ৰাজ্যত নতুন ট্ৰেণ্ড Encounter। পুলিচৰাজৰ আগজাননী নেকি? জয়সাগৰত আৰক্ষী বিষয়াৰ তাণ্ডৱ। সাংবাদিকক গুলীয়াই মৰাৰ ভাবুকি। দোষীক শাস্তিৰ দাবী সাংবাদিক সন্থাৰ। এতিয়াও মৌন ৰাজ্যৰ মুখ্যমন্ত্ৰী।