• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ATMৰ পৰাই তুলিব পাৰিব PFৰ ধন, স্পেচিয়েল কাৰ্ড পাব জুন মাহতেই! এবাৰতে কিমান ধন উঠাব পাৰিব এই কাৰ্ডেৰে??

ATMৰ পৰাই তুলিব পাৰিব PFৰ ধন, স্পেচিয়েল কাৰ্ড পাব জুন মাহতেই! এবাৰতে কিমান ধন উঠাব পাৰিব এই কাৰ্ডেৰে??

1 year ago
শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

29 minutes ago
কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

1 hour ago
সোণৰ গহনাৰ বাবেই মাতৃক হ*ত্যা জী-জোঁৱাইৰ

সোণৰ গহনাৰ বাবেই মাতৃক হ*ত্যা জী-জোঁৱাইৰ

2 hours ago
পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

2 hours ago
বৃহস্পতিৰ সংযোগৰ দ্বাৰা উপকৃত হ’ব এই ৮টা ৰাশি

বৃহস্পতিৰ সংযোগৰ দ্বাৰা উপকৃত হ’ব এই ৮টা ৰাশি

3 hours ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

Indian Armyত ওলাইছে চাকৰি, কি কি লাগিব যোগ্যতা?

11 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, শীঘ্ৰে মালামাল হ’ব ৫ ৰাশিৰ লোক!

12 hours ago
মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

13 hours ago
Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!

Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!

13 hours ago
কেঁচা নে সিজোৱা গাজৰ আপোনাৰ বাবে উপকাৰী? জানি হ’ব আচৰিত

কেঁচা নে সিজোৱা গাজৰ আপোনাৰ বাবে উপকাৰী? জানি হ’ব আচৰিত

13 hours ago
Apple ৰ ডাঙৰ দাবী, ভাৰতত হ’ব iPhone 18 Pro ৰ সৰ্বাধিক বিক্ৰী!

Apple ৰ ডাঙৰ দাবী, ভাৰতত হ’ব iPhone 18 Pro ৰ সৰ্বাধিক বিক্ৰী!

14 hours ago
Post Office Scheme: কেৱল সুতৰ পৰাই উপাৰ্জন কৰক ৬ লাখ টকা, ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Scheme: কেৱল সুতৰ পৰাই উপাৰ্জন কৰক ৬ লাখ টকা, ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ATMৰ পৰাই তুলিব পাৰিব PFৰ ধন, স্পেচিয়েল কাৰ্ড পাব জুন মাহতেই! এবাৰতে কিমান ধন উঠাব পাৰিব এই কাৰ্ডেৰে??

ATMৰ পৰাই তুলিব পাৰিব PFৰ ধন, স্পেচিয়েল কাৰ্ড পাব জুন মাহতেই! এবাৰতে কিমান ধন উঠাব পাৰিব এই কাৰ্ডৰ পৰা?

editor by editor
May 28, 2025
in জীৱনশৈলী, নিয়োগ, প্ৰযুক্তি, বাণিজ্য, ভাৰত
0
ATMৰ পৰাই তুলিব পাৰিব PFৰ ধন, স্পেচিয়েল কাৰ্ড পাব জুন মাহতেই! এবাৰতে কিমান ধন উঠাব পাৰিব এই কাৰ্ডেৰে??
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ATMৰ পৰাই প্ৰভিডেণ্ট ফাণ্ডৰ ধন উঠাব পাৰিব আপুনি৷ এই ঘোষণা কেইবামাহ পূৰ্বেই কৰিছে কেন্দ্ৰীয় শ্ৰম মন্ত্ৰণালয়ে৷ কিন্তু কেতিয়াৰে পৰা আৰম্ভ হব এই প্ৰক্ৰিয়া সেই বিষয়টোক লৈ বহুতৰে মনত প্ৰশ্ন আছিল৷ শেহতীয়াকৈ শ্ৰম মন্ত্ৰণালয়ৰ সূত্ৰৰ পৰা জনা গৈছে যে আগন্তুক জুন মাহৰ পৰাই এই ব্যৱস্থা কাৰ্যকৰী হব৷

জুনৰ পাছতেই সমস্ত সদস্যসকলে এখন বিশেষ উইথড্ৰয়েল কাৰ্ড দিব এমপ্লয়ী প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্ব্যনে৷ সেইসমূহ দেখিবলৈ অবিকল এটিএম কাৰ্ডৰ দৰেই৷ এই কাৰ্ডেৰেই সদস্যসকলে যিকোনো সময়ত এটিএমৰ পৰা পিএফ একাউণ্টৰ ধন তুলি আনিব পাৰে৷

ইতিমধ্যেই আই টি চিষ্টেমৰ উন্নয়নৰ কাম আৰম্ভ কৰিছে ইপিএফঅয়ে৷ যাতে নতুন পৰিসেৱা পোৱাত কৰ্মীসকলৰ কোনো সমস্যা নহয়৷ তাৰবাবে এই সিদ্ধান্ত লৈছে শ্ৰম উন্নয়ণ বিভাগে৷ প্ৰত্যেক লেনদেনত কিমান টকা তুলিব পাৰিব সেই টকা তোলাৰ মুঠ সীমা কিমান হব সেয়া অৱশ্যে এতিয়াও জনোৱা হোৱা নাই৷

প্ৰভিডেণ্ট ফাণ্ডৰ টকা হাতত সময় লাগিব পাৰে৷ প্ৰক্ৰিয়াটো অৱশ্যে জটিল৷ EPFO ATM কাৰ্ড আৰম্ভ হলে সমগ্ৰ প্ৰক্ৰিয়াটোৱেই সহজ হৈ পৰিব৷ গ্ৰাহকে আৰু ৱেবচাইটত আবেদন কৰি বহি থাকিব নালাগে৷ যিকোনো সময়তেই নিজৰ সুবিধা অনুসৰি এই টকা উঠাই লব পাৰে৷ ফলত সময়ো কিছু বাচিব কৰ্মচাৰীৰ৷

যিসকলৰ কৰ্মচাৰীৰ পি এফ একাউণ্ট আছে তেওঁলোকক প্ৰত্যেককেই এই উইথড্ৰয়েল কাৰ্ড দিয়া হব৷ জুনৰ পাছতেই এই কাৰ্ড ইছ্যু কৰিব ইপিএফঅই৷ এটিএমৰ পৰা পি এফৰ একাউণ্টৰ ৫০শতাংশ টকা তুলিব পাৰিব কৰ্মীয়ে৷ কৰ্মীসকলে  আৰু পিএফৰ টকা পোৱাৰ বাবে বহি থাকিব নালাগে৷ দাবী নিষ্পত্তি হৈ গলে নিজৰ টকা এটিএমৰ পৰা তোলাৰ সুবিধা পোৱা যাব৷ ২০২৫ চনৰ জুন মাহৰ পৰা এই পৰিসেৱা আৰম্ভ হোৱাৰ কথা আছে৷ অৱশ্যে ইয়াৰ আনুষ্ঠানিক ঘোষণা এতিয়াও কৰা নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য
ভাৰত

শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

September 18, 2026
কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ
নিয়োগ

কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

September 18, 2026
সোণৰ গহনাৰ বাবেই মাতৃক হ*ত্যা জী-জোঁৱাইৰ
অপৰাধ

সোণৰ গহনাৰ বাবেই মাতৃক হ*ত্যা জী-জোঁৱাইৰ

September 18, 2026
পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক
ভাৰত

পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

September 18, 2026
Next Post
অৱসৰত আৰ্থিক সুৰক্ষাৰ সুযোগ, প্ৰতিমাহে ৫৫ টকাকৈ জমা কৰি ৬০ বছৰৰ পাছত প্ৰতিমাহে পেঞ্চন লওক ৩০০০ টকা

অৱসৰত আৰ্থিক সুৰক্ষাৰ সুযোগ, প্ৰতিমাহে ৫৫ টকাকৈ জমা কৰি ৬০ বছৰৰ পাছত প্ৰতিমাহে পেঞ্চন লওক ৩০০০ টকা

বিবাহিত পুৰুষ অন্য নাৰীৰ প্ৰতি কিয় আকৃষ্ট হয়? ৫টা অপ্ৰিয় সত্য উল্লেখ আছে চাণক্য নীতিত

বিবাহিত পুৰুষ অন্য নাৰীৰ প্ৰতি কিয় আকৃষ্ট হয়? ৫টা অপ্ৰিয় সত্য উল্লেখ আছে চাণক্য নীতিত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.