• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাছিয়াই তৃতীয় বিশ্ব যুদ্ধৰ সূচনাৰে শত্ৰুৰ বিপক্ষে পাৰমাণৱিক অস্ত্ৰ প্ৰয়োগ কৰি কৰিব!

ৰাছিয়াই তৃতীয় বিশ্ব যুদ্ধৰ সূচনাৰে শত্ৰুৰ বিপক্ষে পাৰমাণৱিক অস্ত্ৰ প্ৰয়োগ কৰি কৰিব!

5 years ago
মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প

মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প

3 hours ago
আপোনাৰ কিষাণ বিকাশ পত্ৰ অন্য নামলৈ ট্ৰেন্সফাৰ কৰা সম্ভৱনে? নিয়ম জানি লওক

আপোনাৰ কিষাণ বিকাশ পত্ৰ অন্য নামলৈ ট্ৰেন্সফাৰ কৰা সম্ভৱনে? নিয়ম জানি লওক

3 hours ago
কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?

কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?

3 hours ago
২৯ জুনৰ পৰা ভাগ্যৰ চকা ঘূৰিব! শুক্ৰৰ মালব্য ৰাজযোগত টকা আহিব হাতলৈ, এই ৩ ৰাশিৰ বাঢ়িব অৰ্থসম্পদ

নৱেম্বৰ মাহত ধন প্ৰাপ্তি হ’ব ৪ ৰাশিৰ! খুলিব পাৰে ভাগ্যৰ দুৱাৰ

4 hours ago
লক্ষ্মীৰ বাহন ফেঁচা কিয়? দেৱীৰ সৈতে এই চৰাইবিধৰ সম্পৰ্ক কি জানক

লক্ষ্মীৰ বাহন ফেঁচা কিয়? দেৱীৰ সৈতে এই চৰাইবিধৰ সম্পৰ্ক কি জানক

5 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

দেওবাৰে খুলিব ৫ ৰাশিৰ ভাগ্য? জানক ১২ ৰাশিৰ ভৱিষ্যৎ!

5 hours ago
জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

7 hours ago
মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!

মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!

7 hours ago
ৰুষ্ট হৈ আপোনাৰ ঘৰৰ পৰা বিদায় লৈছে মা লক্ষ্মীয়ে, এই ৫ ঘটনাই তাৰ ইংগিত

কাইলৈ লক্ষ্মী পূজা, এই নিয়ম পালন কৰিলে হ’ব ধনৰ প্ৰাপ্তি!

8 hours ago
গোঁফেৰে জন্মা নৱজাতক দেখিছেনে? হঠাৎ ভাইৰেল ফটোৱে লাভ কৰিছে চৰ্চা

গোঁফেৰে জন্মা নৱজাতক দেখিছেনে? হঠাৎ ভাইৰেল ফটোৱে লাভ কৰিছে চৰ্চা

9 hours ago
Health tips: প্ৰস্ৰাৱ এঘণ্টা ধৰি ৰাখিলে কি হয় জানেনে?

Health tips: প্ৰস্ৰাৱ এঘণ্টা ধৰি ৰাখিলে কি হয় জানেনে?

10 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

লক্ষ্মী পূজাৰ পূৰ্বে সোণে দেখুৱাইছে যাদু, এয়া গহনা ক্ৰয়ৰ উচিত সময় নেকি?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

ৰাছিয়াই তৃতীয় বিশ্ব যুদ্ধৰ সূচনাৰে শত্ৰুৰ বিপক্ষে পাৰমাণৱিক অস্ত্ৰ প্ৰয়োগ কৰি কৰিব!

editor by editor
March 2, 2022
in বিশ্ব, ৰাজনীতি
0
ৰাছিয়াই তৃতীয় বিশ্ব যুদ্ধৰ সূচনাৰে শত্ৰুৰ বিপক্ষে পাৰমাণৱিক অস্ত্ৰ প্ৰয়োগ কৰি কৰিব!
0
SHARES
162
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বুধবাৰে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছেৰ্গেই লাভ’ৰ’ভে তৃতীয় বিশ্ব যুদ্ধ আশংকাক অন্য এক মাত্ৰা প্ৰদান কৰা পৰিলক্ষিত হৈছে৷ ৰাছিয়ান বৈদেশিক মন্ত্ৰীগৰাকীয়ে সংবাদ সংস্থা আৰআইএ-ক জনায় যে তৃতীয় বিশ্ব যুদ্ধ সংঘটিত হ’লে পাৰমাণৱিক অস্ত্ৰ প্ৰয়োগ কৰা হ’ব আৰু ই অধিক ধ্বংসাত্মক হ’ব৷

মন্ত্ৰী ছেৰ্গেই লগতে কয়ে যে যোৱা সপ্তাহত ইউক্ৰেইনৰ বিৰুদ্ধে এক বিশেষ সামৰিক অভিযান আৰম্ভ কৰা ৰাছিয়াই যদি কীয়েভত পাৰমাণৱিক অস্ত্ৰ আহৰণ কৰে তেতিয়াহে ‘প্ৰকৃত বিপদ’ৰ সন্মুখীন হ’ব। ইয়াৰ দ্বাৰা ৰাছিয়ান বৈদেশিক মন্ত্ৰী গৰাকীয়ে তৃতীয় বিশ্ব যুদ্ধৰ সূচনাৰে পাৰমাণৱিক অস্ত্ৰ প্ৰয়োগৰ ইংগিত দিয়া বুলিও ধাৰণা কৰা হৈছে৷

 

লগতে পঢ়ক যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত আৰু এগৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ মৃ্ত্যু

 

আমেৰিকা, কানাডাসহ পশ্চিমীয়া ৰাষ্ট্ৰসমূহে ৰাছিয়াৰ বিৰুদ্ধে অৰ্থনৈতিক আৰু বিভিন্ন প্ৰতিবন্ধকতা আৰোপ কৰাৰ পিছতো ইউক্ৰেইন আক্ৰমণ আৰম্ভ কৰাৰ সাতটা দিনৰ পিছত ৰাছিয়াই বুধবাৰে ইউক্ৰেইনৰ দক্ষিণাঞ্চলৰ প্ৰধান বৃহৎ খেৰচন দখল কৰা বুলি দাবী কৰিছে৷

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বিডেনে তেওঁৰ ষ্টেট অৱ দ্য ইউনিয়নত দিয়া ভাষণত ৰাছিয়াৰ আক্ৰমণ সন্দৰ্ভত ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক উদ্দেশ্য কৰি কয় যে, ‘‘যদিও তেওঁ যুদ্ধক্ষেত্ৰত সফলতা লাভ কৰিব পাৰে, তেওঁ ভৱিষ্যতে ইয়াৰ উচিত মূল্য পৰিশোধ কৰিবলৈ সাজু থাকিব লাগিব।’’ মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে, ‘‘ভৱিষ্যতে কি হ’ব সেই বিষয়ে কোনো ধাৰণা নাই।’

 

লগতে পঢ়ক যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত পাকিস্তানী আৰু তুৰ্কী শিক্ষাৰ্থীৰ হাতত ভাৰতৰ জাতীয় পতাকা কিয়?

 

ইফালে ইউক্ৰেইনৰ দ্বাৰা তীব্ৰ প্ৰতিৰোধৰ সন্মুখীন হৈছে ৰাছিয়াৰ আক্ৰমণকাৰী সৈন্য৷ কীয়েভৰ উত্তৰে এক মাইল দীঘল ৰাছিয়াৰ সামৰিক কনভয় ৰাজধানীৰ ফালে সামান্য অগ্ৰগতি লাভ কৰিছে বুলিও বাতৰি আহিছে।

আনহাতে, বুধবাৰে এক ভিডিঅ’যোগে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’দিমিৰ জেলেনস্কিয়ে কয় যে মস্কোৱে আক্ৰমণ কৰা প্ৰথম ছয়টা দিনত ইউক্ৰেইনৰ সেনাই প্ৰায় ৬,০০০ ৰাছিয়ান সৈন্যক হত্যা কৰিছে৷ তেওঁ লগতে দৃঢ়তাৰে কয় ক্ৰেমলিনে তেওঁৰ দেশক বোমা আৰু বিমান আক্ৰমণ কৰিলেও পৰাভূত কৰিব নোৱাৰে।

 

লগতে পঢ়ক ইউক্ৰেইনলৈ আমেৰিকাসহ কোন কোন ৰাষ্ট্ৰই কিমান, কি কি সামৰিক সাহায্য আগবঢ়াইছে?

 

ইফালে আমেৰিকা, কানাডাসহ পশ্চিমীয়া দেশবোৰে অৰ্থাৎ ইউৰোপীয় ইউনিয়নে তেওঁলোকৰ আকাশ ৰাছিয়ান বিমানৰ বাবে নিষিদ্ধ কৰিছে৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalnuclear weaponsRussia Ukraine invasionthird world war
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প
বিশ্ব

মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প

October 24, 2026
গোঁফেৰে জন্মা নৱজাতক দেখিছেনে? হঠাৎ ভাইৰেল ফটোৱে লাভ কৰিছে চৰ্চা
বিশ্ব

গোঁফেৰে জন্মা নৱজাতক দেখিছেনে? হঠাৎ ভাইৰেল ফটোৱে লাভ কৰিছে চৰ্চা

October 24, 2026
অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!
উত্তৰ-পূব

অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!

October 23, 2026
ৰাৱলপিণ্ডিত শ্ৰীলংকাৰ অবিশ্বাস্য ৰেকৰ্ড
বিনোদন

ৰাৱলপিণ্ডিত শ্ৰীলংকাৰ অবিশ্বাস্য ৰেকৰ্ড

October 22, 2026
Next Post
প্ৰেমিকাৰ দাবীত অতিষ্ঠ হৈ জন্মদিনতে হত্যা কৰিলে প্ৰেমিকে

প্ৰেমিকাৰ দাবীত অতিষ্ঠ হৈ জন্মদিনতে হত্যা কৰিলে প্ৰেমিকে

horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.