• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইতিহাস সৃষ্টি কৰি পেৰিছ পেৰা অলিম্পিকত ভাৰতে এইবাৰ জয় কৰে ৭টা সোণ, মুঠ কেইটা

ইতিহাস সৃষ্টি কৰি পেৰিছ পেৰা অলিম্পিকত ভাৰতে এইবাৰ জয় কৰে ৭টা সোণ, মুঠ কেইটা

2 years ago
LIFT দিয়াৰ অজুহাতত অপকৰ্ম

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

11 minutes ago
নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

31 minutes ago
চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

60 minutes ago
শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

1 hour ago
শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

2 hours ago
‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

‘মা, ইহঁতে মোক বুকুত গুৰিয়াইছে’, প্ৰকৃততে নিশা হোমষ্টেত নিমিষাৰ লগত কি হৈছিল?

2 hours ago
ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

4 hours ago
আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

4 hours ago
অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

6 hours ago
পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

6 hours ago
আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

8 hours ago
PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ইতিহাস সৃষ্টি কৰি পেৰিছ পেৰা অলিম্পিকত ভাৰতে এইবাৰ জয় কৰে ৭টা সোণ, মুঠ কেইটা

editor by editor
September 8, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
ইতিহাস সৃষ্টি কৰি পেৰিছ পেৰা অলিম্পিকত ভাৰতে এইবাৰ জয় কৰে ৭টা সোণ, মুঠ কেইটা
0
SHARES
216
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইতিহাস সৃষ্টি কৰি পেৰিছ পেৰা অলিম্পিকত ভাৰতে এইবাৰ জয় কৰে ৭টা সোণ, মুঠ কেইটা

২০২৪ পেৰিছ পেৰালিম্পিক গেমছ সম্পূৰ্ণ হৈছে। এই গেমছত ভাৰতৰ শেষ খেলুৱৈ আছিল পূজা ওঝা, যিয়ে মহিলাৰ কয়াক ২০০ মিটাৰ ফাইনেলত যোগ্যতা অৰ্জন কৰিব নোৱাৰি প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়। ফলত ভাৰতৰ পদকৰ সংখ্যা ২৯টা পদকতে সমাপ্ত হয়। ইয়াৰ ভিতৰত আছিল ৭টা স্বৰ্ণ, ৯টা ৰূপ আৰু ১৩টা ব্ৰঞ্জৰ পদক। অলিম্পিক খেলত এতিয়ালৈকে ভাৰতৰ এইটোৱেই সৰ্বোত্তম প্ৰদৰ্শন। পেৰিছ পেৰালিম্পিকত ভাৰতে মুঠ ২৯টা পদকেৰে পদকৰ তালিকাত ১৮ নম্বৰ স্থানত থাকে।

আজি পেৰালিম্পিক গেমছ ২০২৪ৰ অন্তিম দিন। পদকৰ তালিকালৈ চালে প্ৰথম স্থানত আছে চীন। এই পৰ্যন্ত ২১৮টা পদক লাভ কৰিছে য’ত ৯৪টা সোণ, ৭৩টা ৰূপ আৰু ৪৯টা ব্ৰঞ্জৰ পদক আছে। এই তালিকাত গ্ৰেট ব্রিটেইন দ্বিতীয় স্থানত আছে, যিয়ে ৪৮টা সোণ, ৪৩টা ৰূপ আৰু ৩১টা ব্ৰঞ্জৰ পদক লাভ কৰি মুঠ ১২২টা পদক লাভ কৰিছে। আমেৰিকাই এতিয়ালৈকে ১০৩টা পদক লাভ কৰি তৃতীয় স্থানত আছে। ৩৬টা স্বৰ্ণ, ৪১টা ৰূপ আৰু ২৫টা ব্ৰঞ্জৰ পদক লাভ কৰিছে আমেৰিকাই।

পেৰিছ পেৰালিম্পিক ২০২৪ত ভাৰতৰ পদক বিজয়ীৰ তালিকা:
১) মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল অৱনী লেখাৰা – স্বৰ্ণ

২) মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল মোনা আগৰৱাল – ব্ৰঞ্জ

৩) মহিলাৰ ১০০ মিটাৰ টি৩৫ এথলেটিকছ প্ৰীতি পাল – ব্ৰঞ্জ

৪) পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল SH1 (শ্বুটিং)ত মনীষ নৰৱাল – ৰূপ

৫) মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল এছ এইচ ১ (শ্বুটিং)ত ৰুবিনা ফ্ৰান্সিছ – ব্ৰঞ্জ

৬) মহিলাৰ ২০০ মিটাৰ টি৩৫ (এথলেটিকছ)ত প্ৰীতি পাল – ব্ৰঞ্জ

৭) পুৰুষৰ হাই জাম্প T47 (এথলেটিকছ)ত নিশাদ কুমাৰ – ৰূপ

৮) পুৰুষৰ ডিস্কছ থ্ৰ’ F56 (এথলেটিকছ)ত যোগেশ কথুনিয়া – ৰূপ

৯) পুৰুষৰ একক SL3 (বেডমিণ্টন)ত নিতেশ কুমাৰ – স্বৰ্ণ

১০) মহিলাৰ একক SU5 (বেডমিণ্টন)ত থুলাচিমাথি মুৰুগেছান – ৰূপ

১১) মহিলা একক SU5 (বেডমিণ্টন)ত মনীষা ৰমদাস – ব্ৰঞ্জ

১২) পুৰুষৰ একক SL4 (বেডমিণ্টন)ত সুহাস যথিৰাজ – ৰূপ

১৩) মিক্সড টিম চৌহদত ৰাকেশ কুমাৰ / শীতল দেৱী মুকলি (আৰ্চাৰী) – ব্ৰঞ্জ

১৪) পুৰুষৰ জেভেলিন থ্ৰ’ এফ৬৪ (এথলেটিকছ)ত ছামিট এন্টিল – সোণ

১৫) মহিলা একক শাখাত নিত্য শ্রে শিৱন SH6 (বেডমিণ্টন) – ব্ৰঞ্জ

১৬) মহিলাৰ ৪০০ মিটাৰ টি-২০ (এথলেটিকছ)ত দীপ্তি জীৱনজী – ব্ৰঞ্জ

১৭) পুৰুষৰ জেভেলিন এফ৪৬ (এথলেটিকছ)ত সুন্দৰ সিং গুৰ্জাৰ – ব্ৰঞ্জ

১৮) পুৰুষৰ জেভেলিন এফ৪৬ (এথলেটিকছ)ত অজিত সিং – ৰূপ

১৯) পুৰুষৰ হাই জাম্প টি৬৩ (এথলেটিকছ)ত মৰিয়াপ্পান থাংগাভেলু – ব্ৰঞ্জ

২০) পুৰুষৰ হাই জাম্প টি৬৩ (এথলেটিকছ)ত শাৰদ কুমাৰ – ৰূপ

২১) পুৰুষৰ শ্বট পুট এফ৪৬ (এথলেটিকছ)ত শচীন খিলাৰী – ৰূপ

২২) পুৰুষৰ ব্যক্তিগত ৰিকাৰ্ভ (আৰ্চাৰী)ত হৰবিন্দৰ সিং – সোণ

২৩) পুৰুষৰ ক্লাবত থ্ৰ’ ৫১ (এথলেটিকছ) ধৰমবীৰ – স্বৰ্ণ

২৪) পুৰুষৰ ক্লাবত থ্ৰ’ ৫১ (এথলেটিকছ) প্ৰণৱ সূৰ্মা- ৰূপ

২৫) কপিল পৰমাৰ জুডো পুৰুষৰ – ৬০ কেজি (জুডো) – ব্ৰঞ্জ

২৬) প্ৰবীণ কুমাৰ টি৬৪ হাই জাম্প (এথলেটিকছ) – স্বৰ্ণ

২৭) পুৰুষৰ শ্বট পুট এফ৫৭ (এথলেটিকছ)ত হোকাটো চেমা – ব্ৰঞ্জ

২৮) মহিলাৰ ২০০ মিটাৰ টি ১২ (এথলেটিকছ)ত ছিমৰন সিং – ব্ৰঞ্জ

২৯) পুৰুষৰ জেভেলিন এফ৪১ (এথলেটিকছ)ত নৱদীপ সিং – স্বৰ্ণ

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 7 GoldIndian Para Olympicindian teamPara Olympic 2024Paris Para Olympic
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

LIFT দিয়াৰ অজুহাতত অপকৰ্ম
অপৰাধ

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

September 26, 2026
নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?
ভাৰত

নিৰ্বাচন আয়ুক্তক অপসাৰণৰ প্ৰক্ৰিয়া কিমান কঠিন?

September 26, 2026
শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!
জীৱনশৈলী

শুক্ৰৰ প্ৰভাৱত সলনি হ’ব এই ৫ ৰাশিৰ ভাগ্য!

September 26, 2026
ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো
বাণিজ্য

ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

September 26, 2026
Next Post
ভাৰতত প্ৰৱেশ মাংকি পক্স, বিদেশৰ পৰা উভতি অহা ব্যক্তিৰ দেহত ধৰা পৰিল সংক্ৰমণ, কোৱাৰাইণ্টাইন

ভাৰতত প্ৰৱেশ মাংকি পক্স, বিদেশৰ পৰা উভতি অহা ব্যক্তিৰ দেহত ধৰা পৰিল সংক্ৰমণ, কোৱাৰাইণ্টাইন

‘এয়া আমাৰ শেষ বাৰ্তা, কংগ্ৰেছ ত্যাগ কৰা, অন্যথা…’, ভাবুকি লাভ বজৰং পুনিয়াৰ

'এয়া আমাৰ শেষ বাৰ্তা, কংগ্ৰেছ ত্যাগ কৰা, অন্যথা...', ভাবুকি লাভ বজৰং পুনিয়াৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.