• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সকলো নিহত নহয়, ৰক্ষা পৰিছে এজনৰ জীৱন, বিমানৰ কোন চিটত যাত্ৰা কৰিছিল তেওঁ? কি কৈছে আৰক্ষী সূত্ৰই?

10 months ago
এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

25 minutes ago
নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

1 hour ago
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

2 hours ago
মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

3 hours ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

4 hours ago
শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!

সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সকলো নিহত নহয়, ৰক্ষা পৰিছে এজনৰ জীৱন, বিমানৰ কোন চিটত যাত্ৰা কৰিছিল তেওঁ? কি কৈছে আৰক্ষী সূত্ৰই?

সকলো নিহত নহয়, ৰক্ষা পৰিছে এজনৰ জীৱন, বিমানৰ কোন চিটত যাত্ৰা কৰিছিল তেওঁ? কি কৈছে আৰক্ষী সূত্ৰই?

editor by editor
June 12, 2025
in জীৱনশৈলী
0
সকলো নিহত নহয়, ৰক্ষা পৰিছে এজনৰ জীৱন, বিমানৰ কোন চিটত যাত্ৰা কৰিছিল তেওঁ? কি কৈছে আৰক্ষী সূত্ৰই?
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত এজন যাত্ৰীৰ কথমপি প্ৰাণ ৰক্ষা পৰিছে৷ এই তথ্য জনাইছে আহমেদাবাদ আৰক্ষী কমিছনাৰ জি এ মালিকে৷ সংবাদ সংস্থা এ এন আইক তেওঁ জনাইছে যে আৰক্ষীয়ে তেওঁক বিচাৰি উলিয়াইছে৷ ১১ এ আসনত বহিছিল সেই যাত্ৰী৷ বৰ্তমান তেওঁ হাস্পতালত ভৰ্তি হৈ আছে৷ তেওঁৰ ইমাৰ্জেন্সি চিকিৎসা চলি আছে৷

গুজৰাটৰ আহমেদাবাদ সৰ্দাৰ বল্লভভাই পেটেল বিমানবন্দৰৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ পাঁচ মিনিট পাছতেই ভাঙি পৰিছিল লণ্ডনগামী বিমানখন৷ অসামৰিক বিমান পৰিবহন নিয়ন্ত্ৰক সংস্থাই জনাইছে যে বিমানখনত মুঠ ২৪২জন যাত্ৰী আছিল৷ তেওঁলোকৰ মাজত ২৩০ জন যাত্ৰী আৰু ১২ জন বিমানকৰ্মী৷ ঘটনাৰ এটা ভিডিঅ’ প্ৰকাশ হৈছে৷ ভিডিঅত দেখা গৈছে কিছুক্ষণ উৰাৰ পাছতেই বিমানখনৰ পিছফালৰ অংশটো তলৰ দিশে নামি নামি হঠাৎ মাটিত ভাঙি পৰে৷ বিমানখন ভাঙি পৰিছে বিমানবন্দৰৰ নিচেই কাষত৷  ৰয়টাৰ্ছক আহমেদাবাদ আৰক্ষীয়ে জনোৱা অনুসৰি চহৰৰ এখন হাস্পতাললৈ এতিয়ালৈক ১০০টা দেহ অনা হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?
খাদ্য

March 31, 2026
নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?
খাদ্য

নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

March 31, 2026
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?
অসম

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

March 31, 2026
মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?
জীৱনশৈলী

Next Post
মিৰাকল…অভিশপ্ত বিমান দুৰ্ঘটনাত একমাত্ৰ ৰক্ষা পৰিছে ৰমেশ কুমাৰ বিশ্বাসৰ জীৱন, হাস্পতালৰ পৰা কি জনাইছে ৰমেশে?

মিৰাকল...অভিশপ্ত বিমান দুৰ্ঘটনাত একমাত্ৰ ৰক্ষা পৰিছে ৰমেশ কুমাৰ বিশ্বাসৰ জীৱন, হাস্পতালৰ পৰা কি জনাইছে ৰমেশে?

চকুৰ কোণত এফুটা পানী লৈ মাতৃয়ে কৈছে, ‘এই দুখন হাতেৰে তোক ডাঙৰ কৰিছিলো আই’ এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত নিহত ক্ৰুৰ মেম্বাৰ নগানথোই শৰ্মাৰ ঘৰৰ বিশেষ ভিডিঅ’ ভাইৰেল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন