• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তবলাত জাদুৰ স্পর্শ স্তব্ধ! আমেৰিকাতেই শেষ উশাহ ল’লে বিখ্যাত তবলাবাদক জাকিৰ হুছেইনে

তবলাত জাদুৰ স্পর্শ স্তব্ধ! আমেৰিকাতেই শেষ উশাহ ল’লে বিখ্যাত তবলাবাদক জাকিৰ হুছেইনে

2 years ago
‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

20 minutes ago
১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

2 hours ago
পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

3 hours ago
কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

5 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পদৰ লগতে পাব সুখবৰ

6 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

আজি ৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাৰ কেনে যাব দিনটো

6 hours ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

19 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

19 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

20 hours ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

21 hours ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

21 hours ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

তবলাত জাদুৰ স্পর্শ স্তব্ধ! আমেৰিকাতেই শেষ উশাহ ল’লে বিখ্যাত তবলাবাদক জাকিৰ হুছেইনে

তবলাত জাদুৰ স্পর্শ স্তব্ধ! আমেৰিকাতেই শেষ উশাহ ল’লে বিখ্যাত তবলাবাদক জাকিৰ হুছেইনে

editor by editor
December 16, 2024
in বিবিধ, বিশ্ব, ভাৰত, সংগীত
0
তবলাত জাদুৰ স্পর্শ স্তব্ধ! আমেৰিকাতেই শেষ উশাহ ল’লে বিখ্যাত তবলাবাদক জাকিৰ হুছেইনে
0
SHARES
201
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তবলাৰ জাদুস্পৰ্শ স্তব্ধ হ’ল৷ দেওবাৰে ছান ফ্ৰান্সিছকোৰ হাস্পতালত শেষ নিঃশ্বাস ত্যাগ কৰিলে কিংবদন্তি তবলাবাদক, সংগীতজ্ঞ, অভিনেতা উস্তাদ জাকিৰ হুছেইন৷ তেওঁৰ প্ৰয়াণৰ খবৰক  লৈ নানান বিভ্ৰান্তিও ভাইৰেল হৈছিল৷ সংবাদ সংস্থা পিটিআই য়ে জনাইছে যে তবলাবাদক জাকিৰ হুছেইন আৰু নাই৷

জাকিৰ হুছেইনৰ ঘনিষ্ঠমহলৰ সূত্ৰই জনাইছে যে, দীৰ্ঘদিন ধৰি ৰক্তচাপজনিত সমস্যাত ভূগি আছিল জাকিৰ৷ হৃদযন্ত্ৰৰ সমস্যাই দেখা দিয়াত তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হয়৷ জাকিৰৰ শাৰীৰিক পৰিস্থিতিৰ অৱনতিৰ খবৰ পাই দেশ বিদেশত থকা অনুৰাগীয়ে তেওঁৰ সুস্থতা কামনাৰ প্ৰাৰ্থনাও কৰিছিল৷ কিন্তু সেই সকলো প্ৰাৰ্থনাক ব্যৰ্থ কৰি শেষ নিঃশ্বাস ত্যাগ কৰিলে তেওঁ৷

১৯৫১ চনত মুম্বাইত জন্ম জাকিৰৰ৷ তেওঁৰ পিতৃ উস্তাদ আল্লা ৰাখাও আছিল প্ৰখ্যাত তবলাবাদক৷ ভাৰত চৰকাৰৰ পদ্মশ্ৰী, পদ্মভূষণ, পদ্মবিভূষণ সন্মানেৰে ভূষিত হৈছিল তেওঁ৷ মাত্ৰ ৩বছৰ বয়সৰ পৰা তেওঁ তবলাৰ যাত্ৰা আৰম্ভ হৈছিল৷ ৭বছৰ বয়সৰ পৰাই মঞ্চত একক অনুষ্ঠান কৰিছিল তেওঁ৷

২০২৪ চনত জাকিৰৰ হাতত ধৰি ভাৰতলৈ আহিছিল গ্ৰেমি পুৰস্কাৰ৷ বেষ্ট গ্লবেল মিউজিক এলবাম, হিচাপে পুৰস্কৃত হয় ভাৰতীয় ব্ৰেণ্ড ‘শক্তি’ৰ গানৰ এলবাম ‘দিছ মোমেণ্ট’ত৷ বৰ্তমান শক্তি ব্ৰেণ্ডৰ প্ৰধান কণ্ঠশিল্পী শংকৰ মহাদেৱন৷ তবলাবাদক হিচাপে আছে জাকিৰ৷ বেহালাত গণেশ ৰাজাগোপালন আৰু অন্য তালবাদ্যত ভি ছেলভাগণেশ৷ গীটাৰত জন মেকলকলিন৷ ২০২৩চনৰ ৩০ জুন ‘দিছ মোমেণ্ট’ এলবামটোৱে মুক্তি পায়৷ মুঠ ৮টা ট্ৰেক আছে এই এলবামত৷

সোমবাৰে পুৱা (ভাৰতৰ সময় অনুসৰি) ছান ফ্ৰান্সিস্কোৰ এখন চিকিৎসালয়ত মৃত্যু হয় বিখ্যাত তবলাবাদক জাকিৰ হুছেইনৰ। পিটিআইৰ প্ৰতিবেদন অনুসৰি সোমবাৰে তেওঁৰ পৰিয়ালে এই তথ্য প্ৰদান কৰে। হুছেইনৰ পৰিয়ালে জনোৱা মতে, ইডিয়পেথিক পালমোনাৰী ফাইব্ৰ’ছিছৰ জটিলতাৰ বাবে তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৩ বছৰ৷  দুসপ্তাহ ধৰি তেওঁ চিকিৎসালয়ত ভৰ্তি হৈ আছিল। পিছলৈ তেওঁক আই চি ইউলৈ লৈ যোৱা হয় যদিও সুস্থ কৰি তুলিব পৰা নগ’ল৷ 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?
অসম

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

August 26, 2026
১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!
বাণিজ্য

১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

August 26, 2026
পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন
বাণিজ্য

পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

August 26, 2026
কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…
জীৱনশৈলী

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

August 26, 2026
Next Post
নতুন সপ্তাহত বুধ-বৃহস্পতিৰ প্ৰতিদ্যুতি যোগ, টকাৰ গাদীত শুব এই ৫ৰাশি

নতুন সপ্তাহত বুধ-বৃহস্পতিৰ প্ৰতিদ্যুতি যোগ, টকাৰ গাদীত শুব এই ৫ৰাশি

ICICI বেংকৰ পৰা ১৫ বছৰৰ বাবে ৪০লাখ টকাৰ  Home Loan ল’লে প্ৰতি মাহে কিমান EMI দিব লাগিব?

ICICI বেংকৰ পৰা ১৫ বছৰৰ বাবে ৪০লাখ টকাৰ Home Loan ল’লে প্ৰতি মাহে কিমান EMI দিব লাগিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.