• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩৬ ঘণ্টাৰ ভিতৰত ৩ গৰাকীকৈ পাকিস্তানী ক্ৰিকেটাৰৰ সন্যাস, ত্ৰাসৰ সৃষ্টি কৰিছিল খেলপথাৰত

৩৬ ঘণ্টাৰ ভিতৰত ৩ গৰাকীকৈ পাকিস্তানী ক্ৰিকেটাৰৰ সন্যাস, ত্ৰাসৰ সৃষ্টি কৰিছিল খেলপথাৰত

1 year ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, ক্ষতি হ’ব স্বাস্থ্যৰ!

মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, ক্ষতি হ’ব স্বাস্থ্যৰ!

4 minutes ago
UPI পিন পাহৰিলেও চিন্তা নাই, আহিছে নতুন ফিচাৰ!

UPI পিন পাহৰিলেও চিন্তা নাই, আহিছে নতুন ফিচাৰ!

31 minutes ago
আপোনাৰ ৰাশিয়ে দিব স্বাস্থ্যৰ ইংগিত, জানক কোনবোৰ ক্ষেত্ৰত সাৱধানে থাকিব!

আপোনাৰ ৰাশিয়ে দিব স্বাস্থ্যৰ ইংগিত, জানক কোনবোৰ ক্ষেত্ৰত সাৱধানে থাকিব!

1 hour ago
ODI World Cup 2027 খেলিব নোৱাৰে ৫ জন খেলুৱৈয়ে, টিম ইণ্ডিয়াত দেখিব নতুন মুখ!

ODI World Cup 2027 খেলিব নোৱাৰে ৫ জন খেলুৱৈয়ে, টিম ইণ্ডিয়াত দেখিব নতুন মুখ!

2 hours ago
ভাগ্য হ’ব সলনি, পাকঘৰৰ এটা ভুলে পেলাব বিপদত!

ভাগ্য হ’ব সলনি, পাকঘৰৰ এটা ভুলে পেলাব বিপদত!

3 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

প্ৰেমত বাধা, সম্পত্তি নাশ! জানক কোন ৰাশিৰ জাতক-জাতিকাৰ কেনে যাব দিনটো?

3 hours ago
বৰষুণৰ বতৰত ছালৰ সংক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পৰিব?

বৰষুণৰ বতৰত ছালৰ সংক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পৰিব?

20 hours ago
ঘৰত জেঠীৰ উপদ্ৰৱ, সহজ ঘৰুৱা উপায়েৰে কৰক দূৰ!

ঘৰত জেঠীৰ উপদ্ৰৱ, সহজ ঘৰুৱা উপায়েৰে কৰক দূৰ!

20 hours ago
ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

21 hours ago
সংগীয়ে দিব নেকি মনে মনে ব্ৰেকআপ? মন কৰিব এই ৫টা চিনলৈ…

সংগীয়ে দিব নেকি মনে মনে ব্ৰেকআপ? মন কৰিব এই ৫টা চিনলৈ…

22 hours ago
শুকান আৰু নিৰ্জীৱ ছালৰ যতন কেনেদৰে ল’ব? জানক

শুকান আৰু নিৰ্জীৱ ছালৰ যতন কেনেদৰে ল’ব? জানক

22 hours ago
এতিয়াই লওক অলংকাৰ, অভাৱনীয় হাৰত দাম কমিছে সোণৰ

Gold-Silver Price Today: হ্ৰাস পালে সোণৰ মূল্য, শীঘ্ৰে ক্ৰয় কৰক পছন্দৰ গহনা!

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

৩৬ ঘণ্টাৰ ভিতৰত ৩ গৰাকীকৈ পাকিস্তানী ক্ৰিকেটাৰৰ সন্যাস, ত্ৰাসৰ সৃষ্টি কৰিছিল খেলপথাৰত

editor by editor
December 15, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব
0
৩৬ ঘণ্টাৰ ভিতৰত ৩ গৰাকীকৈ পাকিস্তানী ক্ৰিকেটাৰৰ সন্যাস, ত্ৰাসৰ সৃষ্টি কৰিছিল খেলপথাৰত
0
SHARES
711
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৩৬ ঘণ্টাৰ ভিতৰত ৩ গৰাকীকৈ পাকিস্তানী ক্ৰিকেটাৰৰ সন্যাস, ত্ৰাসৰ সৃষ্টি কৰিছিল খেলপথাৰত

পাকিস্তান ক্ৰিকেটত অৱসৰৰ ধাৰা বন্ধ হোৱাৰ কোনো লক্ষণ দেখা পোৱা নাই। মাথো ৩৬ ঘণ্টাৰ ভিতৰতে এইবাৰ তিনিনম্বৰ গৰাকী খেলুৱৈয়ে ল’লে খেলৰ পৰা বিদায়। অল ৰাউণ্ডাৰ ইমাদ ৱাছিম আৰু বেগী বলাৰ মহম্মদ আমিৰৰ পিছত এইবাৰ সাত ফুট এক ইঞ্চি উচ্চতাৰ বেগী বলাৰ মহম্মদ ইৰফানে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে।

বলৰ বেগ আৰু উচ্চতাৰ বাবে সদায়ে খেলপথাৰত ত্ৰাসৰ সৃষ্টি কৰা মহম্মদ ইৰফালে নিজৰ অৱসৰ সন্দৰ্ভত ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে।

অৱশ্যে ইৰফানৰ অৱসৰৰ বাবে পাকিস্তানে কোনো বিশেষ সমস্যাৰ সন্মুখীন নহ’ব। দীৰ্ঘদিন ধৰি দলৰ পৰা আঁতৰত আছে ইৰফান। শেহতীয়াকৈ তেওঁ খান ৰিচাৰ্চ লেবৰেটৰীক প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰপতি কাপত অংশগ্ৰহণ কৰিছিল। এইখন পাকিস্তানী লিষ্ট এ প্ৰতিযোগিতা।
এইগৰাকী ওখ বাওঁহতীয়া বলাৰ আটাইতকৈ ওখ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ হিচাপেও বিবেচিত হৈছে। টেষ্ট, এদিনীয়া আৰু টি-২০ত ৮৬ বাৰ নিজৰ দেশক প্ৰতিনিধিত্ব কৰিছিল ইৰফানে।

ইৰফানে পোষ্ট শ্বেয়াৰ কৰি লিখিছে- “মই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছো। মই মোৰ সতীৰ্থ, প্ৰশিক্ষকসকলক ধন্যবাদ জনাইছো। মৰম, উৎসাহ আৰু অবিস্মৰণীয় স্মৃতিৰ বাবে ধন্যবাদ। মোক সকলো দিয়া খেলক মই সমৰ্থন আৰু উদযাপন কৰি যাম।”

বিশাল শৰীৰেৰে দ্ৰুত গতিত বলিং কৰিবলৈ সক্ষম ইৰফানে নিজৰ সময়ৰ শ্ৰেষ্ঠ বেটিং লাইন আপৰ বাবেও সমস্যাৰ সৃষ্টি কৰিছিল। অৱশ্যে আঘাতে তেওঁক বহুত অশান্তি দিয়ে। যাৰ বাবে দীৰ্ঘ সময়ৰ পৰা দলৰ পৰা আঁতৰি থাকিবলৈ বাধ্য হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: CricketerPakistan CricketerPakistani BallerRetirementWorld Tallest Cricketer
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, ক্ষতি হ’ব স্বাস্থ্যৰ!
জীৱনশৈলী

মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, ক্ষতি হ’ব স্বাস্থ্যৰ!

March 25, 2026
আপোনাৰ ৰাশিয়ে দিব স্বাস্থ্যৰ ইংগিত, জানক কোনবোৰ ক্ষেত্ৰত সাৱধানে থাকিব!
জীৱনশৈলী

আপোনাৰ ৰাশিয়ে দিব স্বাস্থ্যৰ ইংগিত, জানক কোনবোৰ ক্ষেত্ৰত সাৱধানে থাকিব!

March 25, 2026
ODI World Cup 2027 খেলিব নোৱাৰে ৫ জন খেলুৱৈয়ে, টিম ইণ্ডিয়াত দেখিব নতুন মুখ!
বিনোদন

ODI World Cup 2027 খেলিব নোৱাৰে ৫ জন খেলুৱৈয়ে, টিম ইণ্ডিয়াত দেখিব নতুন মুখ!

March 25, 2026
ভাগ্য হ’ব সলনি, পাকঘৰৰ এটা ভুলে পেলাব বিপদত!
জীৱনশৈলী

ভাগ্য হ’ব সলনি, পাকঘৰৰ এটা ভুলে পেলাব বিপদত!

March 25, 2026
Next Post
চিনেমা মুক্তিৰ বাবে বলীউডত শুকুৰবাৰ, দক্ষিণত বৃহস্পতিবাৰ কিয়! কেতিয়াৰ পৰা আৰম্ভ হ’ল এই নিয়ম?

চিনেমা মুক্তিৰ বাবে বলীউডত শুকুৰবাৰ, দক্ষিণত বৃহস্পতিবাৰ কিয়! কেতিয়াৰ পৰা আৰম্ভ হ’ল এই নিয়ম?

তবলাত জাদুৰ স্পর্শ স্তব্ধ! আমেৰিকাতেই শেষ উশাহ ল’লে বিখ্যাত তবলাবাদক জাকিৰ হুছেইনে

তবলাত জাদুৰ স্পর্শ স্তব্ধ! আমেৰিকাতেই শেষ উশাহ ল’লে বিখ্যাত তবলাবাদক জাকিৰ হুছেইনে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.