• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘এয়া আমাৰ শেষ বাৰ্তা, কংগ্ৰেছ ত্যাগ কৰা, অন্যথা…’, ভাবুকি লাভ বজৰং পুনিয়াৰ

‘এয়া আমাৰ শেষ বাৰ্তা, কংগ্ৰেছ ত্যাগ কৰা, অন্যথা…’, ভাবুকি লাভ বজৰং পুনিয়াৰ

2 years ago
SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

9 minutes ago
‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

57 minutes ago
শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

2 hours ago
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

3 hours ago
কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

4 hours ago
পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

5 hours ago
গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

6 hours ago
পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

Post Office Scheme: ডাকঘৰৰ বাম্পাৰ আঁচনি, কেৱল সুতৰ পৰাই পাব ২ লাখ টকা!

6 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

7 hours ago
ফুচকা প্ৰিয় নেকি?  ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

ফুচকা প্ৰিয় নেকি? ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

8 hours ago
পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

8 hours ago
সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

‘এয়া আমাৰ শেষ বাৰ্তা, কংগ্ৰেছ ত্যাগ কৰা, অন্যথা…’, ভাবুকি লাভ বজৰং পুনিয়াৰ

editor by editor
September 8, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
‘এয়া আমাৰ শেষ বাৰ্তা, কংগ্ৰেছ ত্যাগ কৰা, অন্যথা…’, ভাবুকি লাভ বজৰং পুনিয়াৰ
0
SHARES
449
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘এয়া আমাৰ শেষ বাৰ্তা, কংগ্ৰেছ ত্যাগ কৰা, অন্যথা…’, ভাবুকি লাভ বজৰং পুনিয়াৰ

হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত যোগদান কৰা মল্লযুঁজাৰু বজৰং পুনিয়াক মৃত্যুৰ ভাবুকি। হোৱাটছএপত যোগে লাভ কৰিছে এই ভাবুকি। কোনো বিদেশী নম্বৰৰ পৰা খেলুৱৈ গৰাকীলৈ এই ভাবুকিভৰা মেছেজ আহিছে। অৱশ্যে বজৰং পুনিয়াই এই সন্দৰ্ভত শোনিপাটৰ বহলগড় আৰক্ষী থানাত অভিযোগ দাখিল কৰিছে।

উল্লেখ্য যে, ৬ ছেপ্টেম্বৰ শুকুৰবাৰে টকিঅ’ অলিম্পিকত ব্ৰঞ্জজয়ী মল্লযুঁজাৰু বজৰং পুনিয়াই কংগ্ৰেছত যোগদান কৰিছিল আৰু সেইদিনাই তেওঁক কিষাণ কংগ্ৰেছৰ কাৰ্যকৰী অধ্যক্ষৰো বাব দিয়া হৈছিল। আৰু কংগ্ৰেছক যোগদানৰ মাত্ৰ দুদিন পিছতে বজৰং পুনিয়াক মৃত্যুৰ ভাবুকি দিছে।

কংগ্ৰেছত যোগদান কৰাৰ পিছত বজৰঙে হোৱাটছএপত এটা বিদেশী নম্বৰৰ পৰা এটা মেছেজ পাইছিল, য’ত লিখা আছিল, “বজৰং, কংগ্ৰেছ এৰি যোৱা নহ’লে তোমাৰ আৰু তোমাৰ পৰিয়ালৰ বাবে ভাল নহ’ব। এয়া আমাৰ শেষ বাৰ্তা।”

একে সময়তে বজৰং পুনিয়াই এই ভাবুকি সন্দৰ্ভত শোণিতৰ বহলগড় আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। এই সমগ্ৰ বিষয়টো আৰক্ষীয়ে গুৰুত্বসহকাৰে তদন্ত কৰি আছে। আৰক্ষীৰ মুখপাত্ৰ ৰবীন্দ্ৰ সিঙে কয়, ‘বজৰং পুনিয়াই শোনিপাটৰ বহলগড় থানাত এজাহাৰ দাখিল কৰিছে। বাহিৰৰ এটা নম্বৰৰ পৰা তেওঁ মেছেজ পাইছে। এজাহাৰ দাখিলৰ পাছতে আৰক্ষীৰ তদন্ত অব্যাহত আছে।

উল্লেখযোগ্য যে কংগ্ৰেছে বজৰং পুনিয়াক বিধানসভাৰ টিকট নিদিয়াৰ বিপৰীতে হাৰিয়ানা বিধানসভাৰ জুলানা আসনৰ পৰা বিনেশ ফ’গাটক প্ৰক্ষেপ কৰিছে। টিকট নোপোৱাৰ প্ৰশ্নত বজৰং পুনিয়াই কৈছিল যে কেৱল নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰাটোৱেই ৰাজনীতি নহয়। ইয়াৰ আগতেও আমি দুয়োজনে কথা পাতিছিলোঁ যে দুয়োৰে এজনে নিৰ্বাচনত অৱতীৰ্ণ হ’ব। বিনেশ ফ’গাটে যুঁজি আছে আৰু মই তাইক সমৰ্থন কৰিছো।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bajrang puniaCongressCongress PartyIndian Player
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য
বাণিজ্য

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

August 19, 2026
‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’
বিনোদন

‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

August 19, 2026
শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ
বিনোদন

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

August 19, 2026
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!
জীৱনশৈলী

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

August 19, 2026
Next Post
পৰিৱৰ্তনী একাদশীৰ বিৰল সংযোগ… ৩টা ৰাশিয়ে লাভ কৰিব ভগৱান বিষ্ণুৰ বিশেষ আশীৰ্বাদ

পৰিৱৰ্তনী একাদশীৰ বিৰল সংযোগ... ৩টা ৰাশিয়ে লাভ কৰিব ভগৱান বিষ্ণুৰ বিশেষ আশীৰ্বাদ

BSNLৰ বিশেষ সস্তীয়া প্লেন, পাব বহুতো সুবিধা, চুম্বকৰ দৰে আকৰ্ষণ কৰিছে গ্ৰাহকক

BSNLৰ বিশেষ সস্তীয়া প্লেন, পাব বহুতো সুবিধা, চুম্বকৰ দৰে আকৰ্ষণ কৰিছে গ্ৰাহকক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.