• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গাজাৰ ১৩মহলীয়া ভঙা অট্টালিকাৰ তলৰ পৰা জীৱন্তে উদ্ধাৰ এটি এমহীয়া শিশু! মৃত মাতৃৰ স্তনপান কৰাৰ দৃশ্য দেখি সেমেকি উঠিল ইহুদি সেনাৰো দুচকু

গাজাৰ ১৩মহলীয়া ভঙা অট্টালিকাৰ তলৰ পৰা জীৱন্তে উদ্ধাৰ এটি এমহীয়া শিশু! মৃত মাতৃৰ স্তনপান কৰাৰ দৃশ্য দেখি সেমেকি উঠিল ইহুদি সেনাৰো দুচকু

3 years ago
‘মাত্ৰ ৩০ ছেকেণ্ড, বিকিনি পিন্ধা…!’ কিয় এইগৰাকী অভিনেত্ৰীগৰাকীয়ে পাইছিল অশান্তি?

‘মাত্ৰ ৩০ ছেকেণ্ড, বিকিনি পিন্ধা…!’ কিয় এইগৰাকী অভিনেত্ৰীগৰাকীয়ে পাইছিল অশান্তি?

23 seconds ago
দুঃখবৰ! দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতাৰ দেহাৱসান

দুঃখবৰ! দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতাৰ দেহাৱসান

1 hour ago
জুলাইত গ্ৰহই সলাব গতি, কোনবোৰ ৰাশিৰ হ’ব লাভ আৰু কাৰ হ’ব লোকচান?

জুলাইত গ্ৰহই সলাব গতি, কোনবোৰ ৰাশিৰ হ’ব লাভ আৰু কাৰ হ’ব লোকচান?

2 hours ago
পাছপ’ৰ্ট, ক্ৰেডিট কাৰ্ড আৰু ITR ৰ নিয়ম সলনি, ১ জুলাইৰ পৰা আপোনাৰ পকেটত পৰিব প্ৰভাৱ

পাছপ’ৰ্ট, ক্ৰেডিট কাৰ্ড আৰু ITR ৰ নিয়ম সলনি, ১ জুলাইৰ পৰা আপোনাৰ পকেটত পৰিব প্ৰভাৱ

3 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

8th Pay Commission: ফিটমেণ্ট ফেক্টৰ পৰিৱৰ্তনৰ ফলত আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব?

4 hours ago
বন্ধ হ’ব নেকি পুৰণি ১০, ২০, ৫০ আৰু ১০০ টকীয়া নোট? বেংকে স্পষ্ট কৰিলে এই কথা

বন্ধ হ’ব নেকি পুৰণি ১০, ২০, ৫০ আৰু ১০০ টকীয়া নোট? বেংকে স্পষ্ট কৰিলে এই কথা

5 hours ago
দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

19 hours ago
১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?

২ জুলাইত সাৱধানে থাকক ৪ ৰাশি! শনিয়ে প্ৰৱেশ কৰিব ৰেৱতী নক্ষত্ৰত

19 hours ago
খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক

খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক

19 hours ago
কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত

কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত

20 hours ago
গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

৩৫ বছৰৰ পিছত গৰ্ভৱতী হোৱাটো কিমান সুৰক্ষিত? বিশেষজ্ঞৰ পৰা জানক

21 hours ago
সকলো বিপদ আঁতৰিব, মাথোঁ এই ৪ বিধ প্ৰসাদেৰে হনুমানক কৰক সন্তুষ্ট!

সকলো বিপদ আঁতৰিব, মাথোঁ এই ৪ বিধ প্ৰসাদেৰে হনুমানক কৰক সন্তুষ্ট!

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গাজাৰ ১৩মহলীয়া ভঙা অট্টালিকাৰ তলৰ পৰা জীৱন্তে উদ্ধাৰ এটি এমহীয়া শিশু! মৃত মাতৃৰ স্তনপান কৰাৰ দৃশ্য দেখি সেমেকি উঠিল ইহুদি সেনাৰো দুচকু

editor by editor
October 14, 2023
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
গাজাৰ ১৩মহলীয়া ভঙা অট্টালিকাৰ তলৰ পৰা জীৱন্তে উদ্ধাৰ এটি এমহীয়া শিশু! মৃত মাতৃৰ স্তনপান কৰাৰ দৃশ্য দেখি সেমেকি উঠিল ইহুদি সেনাৰো দুচকু
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ গাজাত এটাৰ পাছত আনটো ৰকেট আক্ৰমণ ইজৰাইলৰ। চাৰিওফালে ধ্বংসৰ ছবি। তাছপাতৰ দৰে খহি পৰিছে কেইবামহলীয়া অট্টালিকা। এই অট্টালিকাৰ তলত চেপা খায়েই মৃত্যু হৈছে বহুলোকৰ। প্ৰাণ ৰক্ষা কৰিবলৈ গাজা এৰি নিৰাপদ আশ্ৰয় বিচাৰি গাজা এৰিছে স্থানীয়লোকসকলে। আহতসকলক ধ্বংসস্তুপৰ তলৰ পৰা উদ্ধাৰ কৰিছে একাংশ উদ্ধাৰকাৰী দলে। উদ্ধাৰকাৰী দলে ১৩ মহলীয়া এটা অট্টালিকাৰ তলৰ পৰা জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এটি শিশুক।

কংক্ৰীটৰ তলৰ পৰা শিশুটিক জীৱন্তে উদ্ধাৰ কৰি আচৰিতো হৈছে উদ্ধাৰকাৰী দল। এগৰাকী মহিলাৰ নিথৰ দেহৰ কাষতেই জীৱন্ত অৱস্থাত লাভ কৰিছে শিশুটিক। মৃত মাতৃৰ দেহৰ পৰা স্তন্যপান কৰি আছিল শিশুটিয়ে। এই দৃশ্য দেখি উদ্ধাৰকাৰী দলৰ বহুতেই কান্দিও পেলাইছে। হামাছৰ আক্ৰমণত ইজৰাইলত ১৩০০ জনতকৈয়ো অধিক লোকে প্ৰাণ হেৰুৱাইছিল। আহত হৈছিল কেইবাশ ব্যক্তি। অন্যহাতে ইজৰাইলে গাজাত চলোৱা আক্ৰমণত বৰ্তমানলৈকে ১৪০০তকৈয়ো অধিক লোকে প্ৰাণ হেৰুৱাইছে। প্ৰতিমুহূৰ্ততেই চলি আছে আক্ৰমণ। ইজৰাইলী বাহিনীয়ে পূৰ্ণগতিত যুদ্ধ অব্যাহত ৰখাৰ মাজতেই বহুতেই নিজৰ আত্মীয়ক বিচাৰি উদ্ধাৰ অভিযানো চলাই আছে। ১৩মহলীয়া ভঙা অট্টালিকাৰ তলত এমহীয়া শিশুটিক জীৱন্তে উদ্ধাৰ কৰি আচৰিত হৈ পৰিছে উদ্ধাৰকাৰী দলো।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মাত্ৰ ৩০ ছেকেণ্ড, বিকিনি পিন্ধা…!’ কিয় এইগৰাকী অভিনেত্ৰীগৰাকীয়ে পাইছিল অশান্তি?
বিনোদন

‘মাত্ৰ ৩০ ছেকেণ্ড, বিকিনি পিন্ধা…!’ কিয় এইগৰাকী অভিনেত্ৰীগৰাকীয়ে পাইছিল অশান্তি?

June 28, 2026
দুঃখবৰ! দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতাৰ দেহাৱসান
বিনোদন

দুঃখবৰ! দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতাৰ দেহাৱসান

June 28, 2026
জুলাইত গ্ৰহই সলাব গতি, কোনবোৰ ৰাশিৰ হ’ব লাভ আৰু কাৰ হ’ব লোকচান?
জীৱনশৈলী

জুলাইত গ্ৰহই সলাব গতি, কোনবোৰ ৰাশিৰ হ’ব লাভ আৰু কাৰ হ’ব লোকচান?

June 28, 2026
পাছপ’ৰ্ট, ক্ৰেডিট কাৰ্ড আৰু ITR ৰ নিয়ম সলনি, ১ জুলাইৰ পৰা আপোনাৰ পকেটত পৰিব প্ৰভাৱ
বাণিজ্য

পাছপ’ৰ্ট, ক্ৰেডিট কাৰ্ড আৰু ITR ৰ নিয়ম সলনি, ১ জুলাইৰ পৰা আপোনাৰ পকেটত পৰিব প্ৰভাৱ

June 28, 2026
Next Post
ইণ্ডিয়া vs পাকিস্তানঃ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ভাৰতীয় বলাৰে দেখুৱালে খেল! নিৰ্ধাৰিত ৫০ অভাৰো সম্পূৰ্ণ কৰিব নোৱাৰিলে বাবৰ বাহিনীয়ে

ইণ্ডিয়া vs পাকিস্তানঃ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ভাৰতীয় বলাৰে দেখুৱালে খেল! নিৰ্ধাৰিত ৫০ অভাৰো সম্পূৰ্ণ কৰিব নোৱাৰিলে বাবৰ বাহিনীয়ে

২৪ ঘণ্টাত ১০ লাখ মানুহক ঘৰ খালী কৰাৰ নিৰ্দেশ ইহুদী সেনাৰ! গৃহহীন ৪লাখ পেলেষ্টাইনী লোক ক’লৈ যাব?

২৪ ঘণ্টাত ১০ লাখ মানুহক ঘৰ খালী কৰাৰ নিৰ্দেশ ইহুদী সেনাৰ! গৃহহীন ৪লাখ পেলেষ্টাইনী লোক ক’লৈ যাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.