দীৰ্ঘদিন লিভ-ইনত থাকি সন্তান জন্ম দিলে সেই সম্পৰ্ক বিবাহৰ সৈতে সমান মৰ্যদাৰেই হয়, পত্নীৰ সমানেই আইনী সুৰক্ষা পাব সেই সংগীনীয়েও, কোন হাইকৰ্টে দিলে এই ৰায়?
দীৰ্ঘদিনৰ সহবাস আৰু সন্তানৰ জন্মই, যুগলৰ মাজত বিবাহৰ দৰে সম্পৰ্ক তৈয়াৰ কৰে৷ আইনত বিয়া নহ’লেও সেই ক্ষেত্ৰত সংগীনিয়ে আইনৰ সুৰক্ষা...





