• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন সপ্তাহত বুধ-বৃহস্পতিৰ প্ৰতিদ্যুতি যোগ, টকাৰ গাদীত শুব এই ৫ৰাশি

নতুন সপ্তাহত বুধ-বৃহস্পতিৰ প্ৰতিদ্যুতি যোগ, টকাৰ গাদীত শুব এই ৫ৰাশি

1 year ago
বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

25 minutes ago
শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

44 minutes ago
মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

59 minutes ago
কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

1 hour ago
আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

2 hours ago
টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

2 hours ago
আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

3 hours ago
জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

3 hours ago
আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ

আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ

4 hours ago
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

4 hours ago
FIFA World Cup 2026: ছাকিৰাক চাব নে নোৰাক? ফুটবল বিশ্বকাপত দেখিব দুয়োৰে যাদু!

FIFA World Cup 2026: ছাকিৰাক চাব নে নোৰাক? ফুটবল বিশ্বকাপত দেখিব দুয়োৰে যাদু!

5 hours ago
১ লাখতকৈও অধিক পঁইতাচোৰা জব্দ, যাৰ মূল্য ১.৩ কোটি টকাতকৈও অধিক

১ লাখতকৈও অধিক পঁইতাচোৰা জব্দ, যাৰ মূল্য ১.৩ কোটি টকাতকৈও অধিক

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নতুন সপ্তাহত বুধ-বৃহস্পতিৰ প্ৰতিদ্যুতি যোগ, টকাৰ গাদীত শুব এই ৫ৰাশি

নতুন সপ্তাহত বুধ-বৃহস্পতিৰ প্ৰতিদ্যুতি যোগ, টকাৰ গাদীত শুব এই ৫ৰাশি

editor by editor
December 16, 2024
in জীৱনশৈলী
0
নতুন সপ্তাহত বুধ-বৃহস্পতিৰ প্ৰতিদ্যুতি যোগ, টকাৰ গাদীত শুব এই ৫ৰাশি
0
SHARES
469
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সোমবাৰে ১৬ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে ২০২৪ চনৰ শেষ মাহৰ তৃতীয় সপ্তাহ৷ এই সপ্তাহত গঠিত হৈছে বুধ আৰু বৃহস্পতিৰ প্ৰতিদ্যুতি যোগ৷ দেওবাৰে বৃশ্চিক ৰাশি এৰি ধনু ৰাশিত গোচৰ কৰিছে সূৰ্যই৷ ইয়াৰোপৰি এই সপ্তাহত বুধ আৰু বৃহস্পতিয়ে পৰস্পৰৰ সপ্তম ঘৰত অৱস্থান কৰিব৷ ইয়াৰ ফলত ১৬ৰ পৰা ২২ ডিচেম্বৰৰ ভিতৰত এই সপ্তাহত গঠিত হ’ব প্ৰতিদ্যুতি যোগ৷ বৈদিক জ্যোতিষত প্ৰতিদ্যুতি অত্যন্ত শুভ এটি যোগ৷ ইয়াৰ প্ৰভাৱ এই সপ্তাহত বিভিন্ন ৰাশিৰ জাতকৰ ওপৰত লক্ষ্য কৰা যাব৷ জ্যোতিষ গণনাই কৈছে যে ১৬ ডিচেম্বৰৰ পৰা ২২ ডিচেম্বৰ ২০২৪ পৰ্যন্ত এই সপ্তাহত সকলো কামত সৌভাগ্যক নিজৰ কাষত পাব পাঁচ ৰাশিৰ জাতকে৷ কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনত প্ৰচুৰ সাফল্য পোৱাৰ যোগ আছে এই পাঁচ ৰাশিৰ জাতকৰ৷ জানি থওক ডিচেম্বৰৰ তৃতীয় সপ্তাহৰ পৰা সকলোতকৈ সৌভাগ্যশালী হ’ব কোন কোন ৰাশিৰ জাতক?

মিথুন ৰাশি

এই সপ্তাহত সামাজিক আৰু ধৰ্মীয় কামত আগ্ৰহ বাঢ়িব মিথুন ৰাশিৰ জাতকৰ৷  নতুন সপ্তাহত আপুনি পিতৃ মাতৃৰ বাবে বিশেষ কিছু কৰিব৷ নিজৰ এক পৃথক পৰিচয় গঢ়ি তুলিব পাৰিব মিথুন ৰাশিৰ জাতকে৷ প্ৰেম জীৱনত এই সময়ত পূৰ্ণতা পাব৷ সংগীৰ সৈতে বাহিৰলৈ ডিনাৰৰ যাব পাৰে৷

কৰ্কট ৰাশি

নতুন সপ্তাহ শুভ ফলদায়ক হ’ব কৰ্কট ৰাশিৰ জাতকৰ বাবে৷ প্ৰতিদ্যুতি যোগৰ প্ৰভাৱত ভাগ্যক নিজৰ কাষত পাব৷ অসম্পূৰ্ণ কাম এই সময়ত সম্পন্ন কৰিব পাৰিব৷ ব্যৱসায়ীসকলৰ লাভ বাঢ়িব৷ পিতৃ মাতৃৰ আশীৰ্বাদ কৰ্কটৰ জাতকে পাব৷ নতুন বাহন বা ঘৰ ক্ৰয়ৰ যোগ আছে৷ নতুন কোনো কাম আৰম্ভ কৰাৰ বাবে এই সপ্তাহটি শুভ৷

তুলা ৰাশি

১৬ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা সপ্তাহত পৰিয়ালৰ সৈতে খুব আনন্দৰ সময় কটাব তুলা ৰাশিৰ জাতকে৷ দাম্পত্য জীৱনত কোনো ফাট থাকিলে এইবাৰ মেৰামতি হ’ব৷ পৰিয়ালৰ সকলোৰে সৈয়ে একেলগে কৰোবালৈ ফুৰিবলৈ যাব পাৰে৷ চাকৰিয়ালৰ বাবে সুখবৰে অপেক্ষা কৰিছে৷ কোনো চৰকাৰী  কাম সম্পূৰ্ণ হৈ যাব পাৰে৷

বৃশ্চিক ৰাশি

এই সপ্তাহত এনাৰ্জি আৰু আত্মবিশ্বাসেৰে তুংগত থাকিব বৃশ্চিক ৰাশিৰ জাতকে৷ সাহসেৰে সৈতে নিজৰ লক্ষ্যৰ দিশত আগুৱাই যাব আপুনি৷ সোমবাৰৰ পৰা আৰম্ভ হোৱা সপ্তাহত বৃশ্চিকৰ জাতকসকলৰ কাষত প্ৰতিদ্বন্দীসকল পৰাজিত হ’ব৷ শুভ কামত কিছু অৰ্থ ব্যয় কৰিব পাৰে৷ ইয়াৰ ফলত মনত শান্তি আহিব৷ বিবাহৰ প্ৰস্তাৱ আহিব৷ কাৰ্যালয়ত আপোনাৰ বাবে পৰিবেশ অনুকূল হ’ব৷

ধনু ৰাশি

নতুন সপ্তাহত কোনো আত্মীয়ৰ পৰা সুখবৰ পাব পাৰে ধনু ৰাশিৰ জাতকে৷ দাম্পত্য জীৱনত সুখ বাঢ়িব৷ সন্তানৰ সৈতে শ্বপিঙলৈ যাব পাৰে৷ ৰৈ থকা থকা এই সময়ত উভতাই যোৱাৰ যোগ আছে৷ আৰ্থিক পৰিস্থিতি ভাল হ’ব৷ উত্তৰাধিকাৰ সূত্ৰেও সম্পত্তি লাভ কৰিব৷ পঢ়াশুনাৰ বাবে বিদেশ যাত্ৰাও সম্ভৱ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!
জীৱনশৈলী

কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

June 6, 2026
টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!
জীৱনশৈলী

টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

June 6, 2026
আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ
জীৱনশৈলী

আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ

June 6, 2026
ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে
জীৱনশৈলী

ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

June 5, 2026
Next Post
ICICI বেংকৰ পৰা ১৫ বছৰৰ বাবে ৪০লাখ টকাৰ  Home Loan ল’লে প্ৰতি মাহে কিমান EMI দিব লাগিব?

ICICI বেংকৰ পৰা ১৫ বছৰৰ বাবে ৪০লাখ টকাৰ Home Loan ল’লে প্ৰতি মাহে কিমান EMI দিব লাগিব?

পুৱাই দুঃখবৰ! বায়েকক দৰাৰ ঘৰত থৈ নিজ ঘৰ নাপালেগৈ ঈশান গগৈ, চেঁচা নৈত শেষ হ’ল জীৱন

পুৱাই দুঃখবৰ! বায়েকক দৰাৰ ঘৰত থৈ নিজ ঘৰ নাপালেগৈ ঈশান গগৈ, চেঁচা নৈত শেষ হ’ল জীৱন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.