অস্কাৰ ২০২৫: শ্ৰেষ্ঠ অভিনেতাৰ বঁটা এড্ৰিয়ান ব্ৰডীলৈ, শ্ৰেষ্ঠ অভিনেত্ৰী মিকি মেডিচন
আজি ৩ মাৰ্চ তাৰিখ সোমবাৰে বিশ্বৰ সৰ্ববৃহৎ চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান অস্কাৰ ২০২৫ৰ বিজেতা সকলৰ নাম কৰা হৈছে। আমেৰিকাৰ লছ এঞ্জেলছৰ ডলবি থিয়েটাৰত অনুষ্ঠিত হৈছে ৯৭ সংখ্যক একাডেমী বঁটা প্ৰদান অনুষ্ঠান।
এইবাৰ অস্কাৰৰ দৌৰত শ্ৰেষ্ঠ লাইভ এক্সন চুটি ছবি শিতানত মনোনিত হৈছিল ‘অনুজা’ নামৰ ভাৰতীয় ছবিখন, এই ছবিখন গুণিত মংগা আৰু প্ৰিয়ংকা চোপ্ৰা জোনাছে যুটীয়াভাৱে নিৰ্মাণ কৰিছিল। কিন্তু সফল হব নোৱাৰে, ‘আই এম নট এ ৰবট’ ছবিখন জয়ী হ’য় এই শিতানত।
৯৭ সংখ্যক এইবাৰ অস্কাৰত বঁটা প্ৰাপকৰ তালিকা-
শ্ৰেষ্ঠ অভিনেতা – এড্ৰিয়ান ব্ৰডী (Adrien Brody) (The Brutalist)
শ্ৰেষ্ঠ অভিনেত্ৰী – মিকি মেডিচন (Mikey Medison) (Anora)
শ্ৰেষ্ঠ ছবি- অনোৰা (Anora)
শ্ৰেষ্ঠ পৰিচালক – সীন বেকৰ (Sean Baker) (Anora)
শ্ৰেষ্ঠ সহযোগী অভিনেতা – কৰেন কুলিন (Karen Kulin) (The Real Pain)
শ্রেষ্ঠ সহযোগী অভিনেত্ৰী – জোই শলদানা (Zoe Saldana) (Emilia Perez)
শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় বৈশিষ্ট্যপূৰ্ণ ছবি – আই এম ষ্টিল হেয়াৰ
শ্ৰেষ্ঠ এনিমেটেড বৈশিষ্ট্যপূৰ্ণ ছবি – ফ্লো (Flow)
শ্রেষ্ঠ এনিমেটেড চুটি ছবি – শিৰিণ সোহানী (Shirin Sohani) আৰু হোছেইন নোলেমী (Hossein Moalemi)
শ্ৰেষ্ঠ মৌলিক চিত্ৰনাট্য: শ্বেন বেকাৰ (অনোৰা)
শ্ৰেষ্ঠ চিনেমেট’গ্ৰাফী – দ ব্ৰুটালিষ্ট
শ্ৰেষ্ঠ চুলি আৰু মেকআপ – দ ছাবটেন্স
শ্ৰেষ্ঠ অভিযোজিত চিত্ৰনাট্য: কনক্লেভ
শ্ৰেষ্ঠ চলচ্চিত্ৰ সম্পাদনা – Anora
শ্ৰেষ্ঠ প্ৰডাকচন ডিজাইন – বিকেড
শ্রেষ্ঠ গান – El Mal by Emilia Perez
শ্ৰেষ্ঠ তথ্যচিত্ৰ চুটি ছবি – দা অন্লী গাৰ্ল ইন দা অৰ্কেষ্ট্ৰা
শ্ৰেষ্ঠ তথ্যচিত্ৰ বৈশিষ্ট্যপূৰ্ণ ছবি – নো আদাৰ লেণ্ড
শ্রেষ্ঠ Soundtrack – টিলা: অংশ 2
শ্ৰেষ্ঠ দৃশ্য প্ৰভাৱ – ড্যুন-পাৰ্ট ২
শ্ৰেষ্ঠ লাইভ একচন চুটি ছবি – আই এম নট এ ৰবট
শ্রেষ্ঠ কষ্টিউম – পল তেজৱেল (বিকেট)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















