীয় স্থান দখল কৰে জাপানে।  ২০৬ খন দেশৰ প্ৰায় ১১ হাজাৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰে টকিঅ’ অলিম্পিকত। অলিম্পিকৰ ইতিহাসত প্ৰথমবাৰৰ বাবে দৰ্শকশূন্য হৈ ৰ’ল ষ্টেডিয়াম। ক’ৰোনা মহামাৰীৰ বাবে কঠোৰ কোভিড বিধিৰ মাজেৰে অনুষ্ঠিত কৰিবলগীয়া হ’ল টকিঅ’ অলিম্পিক। ২০২০ বৰ্ষত অনুষ্ঠিত হ’বলগীয়া অলিম্পিক কোভিড-১৯ৰ বাবে পিছুৱাই দিয়া হৈছিল যদিও চলিত বৰ্ষতো পূৰ্বৰ দৰে খেল অনুষ্ঠিত কৰাত কোভিডে প্ৰভাৱ পেলায়। আয়োজকে ‘বায়’ বাবল’ সুৰক্ষাৰ ব্যৱস্থা কৰিছিল যদিও অলিম্পিক অনুষ্ঠিত হোৱাৰ প্ৰাক মুহূৰ্তত টকিঅ’ৰ ‘গেমচ ভিলেজ’ত সংক্ৰমিত হয় ক’ৰোনা। প্ৰতিযোগিতাত অংশগ্ৰহন নকৰাকৈ প্ৰায় ৮৫০গৰাকী খেলুৱৈসহ প্ৰশিক্ষক টকিঅ’ৰ পৰা ৰাওনা হয় স্ব-গৃহলৈ। ইফালে, বিশ্বৰ ১০ হাজাৰৰো অধিক খেলুৱৈৰ মাজত জিলিকি উঠিল অসম কন্যা লাভলীনা বৰগোহাঁই। মহিলা বক্সিঙত ব্ৰঞ্জৰ পদক লাভ কৰে লাভলীনাই। মণিপুৰৰ মীৰাবাঈ চানুৱে ভাৰত্তোলনত ৰূপৰ পদক লাভ কৰে। উত্তৰ-পূবৰ দুয়োগৰাকী খেলুৱৈয়ে গৌৰাৱান্বিত কৰে দেশবাসীক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24olympic
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
বিনোদন

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

April 12, 2026
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে
জীৱনশৈলী

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

April 11, 2026
‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?
বিশ্ব

‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

April 11, 2026
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে
ক্ৰীড়া

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

April 11, 2026
Next Post
টকিঅ’ অলিম্পিক সমাপ্ত, দর্শক শূন্য ষ্টেডিয়ামত ১১ হাজাৰ খেলুৱৈ

টকিঅ’ অলিম্পিক সমাপ্ত, দর্শক শূন্য ষ্টেডিয়ামত ১১ হাজাৰ খেলুৱৈ

‘মুখ্যমন্ত্ৰীক সাক্ষাতৰ বিনিময়ত ৫ হাজাৰ টকা, জনতা ভৱনত দালালৰাজ’

‘মুখ্যমন্ত্ৰীক সাক্ষাতৰ বিনিময়ত ৫ হাজাৰ টকা, জনতা ভৱনত দালালৰাজ’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.