• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন সপ্তাহত ভাস্কৰ যোগ, সাফল্যৰ দৌৰত সকলোকে পিছ পেলাব এই ৫ৰাশিৰ জাতক-জাতিকাই

নতুন সপ্তাহত ভাস্কৰ যোগ, সাফল্যৰ দৌৰত সকলোকে পিছ পেলাব এই ৫ৰাশিৰ জাতক-জাতিকাই

1 year ago
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

57 minutes ago
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

2 hours ago
Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

3 hours ago
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

3 hours ago
আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

4 hours ago
কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

13 hours ago
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

13 hours ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

14 hours ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

14 hours ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

14 hours ago
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

15 hours ago
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নতুন সপ্তাহত ভাস্কৰ যোগ, সাফল্যৰ দৌৰত সকলোকে পিছ পেলাব এই ৫ৰাশিৰ জাতক-জাতিকাই

নতুন সপ্তাহত ভাস্কৰ যোগ, সাফল্যৰ দৌৰত সকলোকে পিছ পেলাব এই ৫ৰাশিৰ জাতক-জাতিকাই

editor by editor
June 2, 2025
in জীৱনশৈলী
0
নতুন সপ্তাহত ভাস্কৰ যোগ, সাফল্যৰ দৌৰত সকলোকে পিছ পেলাব এই ৫ৰাশিৰ জাতক-জাতিকাই
0
SHARES
2.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সোমবাৰ ২ জুনৰ পৰা আৰম্ভ হোৱা নতুন সপ্তাহত এইবাৰ গঠিত হ’ব শুভ ভাস্কৰ যোগ৷ জুন মাহৰ প্ৰথম সপ্তাহত মিথুন ৰাশিত গোচৰ কৰিব জ্ঞান আৰু বুদ্ধিৰ কাৰক গ্ৰহ বুধে৷ মিথুন ৰাশিত অধিপতি গ্ৰহ বুধ নিজেই৷ মিথুন ৰাশিত বুধৰ গোচৰৰ ফলত গঠিত হব ভাস্কৰ যোগ৷ বৈদিক জ্য়োতিষে কৈছে যে ভাস্কৰ যোগে জাতকক সাহসী কৰি তুলিব৷ ইয়াৰোপৰি ভাস্কৰ যোগৰ শুভ প্ৰভাৱত নানান ধৰণে লাভৱান হব কেইটামান ৰাশিৰ জাতক৷ জুন মাহত ভাস্কৰ যোগ গঠিত হোৱাত পাঁচ ৰাশিৰ জাতকৰ কেৰিয়াৰত বৃহৎ সাফল্য আহিব৷ আৰ্থিক পৰিস্থিতিৰ উন্নতি হব আৰু সংসাৰতো সুখৰ পৰিবেশ গঠিত হব৷ জানি থওক ভাস্কৰ যোগৰ প্ৰভাৱত ২ জুনৰ পৰা ৮ জুনৰ মাজত ভাগ্য চমকি উঠিব কোন কোন ৰাশিৰ জাতকৰ৷

বৃষ ৰাশি

নতুন সপ্তাহৰ আৰম্ভণিৰ পৰাই নানান দিশৰ পৰা শুভ ফল পাব বৃষ ৰাশিৰ জাতকে৷ আগন্তুক সপ্তাহত আপুনি পূৰ্বে কৰা পৰিকল্পনা অনুসৰি সকলো কাম কৰিব পাৰিব৷ এনাৰ্জি আৰু আত্মবিশ্বাসেৰে তুংগত থাকিব৷ কৰ্মক্ষেত্ৰত আপুনি ভাল পাৰ্ফৰমেন্স দেখুৱাব পাৰিব৷ বিশেষকৈ কৰ্মৰত মহিলাসকলে ঘৰে বাহিৰে সমানে প্ৰশংসা লাভ কৰিব৷ পৰিয়াল আৰু বন্ধুক কাষত পাব৷ ফলত কঠিন কামো সহজে সম্পন্ন কৰিব পাৰিব৷

সিংহ ৰাশি

জুন মাহৰ প্ৰথম সপ্তাহত ভৰপুৰ সুখ থাকিব সিংহ ৰাশিৰ জাতকৰ জীৱনত৷ এই সময়ত আপোনাৰ জীৱনত কিছু পজিটিভ পৰিবৰ্তন আহিব৷ ঘৰতো আনন্দৰ পৰিবেশ থাকিব৷ মাটি, ঘৰ, সম্পত্তি সংক্ৰান্তিয় কোনো লাভজনক চুক্তি কৰিব পাৰে৷ নিজৰ পৰিশ্ৰমৰ দাম পাব৷ আৰ্থিকভাৱেও বৃহৎ লাভ কৰাৰ সুযোগ আপোনাৰ সন্মুখলৈ আহিব৷ নতুন চাকৰি পাব পাৰে৷ বিদেশ যাত্ৰাৰ যোগ আছে৷

তুলা ৰাশি

২ জুনৰ পৰা আৰম্ভ হোৱা সপ্তাহত ভাস্কৰ যোগৰ প্ৰভাৱত সকলো কামতেই সৌভাগ্যক কাষত পাব তুলা ৰাশিৰ জাতকে৷ যি কাম কৰিবলৈ ভয় কৰিছিল সেই কাম সুস্থিৰভাৱে সহজেই সম্পন্ন কৰিব পাৰিব৷ কৰ্মক্ষেত্ৰত পছন্দৰ স্থানলৈ বদলি হব পাৰ৷ অতিৰিক্ত আয়ৰ পথ খুলিব তুলা ৰাশিৰ জাতকৰ সন্মুখত৷ সপ্তাহৰ মাজভাগত কামৰ সূত্ৰে কৰোবালৈ যাব পাৰে৷ সংসাৰৰ ভুল বুজাবুজি দূৰ হব৷

কুম্ভ ৰাশি

নতুন সপ্তাহত সকলো সাফল্য লাভ কৰিব কুম্ভ ৰাশিৰ জাতকে৷ যাৰ বাবে আপুনি দীৰ্ঘদিন ধৰি অপেক্ষা কৰিছিল সেই সাফল্য লাভ কৰিব৷ সমগ্ৰ সপ্তাহেই আপোনাৰ বাবে সাফল্যৰে ভৰা হব৷ নিজৰ বুদ্ধি আৰু দূৰদৃষ্টি কামত লগাই আপুনি সুযোগৰ সদ্বব্যৱহাৰ কৰিব পাৰিব৷ কাষৰ বন্ধুৱে আপোনাক সকলো বিষয়তে সহায় কৰিব৷ কেৰিয়াৰত এই সময়ত বৃহৎ উন্নতিৰ যোগ আছে৷ ,সপ্তাহৰ মাজভাগত আপুনি কোনো প্ৰকল্পত বিনিয়োগ কৰিব পাৰে৷

মীন ৰাশি

নতুন সপ্তাহত ঘৰৰ সকলোৰে সৈতে ভাল সময় কটাব মীন ৰাশিৰ জাতকে৷ সমাজত আপোনাৰ সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷ পাৰ্টনাৰৰ সৈতে ৰোমাণ্টিক সময় কটাব৷ বিদেশত চাকৰিৰ সুযোগ পাব পাৰে৷ আপোনাৰ কামৰ পথৰ বাধা দূৰ হব৷ পৰিয়ালৰ কাৰোবাৰ সৈতে মতৰ অমিল থাকিলে কোনো প্ৰবীণ ব্যক্তিৰ সহায়তাত এই সমস্যা দূৰ হব পাৰে৷ সপ্তাহৰ মাজভাগত ব্যৱসায়িক কাৰণত কৰোবালৈ যাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ
জীৱনশৈলী

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

September 22, 2026
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!
অসম

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

September 22, 2026
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!
জীৱনশৈলী

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

September 22, 2026
আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

September 22, 2026
Next Post
ছেভিংছ একাউণ্টত শূন্য বেলেন্স থাকিলেও নাকাটে কোনো চাৰ্জ, ১ জুনৰ পৰা নতুন নিয়ম আৰম্ভ এই চৰকাৰী বেংকৰ

ছেভিংছ একাউণ্টত শূন্য বেলেন্স থাকিলেও নাকাটে কোনো চাৰ্জ, ১ জুনৰ পৰা নতুন নিয়ম আৰম্ভ এই চৰকাৰী বেংকৰ

পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?

পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.