• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আদানি, আম্বানীতকৈয়ো ধনী পাক সেনা! বছৰতেই আয় কৰে লক্ষ লক্ষ কোটি টকা, এই আয়ৰ উৎস কি জানেনে?

আদানি, আম্বানীতকৈয়ো ধনী পাক সেনা! বছৰতেই আয় কৰে লক্ষ লক্ষ কোটি টকা, এই আয়ৰ উৎস কি জানেনে?

3 years ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

21 minutes ago
পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

1 hour ago
পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

3 hours ago
জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

3 hours ago
প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

4 hours ago
মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

5 hours ago
হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

5 hours ago
ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

5 hours ago
পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

6 hours ago
বৰষুণেও ম্লান কৰিব পৰা নাই ৰাইজৰ মৰম-উৎসাহ! জনতাৰ ওচৰত কৃতজ্ঞ হৈ কি কৈছে হিমন্ত বিশ্ব শৰ্মাই

বৰষুণেও ম্লান কৰিব পৰা নাই ৰাইজৰ মৰম-উৎসাহ! জনতাৰ ওচৰত কৃতজ্ঞ হৈ কি কৈছে হিমন্ত বিশ্ব শৰ্মাই

6 hours ago
শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

7 hours ago
মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

আদানি, আম্বানীতকৈয়ো ধনী পাক সেনা! বছৰতেই আয় কৰে লক্ষ লক্ষ কোটি টকা, এই আয়ৰ উৎস কি জানেনে?

editor by editor
June 7, 2023
in বিশ্ব, ভাৰত
0
আদানি, আম্বানীতকৈয়ো ধনী পাক সেনা! বছৰতেই আয় কৰে লক্ষ লক্ষ কোটি টকা, এই আয়ৰ উৎস কি জানেনে?
0
SHARES
324
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পাকিস্তানৰ অৰ্থনৈতিক সংকটৰ কথা কোনে নাজানে? এফালে দেশৰ ৰাজনৈতিক পৰিস্থিতিত অস্থিৰতা, অন্যহাতে জীৱিকা নিৰ্বাহৰ বাবে একাংশই সংগ্ৰাম কৰিব লগা হৈছে। কেই সপ্তাহৰ আগলৈকে জীৱিকাৰো হাহাকাৰ চলিছিল পাকিস্তানত। অন্যান্য সামগ্ৰী বাদেই গাখীৰৰ দামো আকাশলংঘী হৈ পৰিছিল পাকিস্তানত। বিনামূলীয়া ময়দাৰ বাবে ট্ৰাকৰ পিছে পিছে দৌৰিছিল সাধাৰণ মানুহে। নিত্যপ্ৰয়োজনীয় সামগ্ৰীক লৈ কাঢ়াকাঢ়িও লাগিছিল জনতাৰ মাজত। পাকিস্তানত জনতাৰ মাজত অৰ্থসংকটে দেখা দিয়াৰ সময়তে সেনাবাহিনীসকলৰ মাজত দেখা গৈছে বিপৰীত ছবি। জিডিপিৰ ফালেৰে পাকিস্তানে বিশ্বৰ ৪২ সংখ্যক স্থানত আছে। অথচ সামৰিক শক্তিৰ তালিকাত বিশ্বৰ প্ৰথম শাৰীৰ দেশৰ ভিতৰত এখনেই হৈছে পাকিস্তান। বিশ্বৰ ভিতৰতে পাকিস্তানৰ সেনা আছে সপ্তম স্থানত। সেই একেই তালিকাত আছে ফ্ৰান্স, অষ্ট্ৰেলিয়া, ইটালী, ইজৰাইলৰ দৰে দেশ।

পাকিস্তানৰ সকলোতকৈ শক্তিশালী সংগঠন হৈছে দেশৰ সেনা। তেওঁলোকৰ অধীনতেই আছে বিদ্যালয়কে ধৰি বিভিন্ন সংস্থা। পাক সেনাত বৰ্তমান কৰ্মৰত হৈ আছে ৫ লাখ ৬০ হাজাৰ জোৱান। দুহেজাৰ টেঙ্ক, চাৰি হেজাৰৰো অধিক অত্যাধুনিক কামান, ৪২৫ খন যুদ্ধবিমান আৰু চাবমেৰিনো আছে পাক সেনাৰ হাতত। ইয়াৰোপৰি পাকিস্তানৰ সৈতে আছে চীনা সেনাৰ সমৰ্থন। যিয়ে তেওঁলোকৰ শক্তি বৃদ্ধি কৰিছে। প্ৰযুক্তিগত দিশেৰে চীনৰ সেনাবাহিনী পাকিস্তানৰ সেনাতকৈ উন্নত। পৰমানু অস্ত্ৰৰেও পাকিস্তান বহু আগুৱাই আছে। পাকিস্তানৰ সেনাৰ হাতত আছে ১৫০ টা পৰমানৱিক অস্ত্ৰ। ভাৰতৰ হাতত আছে ১৪০ টা পাৰমানৱিক অস্ত্ৰ।

১৯৯৩ ৰ পৰা ২০০৬ চনলৈ পাকিস্তান চৰকাৰে দেশৰ ২০ শতাংশ খৰচ সেনাৰ উন্নয়নৰ স্বাৰ্থতেই খৰচ কৰিছে। চৰকাৰৰ তৰফৰ পৰা লাভ কৰা অৰ্থৰ ওপৰিও পাক সেনাৰ নিজস্ব উপাৰ্জন বহু বেছি। তেওঁলোকৰ অধীনত থকা বিদ্যালয়, মাটিৰ পৰাই বহু পৰিমানৰ অৰ্থ আয় কৰে পাক সেনাই। পাকিস্তানত সেনাই সৰ্বেসৰ্বা। গণতান্ত্ৰিক দেশ হ’লেও তাত সেনাৰ কথাই শেষ কথা। দেশৰ ৰাজনৈতিক ইতিহাস যদি চোৱা যায় তেন্তে পাকিস্তানত কোনো চৰকাৰেই ৫ বছৰতকৈ বেছি নিটিকে। বাৰে বাৰে তাত সামৰিক শাসন আহিছে।

পাকিস্তানৰ দ্বিতীয় বৃহত্তম বাণিজ্যিক গোষ্ঠী ফৌজী ফাউণ্ডেছন। বেলেগ বেলেগ ক্ষেত্ৰৰ সেনাই এই ব্ৰেণ্ডত বিনিয়োগ কৰিছে। কৃষি বেংক, চিমেণ্ট, পেট্ৰলিয়ামকে ধৰি বিভিন্ন পণ্যৰ ব্যৱসায় চলাই এই সেনাৰ ফাউণ্ডেছনটোৱে। পাকিস্তানৰ সেনা ৫০ ৰো অধিক পৃথক পৃথক সংস্থাৰ মালিক। এই সংস্থাসমূহৰ পৰা বছৰত ২,৬৫০ কোটি ডলাৰ আয় কৰে পাক সেনাই। এই পৰিসংখ্যা ভাৰতীয় ধনকুবেৰ গৌতম আদানী আৰু মুকেশ আম্বানীৰ আয়তকৈয়ো বেছি।

২০০৭ চনত পাক সেনাৰ মুঠ সম্পত্তি আছিল ১ হাজাৰ কোটি পাউণ্ড। ভাৰতীয় মুদ্ৰাত এই অৰ্থৰ পৰিমান ১ লাখ কোটি টকাৰো বেছি। ২০০৭ চনত পাকিস্তানৰ বিদেশী বিনিয়োগ আছিল ৪ শতাংশৰো বেছি। পাকিস্তানী যুৱকৰ সেনাবাহিনীত চাকৰি কৰাটোৱেই আটাইতকৈ ডাঙৰ সপোন। পাকিস্তানৰ প্ৰায়সংখ্যক সেনাই কোটিপতি। পাকিস্তানৰ কোনো মেজৰ জেনেৰেলে অৱসৰ গ্ৰহণ কৰিলে তেওঁক উপহাৰ হিচাপে ২৪০ একৰ ভূমি প্ৰদান কৰা হয়। পাক সেনাৰ সন্তানে সাধাৰণতে বিদেশতেই পঢ়াশুনা কৰে। পাক সেনাৰ বিলাসী জীৱন ধাৰণৰ প্ৰণালী আম্বানীৰ দৰে ধনকুবেৰতকৈ কোনো গুণে কম নহয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ
জীৱনশৈলী

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

March 20, 2026
প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?
জীৱনশৈলী

প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

March 20, 2026
মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?
জীৱনশৈলী

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

March 20, 2026
৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল
জীৱনশৈলী

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

March 20, 2026
Next Post
‘ক্ৰিকেটাৰক বিয়া কৰোৱাত আপত্তি নাই!’ ক্ৰিকেটাৰ শুভমনৰ সৈতে প্ৰেমৰ কথা অৱশেষত স্বীকাৰ কৰিলে নেকি ছাৰাই?

'ক্ৰিকেটাৰক বিয়া কৰোৱাত আপত্তি নাই!’ ক্ৰিকেটাৰ শুভমনৰ সৈতে প্ৰেমৰ কথা অৱশেষত স্বীকাৰ কৰিলে নেকি ছাৰাই?

মমতা বেনাৰ্জী বাইদেউৱে মোৰ ভৰিত বেণ্ডেজ লগাই দিছিল, কিন্তু অসমৰ স্বাস্থ্যমন্ত্ৰীয়ে মোক লাইভটো দেখাৰ বহু পাছতহে খবৰ লৈছে, বালাছ’ৰৰ পৰা ওভতি আহি ৰূপকে দিছে শিহঁৰণকাৰী দুৰ্ঘটনাৰ বৰ্ণনা

মমতা বেনাৰ্জী বাইদেউৱে মোৰ ভৰিত বেণ্ডেজ লগাই দিছিল, কিন্তু অসমৰ স্বাস্থ্যমন্ত্ৰীয়ে মোক লাইভটো দেখাৰ বহু পাছতহে খবৰ লৈছে, বালাছ’ৰৰ পৰা ওভতি আহি ৰূপকে দিছে শিহঁৰণকাৰী দুৰ্ঘটনাৰ বৰ্ণনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.