• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কীয়েভ দখলৰ পূৰ্বে ৰৈ গৈছে ৬৪ কিঃমিঃ ৰুছ সেনাৰ বিশাল কনভয়! কিন্তু কিয়?

কীয়েভ দখলৰ পূৰ্বে ৰৈ গৈছে ৬৪ কিঃমিঃ ৰুছ সেনাৰ বিশাল কনভয়! কিন্তু কিয়?

4 years ago
Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

2 hours ago
অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

3 hours ago
মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?

মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?

4 hours ago
অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

4 hours ago
জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

4 hours ago
মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

5 hours ago
এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

6 hours ago
ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ

ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ

7 hours ago
সংহাৰৰ পিছত ধ্বংসস্তুপৰ পৰা ওলাল ১১২টাকৈ মৃ*তদেহ

সংহাৰৰ পিছত ধ্বংসস্তুপৰ পৰা ওলাল ১১২টাকৈ মৃ*তদেহ

8 hours ago
আটা কিনোতে সাৱধান! বজাৰত ওলাইছে শিলৰ গুড়ি মিহলি কৰা আটা

আটা কিনোতে সাৱধান! বজাৰত ওলাইছে শিলৰ গুড়ি মিহলি কৰা আটা

8 hours ago
অকালতে পকা চুলি ৰং নকৰাকৈ পুনৰ ক’লা কৰিব পাৰিনে?

অকালতে পকা চুলি ৰং নকৰাকৈ পুনৰ ক’লা কৰিব পাৰিনে?

9 hours ago
প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা

প্ৰেচিডেন্সি ইউনিভাৰ্চিটি বেংগালুৰুত মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী Lalrinpuii, দিলে শিক্ষাৰ্থীক অনুপ্ৰেৰণা

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

কীয়েভ দখলৰ পূৰ্বে ৰৈ গৈছে ৬৪ কিঃমিঃ ৰুছ সেনাৰ বিশাল কনভয়! কিন্তু কিয়?

editor by editor
March 2, 2022
in বিশ্ব, ৰাজনীতি
0
কীয়েভ দখলৰ পূৰ্বে ৰৈ গৈছে ৬৪ কিঃমিঃ ৰুছ সেনাৰ বিশাল কনভয়! কিন্তু কিয়?
0
SHARES
586
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ ৰাজধানী কীয়েভ দখলৰ বাবে ৰুছ সেনাৰ প্ৰায় ৬৪ কিলোমিটাৰ এটা বিশাল কনভয়ে যাত্ৰা কৰিছিল৷ কিন্তু হঠাতে ৰুছ সেনাৰ এই বিশাল কনভয়টোৰ গতি মন্থৰ হোৱা বুলি প্ৰকাশ পাইছে৷ কিয় হঠাতে ৰাছিয়ান সেনাৰ এই বিশাল কনভয়টোৰ গতি মন্থৰ হৈছে?

ব্ৰিটিছ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰই দাবী কৰিছে যে খাদ্য, ইন্ধন আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱৰ বাবে ৰুছ বাহিনীৰ এই বিশাল কনভয়টোৰ গতি মন্থৰ হৈ পৰিছে।

লগতে পঢ়ক যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত পাকিস্তানী আৰু তুৰ্কী শিক্ষাৰ্থীৰ হাতত ভাৰতৰ জাতীয় পতাকা কিয়?

সূত্ৰটোৱে লগতে কৈছে যে বিশাল বাহিনীটোক সৰু সৰু গোটত বিভক্ত কৰি গোটবোৰক সঠিকভাৱে পৰিচালনা কৰিবলৈ নেতৃত্বৰ অভাৱ হৈছে৷ ব্ৰিটিছ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰই লগতে দাবী কৰিছে ৰুছ সেনাৰ উক্ত বিশাল কনভয়টোৰ মাজত এক মত বিৰোধৰ পৰিৱেশ সূচনা হৈছে।

ইফালে পেন্টাগনৰ এজন বিষয়াৰ মতে, ‘‘এঘণ্টাৰ ভিতৰত এই কনভয়ৰ অগ্ৰগতিৰ বিষয়ে জনোৱাটো সম্ভৱ নহয়।’’

লগতে পঢ়ক ইউক্ৰেইনলৈ আমেৰিকাসহ কোন কোন ৰাষ্ট্ৰই কিমান, কি কি সামৰিক সাহায্য আগবঢ়াইছে?

অৱশ্যে পেণ্টাগনেও কনভয়ৰ গতি যথেষ্ট হ্ৰাস পাইছে বুলি দাবী কৰিছে। ‘‘ৰাছিয়াই প্ৰথম দিনৰ পৰা যি গতিৰে আক্ৰমণ আৰম্ভ কৰিছিল সেই গতি অব্যাহত থকা হ’লে সমগ্ৰ ইউক্ৰেইন এতিয়ালৈকে ৰাছিয়াৰ নিয়ন্ত্ৰণত থাকিলহেঁতেন।’’ পেণ্টাগনৰ এগৰাকী বিষয়াই কয়৷

কিন্তু সামৰিক অভিযানৰ সাত দিন পাছতো ৰাছিয়াই এতিয়াও ইউক্ৰেইনৰ ৰাজধানী কীয়েভ দখল কৰা নাই। পেণ্টাগনৰ মতে খাৰকিভ দখল কৰিবলৈ ৰুছ বাহিনীয়ে তীব্ৰ বাধাৰ সন্মুখীন হ’ব লাগিব। ইফালে ৰাছিয়াই যোৱা ২৪ ঘণ্টাত দক্ষিণ ইউক্ৰেইনৰ খাৰচন কব্জা কৰা বুলি দাবী কৰিছে।

লগতে পঢ়ক ইউক্ৰেইনলৈ আমেৰিকাসহ কোন কোন ৰাষ্ট্ৰই কিমান, কি কি সামৰিক সাহায্য আগবঢ়াইছে?

অৱশ্যে, পেন্টাগনৰ বিষয়াই লগতে আশংকা ব্যক্ত কৰে যে ৰাছিয়াই কীয়েভত সম্পূৰ্ণৰূপে জঁপিয়াই পৰাৰ আগতে ইউক্ৰেইনৰ চৰকাৰী আন্তঃগাঁথনি ধ্বংস কৰাৰ পৰিকল্পনা কৰিছে। আৰু সেই কাৰণে ৰাছিয়াই কীয়েভ দখলৰ পূৰ্বে কৌশল সলনি কৰিব পাৰে!

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalRussia Ukraine clashRussia Ukraine invasionRussian army
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা
নিয়োগ

Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

August 5, 2026
এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়
বিজ্ঞান

এই দিনটোত দিনতেই নামি আহিব অমাৱস্যাৰ দৰে ঘোৰ এন্ধাৰ, কিন্তু কিয়

August 5, 2026
ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ
অপৰাধ

ভয়ংকৰ! CJPৰ প্ৰতিবাদৰ সময়ত যন্তৰ-মন্তৰত পাকিস্তানে কৰিছিল বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ

August 5, 2026
সংহাৰৰ পিছত ধ্বংসস্তুপৰ পৰা ওলাল ১১২টাকৈ মৃ*তদেহ
বিশ্ব

সংহাৰৰ পিছত ধ্বংসস্তুপৰ পৰা ওলাল ১১২টাকৈ মৃ*তদেহ

August 5, 2026
Next Post
ৰাছিয়াই তৃতীয় বিশ্ব যুদ্ধৰ সূচনাৰে শত্ৰুৰ বিপক্ষে পাৰমাণৱিক অস্ত্ৰ প্ৰয়োগ কৰি কৰিব!

ৰাছিয়াই তৃতীয় বিশ্ব যুদ্ধৰ সূচনাৰে শত্ৰুৰ বিপক্ষে পাৰমাণৱিক অস্ত্ৰ প্ৰয়োগ কৰি কৰিব!

প্ৰেমিকাৰ দাবীত অতিষ্ঠ হৈ জন্মদিনতে হত্যা কৰিলে প্ৰেমিকে

প্ৰেমিকাৰ দাবীত অতিষ্ঠ হৈ জন্মদিনতে হত্যা কৰিলে প্ৰেমিকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.