• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি ভাৰতৰ জোলোঙালৈ ৩ টাকৈ সোণ অহাৰ সম্ভাৱনা, আশাৰে বাট চাইছে দেশবাসীয়ে

আজি ভাৰতৰ জোলোঙালৈ ৩ টাকৈ সোণ অহাৰ সম্ভাৱনা, আশাৰে বাট চাইছে দেশবাসীয়ে

2 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

5 days ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

5 days ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

5 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

5 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

5 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

5 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

5 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

5 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

5 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

6 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

6 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

6 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

আজি ভাৰতৰ জোলোঙালৈ ৩ টাকৈ সোণ অহাৰ সম্ভাৱনা, আশাৰে বাট চাইছে দেশবাসীয়ে

editor by editor
July 29, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
আজি ভাৰতৰ জোলোঙালৈ ৩ টাকৈ সোণ অহাৰ সম্ভাৱনা, আশাৰে বাট চাইছে দেশবাসীয়ে
0
SHARES
446
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি ভাৰতৰ জোলোঙালৈ ৩ টাকৈ সোণ অহাৰ সম্ভাৱনা, আশাৰে বাট চাইছে দেশবাসীয়ে

২৮ জুলাই দেওবাৰে পেৰিছ অলিম্পিকত ভাৰতে প্ৰথমটো পদক লাভ কৰে। মহিলা শ্বুটাৰ মনু ভাকৰে ভাৰতৰ প্ৰথম পদক লাভ কৰি ভাৰতৰ পদকৰ জোলোঙা মুকলি কৰে। আজি অৰ্থাৎ ২৯ জুলাই সোমবাৰে ভাৰতে এটা বা দুটা নহয় তিনিটাকৈ সোণৰ পদক লাভ কৰিব পাৰে।

ইয়াৰে দুটা একক খেলুৱৈৰ দ্বাৰা আৰু অটা পদক এটা দলৰ জৰিয়তে লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা। শ্বুটিঙত দুটা ব্যক্তিগত পদক আহিব পাৰে। আন এটা আৰ্চাৰীত পোৱাৰ আশা।

শ্বুটিঙত ৰমিতা জিন্দাল আৰু অৰ্জুন বাবুতাই পদকৰ সংখ্যা বৃদ্ধি কৰাৰ চেষ্টা কৰিব। দেওবাৰে মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফলৰ অৰ্হতা ৰাউণ্ডত পঞ্চম স্থান দখল কৰিছিল ৰমিতাই। পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফলৰ অৰ্হতা ৰাউণ্ডত অৰ্জুন বাবুতাই সপ্তম স্থান দখল কৰে। অৰ্হতা ৰাউণ্ডৰ মুঠ ৮ গৰাকী খেলুৱৈয়ে ফাইনেলত স্থান নিশ্চিত কৰিছে। আজি দুপৰীয়া ১ বজাত ৰমিতা জিন্দলক আৰু বিয়লি ৩:৩০ বজাত অৰ্জুন বাবুতাক একচনত দেখা যাব।

ইয়াৰ উপৰিও ধীৰাজ বোম্মাদেৱৰা, তৰুনদীপ ৰায় আৰু প্ৰবীণ জাধৱৰে গঠিত আৰ্চাৰী দলৰ পৰাও পদক লাভৰ আশা কৰা হৈছে।

২৯ জুলাইত পেৰিছ অলিম্পিকৰ বাবে ভাৰতৰ সূচী

বেডমিণ্টন
পুৰুষৰ ডাবলছ গ্ৰুপ চি – সাতৱিকছাইৰাজ ৰেংকিৰেডী/চিৰাগ শ্বেট্টি বনাম মাৰ্ক লেমছফছ/মাৰ্ভিন ছেইডেল – ১২:০০ বজাত
মহিলা ডাবলছ গ্ৰুপ চি – তানিছা ক্ৰাষ্টো/অশ্বিনি পনাপ্পা বনাম নামি মাটছুয়ামা/চিহাৰু শ্বিদা – ১২:৫০ বজাত
পুৰুষৰ একক গ্ৰুপ এল – লক্ষ্য সেন বনাম জুলিয়ান কাৰাগি – সন্ধিয়া ৫:৩০ বজাত

টেবুল টেনিচ
মহিলা একক ৰাউণ্ড অৱ ৩২ – মণিকা বাট্ৰা বনাম পৃথিকা পাভাডে – নিশা ১২:৩০ বজাত

হকী
পুৰুষৰ পুল বি – ভাৰত বনাম আৰ্জেণ্টিনা – ৪:১৫ বজাত।

আৰ্চাৰী
পুৰুষ দলৰ কোৱাৰ্টাৰ ফাইনেল – ধীৰাজ বোম্মাদেৱৰা, তৰুনদীপ ৰায় আৰু প্ৰবীণ জাধৱ – সন্ধিয়া ৬:৩১ বজাত
পুৰুষ দলৰ ছেমি ফাইনেল (অৰ্হতাৰ ওপৰত ভিত্তি কৰি) – ধীৰাজ বোম্মাদেৱৰা, তৰুনদীপ ৰায় আৰু প্ৰবীণ জাধৱ – ৭:১৭ লৈ।
পুৰুষৰ দলীয় ব্ৰঞ্জৰ পদক মেচ – (অৰ্হতাৰ ওপৰত ভিত্তি কৰি) – ধীৰাজ বোম্মাদেৱৰা, তৰুনদীপ ৰায় আৰু প্ৰবীণ জাধৱ – নিশা ৮:১৮ বজাত
পুৰুষৰ দলীয় স্বৰ্ণ পদক মেচ – (অৰ্হতাৰ ওপৰত ভিত্তি কৰি) – ধীৰাজ বোম্মাদেৱৰা, তৰুনদীপ ৰায় আৰু প্ৰবীণ জাধৱ – নিশা ৮:৪১ বজাত

শ্বুটিং
১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড টিম – সৰবজোত সিং/মনু ভাকৰ আৰু অৰ্জুন চিমা/ৰিদম সাংৱান – নিশা ১২:৪৫ বজাত
পুৰুষৰ ট্ৰেপ অৰ্হতা – পৃথ্বীৰাজ টণ্ডাইমান – দুপৰীয়া ১:০০ বজাত
মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফলৰ ফাইনেল – ৰমিতা জিন্দল – ১:০০ বজাত
পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফলৰ ফাইনেল – অৰ্জুন বাবুতা – বিয়লি ৩:৩০ বজাত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian PlayerMedalolympicOlympic 2024Peris Olympic
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
জয় হোৱাৰ পাছতো অবৈধ ঘোষিত খেল, অথলে গ’ল ভাৰতীয় খেলুৱৈৰ কষ্ট

জয় হোৱাৰ পাছতো অবৈধ ঘোষিত খেল, অথলে গ'ল ভাৰতীয় খেলুৱৈৰ কষ্ট

১৬২ আহত, ৩৬ জনে হেৰুৱালে প্ৰাণ দুই জনগোষ্ঠীৰ মাজত যুঁজ

১৬২ আহত, ৩৬ জনে হেৰুৱালে প্ৰাণ দুই জনগোষ্ঠীৰ মাজত যুঁজ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.