• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শ্ৰেয়াছ আয়াৰ- হাৰ্ডিক পাণ্ডিয়া দুয়োৰে বিৰুদ্ধে BCCIৰ এক্সন, দুয়োৰে বিৰুদ্ধে জৰিমনা

শ্ৰেয়াছ আয়াৰ- হাৰ্ডিক পাণ্ডিয়া দুয়োৰে বিৰুদ্ধে BCCIৰ এক্সন, দুয়োৰে বিৰুদ্ধে জৰিমনা

10 months ago
কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

14 minutes ago
এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

1 hour ago
১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

2 hours ago
ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

2 hours ago
বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

3 hours ago
৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

3 hours ago
এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

4 hours ago
সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

4 hours ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

5 hours ago
কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

6 hours ago
Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

6 hours ago
কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

শ্ৰেয়াছ আয়াৰ- হাৰ্ডিক পাণ্ডিয়া দুয়োৰে বিৰুদ্ধে BCCIৰ এক্সন, দুয়োৰে বিৰুদ্ধে জৰিমনা

editor by editor
June 2, 2025
in ক্ৰীড়া, ভাৰত
0
শ্ৰেয়াছ আয়াৰ- হাৰ্ডিক পাণ্ডিয়া দুয়োৰে বিৰুদ্ধে BCCIৰ এক্সন, দুয়োৰে বিৰুদ্ধে জৰিমনা
0
SHARES
3.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শ্ৰেয়াছ আয়াৰ- হাৰ্ডিক পাণ্ডিয়া দুয়োৰে বিৰুদ্ধে BCCIৰ এক্সন, দুয়োৰে বিৰুদ্ধে জৰিমনা

১ জুন তাৰিখে অনুষ্ঠিত হৈ যোৱা দ্বিতীয় কোৱালিফায়াৰত শ্ৰেয়াছ আয়াৰৰ অধিনায়কত্বত পঞ্জাব দলে মুম্বাইক ৫ উইকেটত পৰাস্ত কৰে। প্ৰথমে বেটিং কৰি হাৰ্দিক পাণ্ডিয়া আৰু দলটোৱে ২০৩ ৰান সংগ্ৰহ কৰে। আয়াৰৰ অধিনায়কত্বৰ ইনিংছৰ সহায়ত পঞ্জাবে ১৯ অভাৰতে লক্ষ্যত উপনীত হয়।

কিন্তু এই খেলখনত দুয়ো দলৰ অধিনায়কৰ বিৰুদ্ধে জৰিমনা বিহে বি চি চি আইয়ে।

শ্ৰেয়াছ আয়াৰক ২৪ লাখ টকাৰ জৰিমনা। লেহেমীয়া অভাৰ ৰেট বজাই ৰখাৰ বাবে ২৪ লাখ টকাৰ জৰিমনা বিহা হয় আয়াৰক। এইটো আছিল পাঞ্জাৱ দলৰ এই নিয়মৰ দ্বিতীয়টো উলংঘা।

এই ছিজনত দ্বিতীয়বাৰৰ বাবে পঞ্জাব কিংছক লেহেমীয়া অভাৰ ৰেটৰ দোষী সাব্যস্ত কৰা হৈছে। যাৰ বাবে অধিনায়ক আয়াৰক ২৪ লাখ টকা জৰিমনা বিহা হৈছে আৰু ইমপেক্ট খেলুৱৈকে ধৰি বাকী দলীয় খেলুৱৈসকলক ৬ লাখ টকাকৈ জৰিমনা বিহা হৈছে।

ইয়াৰ উপৰিও এই ছিজনত তৃতীয়বাৰৰ বাবে মুম্বাই ইণ্ডিয়ানছক স্লো অভাৰ ৰেটৰ দোষী সাব্যস্ত কৰা হৈছে, যাৰ বাবে অধিনায়ক হাৰ্দিক পাণ্ডিয়াক ৩০ লাখ টকা জৰিমনা বিহা হৈছে আৰু দলৰ বাকী খেলুৱৈসকলক ১২ লাখ টকাকৈ জৰিমনা বিহা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bcciiplIPL 2025
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!
ভাৰত

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

March 15, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

March 14, 2026
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
Next Post
প্ৰেম অন্ধ, ৪ বোৱাৰীৰ গহনা লৈ ৩০ বছৰীয়া প্ৰেমীকৰ সৈতে পলাল শাহু

প্ৰেম অন্ধ, ৪ বোৱাৰীৰ গহনা লৈ ৩০ বছৰীয়া প্ৰেমীকৰ সৈতে পলাল শাহু

নতুন সপ্তাহত ভাস্কৰ যোগ, সাফল্যৰ দৌৰত সকলোকে পিছ পেলাব এই ৫ৰাশিৰ জাতক-জাতিকাই

নতুন সপ্তাহত ভাস্কৰ যোগ, সাফল্যৰ দৌৰত সকলোকে পিছ পেলাব এই ৫ৰাশিৰ জাতক-জাতিকাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.