• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত পাকিস্তানী আৰু তুৰ্কী শিক্ষাৰ্থীৰ হাতত ভাৰতৰ জাতীয় পতাকা কিয়?

যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত পাকিস্তানী আৰু তুৰ্কী শিক্ষাৰ্থীৰ হাতত ভাৰতৰ জাতীয় পতাকা কিয়?

4 years ago
দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

6 minutes ago
ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

34 minutes ago
ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

1 hour ago
গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

1 hour ago
এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

3 hours ago
ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

3 hours ago
বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

5 hours ago
মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

5 hours ago
ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

6 hours ago
ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

18 hours ago
সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

19 hours ago
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত পাকিস্তানী আৰু তুৰ্কী শিক্ষাৰ্থীৰ হাতত ভাৰতৰ জাতীয় পতাকা কিয়?

editor by editor
March 2, 2022
in বিশ্ব, ভাৰত, ৰাজনীতি
0
যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত পাকিস্তানী আৰু তুৰ্কী শিক্ষাৰ্থীৰ হাতত ভাৰতৰ জাতীয় পতাকা কিয়?
0
SHARES
457
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত আৱদ্ধ হৈ আছে প্ৰায় ১৬ হাজাৰ ভাৰতীয় শিক্ষাৰ্থীৰ লগতে বিভিন্ন দেশৰ শিক্ষাৰ্থীও আৱদ্ধ হৈ আছে৷ তাৰ মাজত পাকিস্তানী আৰু তুৰ্কী শিক্ষাৰ্থীও আছে৷

যুদ্ধ বিধ্বস্ত দেশখনত আৱদ্ধ হৈ থকা এজন ভাৰতীয় শিক্ষাৰ্থী ৰাছিয়ান মিছাইল আক্ৰমণত নিহত হোৱাৰ পিছতে ভাৰতীয় দূতাবাসে ভাৰতীয়সকলক যুদ্ধ বিধ্বস্ত দেশখনৰ ৰাজধানী কীয়েভ ত্যাগ কৰিবলৈ নিৰ্দেশ দিছিল৷ তেওঁলোকক ইউক্ৰেইনৰ সীমান্তৱৰ্তী ৰাষ্ট্ৰসমূহত প্ৰৱেশ কৰিবলৈ কোৱা হৈছে৷ তাৰ মাজতে খবৰ আহিছে পোলেণ্ডে ভাৰতীয় শিক্ষাৰ্থীসকলক সেই দেশত প্ৰৱেশত বাধা প্ৰদান কৰিছে৷

লগতে পঢ়ক ৰাছিয়া-ইউক্ৰেইন যুদ্ধ :কুফল ভুগিব ভাৰতে! কি হ’ব এছ-400 এয়াৰ ডিফেন্স ছিষ্টেমৰ?

ইয়াৰ পিছতে যুদ্ধ বিধ্বস্ত দেশখনত আৱদ্ধ হৈ থকা ভাৰতীয়ৰ লগতে বিভিন্ন দেশৰ শিক্ষাৰ্থীসকলৰ মাজত আতংকৰ সৃষ্টি হৈছে৷ ইফালে মংগলবাৰে ভাৰতীয় দূতাবাসে এই নিৰ্দেশ দিয়াৰ পিছতে ভাৰতীয় বায়ু সেনাৰ বিশেষ বিমানে ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় শিক্ষাৰ্থীসকলক উদ্ধাৰৰ বাবে যাত্ৰা কৰিছে৷

ইয়াৰ মাজতে অন্য এক খবৰ পোৱা গৈছে৷ সামাজিক মাধ্যমত প্ৰকাশ পোৱা অনুসৰি ইউক্ৰেইনত আৱদ্ধ একাংশ পাকিস্তানী আৰু তুৰ্কিছ শিক্ষাৰ্থীয়ে বাহনত ভাৰতীয় জাতীয় পতাকা আঁৰি লৈছে৷ ইউক্ৰেইনৰ চুবুৰীয়া ৰাষ্ট্ৰ ৰোমানিয়াৰ বুচাৰেষ্টত প্ৰৱেশ কৰা পাকিস্তানী আৰু তুৰ্কিছ শিক্ষাৰ্থীসকলে এই কথা প্ৰকাশ কৰিছে৷

লগতে পঢ়ক  ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ বিৰতি কেতিয়া? ‘জনসাধাৰণৰ ওপৰত বোমাবৰ্ষণ বন্ধ কৰিলেহে আলোচনা সম্ভৱ’

শিক্ষাৰ্থীসকলে লগতে প্ৰকাশ কৰিছে যে ইউক্ৰেইনৰ পৰা চুবুৰীয়া ৰাষ্ট্ৰত প্ৰৱেশ কৰিবলৈ তেওঁলোকে বিভিন্ন ক্ৰ’ছিং পোষ্টত ভাৰতীয় জাতীয় পতাকা প্ৰদৰ্শন কৰে৷

‘‘পাকিস্তানী আৰু তুৰ্কিছ শিক্ষাৰ্থীয়েও ভাৰতীয় জাতীয় পতাকা ব্যৱহাৰ কৰিছে৷’’ সামাজিক মাধ্যম এগৰাকী শিক্ষাৰ্থীয়ে কয়৷

লগতে পঢ়ক ৰাছিয়াৰ আক্ৰমণ অব্যাহত : তাৰ মাজতে সামান্য সকাহ যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ!

ইফালে দক্ষিণ ইউক্ৰেইনৰ ওডেছাৰ পৰা অহা এজন চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীয়ে প্ৰকাশ কৰা মতে তেওঁলোকক ইউক্ৰেইনত কোৱা হৈছিল যে ভাৰতীয় পতাকা লগত থাকিলে তেওঁলোকৰ কোনো সমস্যা নহ’ব৷

‘‘আমাক কোৱা হৈছিল যে, যদি আমি লগত ভাৰতীয় জাতীয় পতাকা লৈ যাওঁ তেতিয়া আমাৰ কোনো সমস্যা নহ’ব।’’ চিকিৎসা বিজ্ঞানৰ এগৰাকী পাকিস্তানী শিক্ষাৰ্থীয়ে কয়৷

লগতে পঢ়ক ইউক্ৰেইনত সংকটত ভাৰতীয় শিক্ষাৰ্থী : যুদ্ধবিধ্বস্ত ৰাজধানী কীয়েভ ত্যাগৰ নিৰ্দেশ

শিক্ষাৰ্থীসকলে ৰঙৰ স্প্ৰে আৰু পৰ্দা ক্ৰয় কৰি ভাৰতীয় জাতীয় পতাকা তৈয়াৰ কৰি লোৱা বুলিও প্ৰকাশ কৰিছে৷

‘‘মই বজাৰলৈ দৌৰি গৈ কিছুমান ৰঙৰ স্প্ৰে আৰু এখন পৰ্দা কিনিছিলো। তাৰ পিছত মই পৰ্দাখন কাটি ভাৰতীয় ত্ৰিৰংগা বনাবলৈ স্প্ৰেৰেৰে পেইণ্ট কৰি লৈছিলো৷’’ আন এজন শিক্ষাৰ্থীয়ে এইদৰে কয়। শিক্ষাৰ্থীসকলে ভাৰতীয় দূতাবাসে লোৱা ভূমিকাৰ বিষয়েও উল্লেখ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalindian flagindian flag with pak studentsRussia Ukraine invasion
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ
অপৰাধ

ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

August 18, 2026
ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?
বিনোদন

ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

August 18, 2026
গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা
অপৰাধ

গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

August 18, 2026
এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম
জীৱনশৈলী

এই ৫ ৰাশিয়ে গ্ৰহৰ শুভ স্থিতিৰ পাব ভৰপূৰ লাভ, মাথোঁ কৰক এই কাম

August 18, 2026
Next Post
যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত আৰু এগৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ মৃ্ত্যু

যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত আৰু এগৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ মৃ্ত্যু

কীয়েভ দখলৰ পূৰ্বে ৰৈ গৈছে ৬৪ কিঃমিঃ ৰুছ সেনাৰ বিশাল কনভয়! কিন্তু কিয়?

কীয়েভ দখলৰ পূৰ্বে ৰৈ গৈছে ৬৪ কিঃমিঃ ৰুছ সেনাৰ বিশাল কনভয়! কিন্তু কিয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.