• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পবিত্ৰ ৰিস্তা-২ বয়কটৰ আহ্বান সুশান্তৰ অনুৰাগীৰ, ছ’চিয়েল মিডিয়াত অংকিতাক ট্ৰ’ল

5 years ago
Gen-Z প্ৰাৰ্থীৰূপে পৰিচিত কুনকী চৌধুৰীয়ে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ, জনতাক উদ্দেশ্যি কি কৈছে কুনকীয়ে?

8 minutes ago
শিৱ যোগৰ সুফল পাব ৫ৰাশিয়ে, বৃহস্পতিবাৰে হাতলৈ আহিব বহুদিনৰ পাবলগীয়া ধন

37 minutes ago
লেবাননত ইজৰায়েলি আক্ৰমণ, আকৌ বন্ধ হৰমুজ প্ৰণালী, কি কৈছে আমেৰিকাই?

57 minutes ago
ভোট দিবলৈ কি কি নথি লগত নিব? ঘৰতে থৈ যাওক আপোনাৰ মোবাইল, ভোট দিবলৈ যোৱাৰ পূৰ্বেই জানি থওক সবিশেষ

2 hours ago
আজি EVMত বন্দী হ’ব ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য, ৰাজ্যৰ ২,৫০,৫৪,৪৬৩ গৰাকী ভোটাৰে কৰিব ভোটদান

তৰমুজ খোৱাৰ পূৰ্বে সাৱধান! নহ’লে ভয়ংকৰ পৰিণাম ভুগিব আপুনি!

9 hours ago
ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ পূৰ্বে নেপেলাব এইবোৰ বস্তু, দুৰ্ভাগ্যই আগুৰি ধৰিব!

ঘৰৰ এটি কোণে আপোনাক কৰিব মালামাল, মাথোঁ অনুসৰণ কৰক এই নিয়ম

10 hours ago
মুখৰ অত্যাধিক দুৰ্গন্ধ… কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি?

11 hours ago
সপ্তাহৰ কোনটো বাৰে চুলি ধোৱা উচিত? নকৰিব ভুল!

12 hours ago
আধুনিক ৰাজনীতিৰ ৰজা কোন? কোনে কেনেদৰে চলালে ডিজিটেল যুদ্ধ, কাৰ নেৰেটিভ সফল কাৰ বিফল?

বেংকত ওলাইছে চাকৰি, ক’ত, কেনেকৈ আবেদন কৰিব জানক…

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

পবিত্ৰ ৰিস্তা-২ বয়কটৰ আহ্বান সুশান্তৰ অনুৰাগীৰ, ছ’চিয়েল মিডিয়াত অংকিতাক ট্ৰ’ল

editor by editor
July 14, 2021
in অসম, গুৱাহাটী, বিনোদন, ভাৰত
0
পবিত্ৰ ৰিস্তা-২ বয়কটৰ আহ্বান সুশান্তৰ অনুৰাগীৰ, ছ’চিয়েল মিডিয়াত অংকিতাক ট্ৰ’ল
0
SHARES
166
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ জনপ্ৰিয় হিন্দী ধাৰাবাহিক পৱিত্ৰ ৰিস্তাৰ দ্বিতীয় খণ্ড শীঘ্ৰেই সম্প্ৰচাৰিত হ’ব। ধাৰাবাহিকখনক লৈ একাংশ দৰ্শকে উৎসুকতা প্ৰদৰ্শন কৰাৰ সমান্তৰালকৈ আন একাংশই বিৰুধীতা কৰিছে। পৱিত্ৰ ৰিস্তা-২ক লৈ অসন্তুষ্ট সুশান্তৰ অনুৰাগী। ছ’চিয়েল মিডিয়াত ট্ৰ’লৰ সন্মুখীন অভিনেত্ৰী অংকিতা লোখ’ন্দ। ইতিমধ্যেই আৰম্ভ কৰিছে ধাৰাবাহিকখনৰ শ্বুটিঙৰ কাম। ছ’চিয়েল মিডিয়াত শ্বুটিং আৰম্ভ হোৱাৰ কথা ঘোষণা কৰাৰ পাছতেই সুশান্ত সিং ৰাজপুতৰ অনুৰাগীয়ে তীক্ষ্ণ বাক্যবানেৰে সমালোচনা কৰিছে অভিনেত্ৰীগৰাকীক। ধাৰাবাহিকখন বয়কট কৰাৰো আহ্বান জনাইছে সুশান্তৰ অনুৰাগীয়ে। সম্প্ৰতি টুইটাৰৰ ট্ৰেণ্ডিংত আছে #BocottPavitraRishta2। ধাৰাবাহিকখনৰ মুখ্য চৰিত্ৰ ‘মানৱ’ৰ ভূমিকাত অন্য অভিনেতাক স্বীকাৰ নকৰে অনুৰাগীসকলে। উল্লেখ্য, পৱিত্ৰ ৰিস্তাৰ দ্বিতীয় খণ্ডত মানৱৰ চৰিত্ৰত অভিনয় কৰিব অভিনেতা শ্বাহীৰ শ্বেইখে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24pavitra rishta 2sushant sing rajput
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Gen-Z প্ৰাৰ্থীৰূপে পৰিচিত কুনকী চৌধুৰীয়ে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ, জনতাক উদ্দেশ্যি কি কৈছে কুনকীয়ে?
অসম

April 9, 2026
ভোট দিবলৈ কি কি নথি লগত নিব? ঘৰতে থৈ যাওক আপোনাৰ মোবাইল, ভোট দিবলৈ যোৱাৰ পূৰ্বেই জানি থওক সবিশেষ
অসম

ভোট দিবলৈ কি কি নথি লগত নিব? ঘৰতে থৈ যাওক আপোনাৰ মোবাইল, ভোট দিবলৈ যোৱাৰ পূৰ্বেই জানি থওক সবিশেষ

April 9, 2026
আজি EVMত বন্দী হ’ব ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য, ৰাজ্যৰ ২,৫০,৫৪,৪৬৩ গৰাকী ভোটাৰে কৰিব ভোটদান
অসম

আজি EVMত বন্দী হ’ব ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য, ৰাজ্যৰ ২,৫০,৫৪,৪৬৩ গৰাকী ভোটাৰে কৰিব ভোটদান

April 9, 2026
আধুনিক ৰাজনীতিৰ ৰজা কোন? কোনে কেনেদৰে চলালে ডিজিটেল যুদ্ধ, কাৰ নেৰেটিভ সফল কাৰ বিফল?
অসম

আধুনিক ৰাজনীতিৰ ৰজা কোন? কোনে কেনেদৰে চলালে ডিজিটেল যুদ্ধ, কাৰ নেৰেটিভ সফল কাৰ বিফল?

April 8, 2026
Next Post
ৰাজস্থানত ‘কুম্ভকৰ্ণ’; বছৰৰ ৩০০ দিনেই শুই থাকে এইগৰাকী ব্যক্তি…

ৰাজস্থানত ‘কুম্ভকৰ্ণ’; বছৰৰ ৩০০ দিনেই শুই থাকে এইগৰাকী ব্যক্তি...

ৰাজ্যত নতুন ট্ৰেণ্ড Encounter

ৰাজ্যত নতুন ট্ৰেণ্ড Encounter

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন