• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পিতৃপক্ষত ক’লা তিলৰ মহত্ব জানেনে? অৰ্থ উপাৰ্জন আৰু সাফল্যৰ বাবে পূৰ্বপুৰুষক কি কি আগবঢ়াব?

পিতৃপক্ষত ক’লা তিলৰ মহত্ব জানেনে? অৰ্থ উপাৰ্জন আৰু সাফল্যৰ বাবে পূৰ্বপুৰুষক কি কি আগবঢ়াব?

3 years ago
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

30 seconds ago
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

10 minutes ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

23 minutes ago
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

43 minutes ago
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

1 hour ago
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

1 hour ago
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

2 hours ago
মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

3 hours ago
‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

4 hours ago
Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

4 hours ago
চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…

চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…

5 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পিতৃপক্ষত ক’লা তিলৰ মহত্ব জানেনে? অৰ্থ উপাৰ্জন আৰু সাফল্যৰ বাবে পূৰ্বপুৰুষক কি কি আগবঢ়াব?

editor by editor
October 5, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
পিতৃপক্ষত ক’লা তিলৰ মহত্ব জানেনে? অৰ্থ উপাৰ্জন আৰু সাফল্যৰ বাবে পূৰ্বপুৰুষক কি কি আগবঢ়াব?
0
SHARES
532
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ১৬ দিন ধৰি চলি থকা পিতৃপক্ষৰ আজি সপ্তম দিন। ১৪ অক্টোবৰত মহালয়া আৰু সৰ্বপিতৃ অমাবস্যাৰে শেষ হ’ব পিতৃপক্ষ। এই সময় পিতৃপুৰুষৰ বাবে সমৰ্পিত। কোনো জাতকৰ কোষ্ঠীত পিতৃদোষ থাকিলে সেয়া দূৰ কৰাৰ এয়াই শ্ৰেষ্ঠ সময়। পিতৃপক্ষৰ শ্ৰাদ্ধ, তৰ্পণ, পিণ্ডদানৰ কামত কলা তিল বিশেষভাৱে ব্যৱহৃত হয়। পিতৃ দোষৰ পৰা মুক্তি পাবলৈ কলা তিল আগবঢ়োৱাৰ কেইবাটও উপায় দিয়া আছে জ্যোতিষশাস্ত্ৰত। পূৰ্বপুৰুষৰ আশীৰ্বাদ লাভৰ বাবে কলা তিল কি কি উপায়েৰে আগবঢ়াব সবিশেষ জানি থওক।

অৰ্যমাৰ পূজা কৰক
শাস্ত্ৰমতে অৰ্যমাক পূৰ্বপুৰুষৰ দেৱতা বুলি কোৱা হয়। সেয়ে পিতৃপক্ষৰ সময়ত অৰ্যমা দেৱৰ পূজা কৰিব লাগে। ইয়াৰোপৰি অৰ্যমাৰ পূজাত কলা তিল নিবেদন কৰক। এই উপায়েৰে পূৰ্বপুৰুষক উপাসনা কৰিলে আপুনি আশীৰ্বাদ লাভ কৰিবই।

এই সময়ত বিষ্ণুক কলা তিল নিবেদন কৰক
পিতৃপক্ষৰ সময়ত ইন্দিৰা একাদশীও চলি থাকে। এই সময়ত বহুতেই পূৰ্বপুৰুষৰ উদ্দেশ্যেই উপবাসে থাকে। এই সময়ত বিষ্ণুপূজা কৰাৰ কেইটামান বিশেষ নিয়ম আছে। এই তিথিত বিষ্ণুক অৱশ্যেই কলা তিল নিবেদন কৰক। ইয়াৰ ফলত বিষ্ণু আৰু পূৰ্বপুৰুষ উভয়েই সুখী হয়। জীৱনত সুখ সমৃদ্ধিৰ আগমন ঘটিব।

তৰ্পণতো ক’লা তিল ব্যৱহাৰ কৰক
পিতৃপক্ষৰ প্ৰতিটো দিনেই পূৰ্বপুৰুষৰ উদ্দেশ্যে তৰ্পণ কৰা উচিত। তৰ্পণৰ পানীত ভুলতো ক’লা তিল নিদিব। ইয়াৰ ফলত পূৰ্বপুৰুষ প্ৰসন্ন হ’ব। ইয়াৰোপৰি ধন-বৈভৱৰ আশীৰ্বাদো লাভ কৰিব। উল্লেখ্য যে ক’লা তিল ব্যৱহাৰ কৰিলে যমৰাজ প্ৰসন্ন হয়। কাৰণ তিল যমৰ প্ৰিয়।

মহালয়াত এই পূজা কৰক
পিতৃপক্ষৰ শেষ দিনা মহালয়া বা সৰ্বপিতৃ অমাবস্যা। এই দিনটোতেই শ্ৰাদ্ধকৰ্ম কৰা হয়। যিসকলৰ পূৰ্বপুৰুষৰ মৃত্যু তিথি জ্ঞাত নহয়, তেওঁলোকক এই দিনটোতেই তৰ্পণ কৰা হয়, বহুতে পিণ্ডদানো কৰে। সেয়ে হিন্দু ধৰ্মত এই দিনকেইটাৰ বিশেষ মাহাত্ম্য আছে। এই দিনটোত পানী, ক’লা তিল দি পূৰ্বপুৰুষক তৰ্পণ কৰক। ইয়াৰফলত পিতৃদোষ দূৰ হ’ব।

ক’লা তিল ব্যৱহাৰৰ অন্য উপায়
ক’লা তিল শনিৰ অত্যন্ত প্ৰিয়। এইবাৰ শনিবাৰেই সৰ্বপিতৃ অমাবস্যা। সেয়ে এই তিথিত ক’লা তিল দানেৰে শনিৰ দশাৰ পৰা মুক্তি লাভ কৰিব। শনিবাৰে পানীৰ সৈতে কেঁচা গাখীৰ, চেনী আৰু ক’লা তিল মিহলাই অৰ্পণ কৰিব। কঠোৰ পৰিশ্ৰমৰ অন্ততো যদি আপুনি অসফল বা আৰ্থিক সমস্যাত পৰি আছে তেন্তে ক’লা তিল আগবঢ়ালে সুফল লাভ কৰিব। ইয়াৰ ফলত ক্ৰমশ উন্নতি হ’ব এই ৰাশিৰ জাতকৰ। তামৰ লোটাত পানী, ক’লা তিল মিহলাই শিৱৰ জলাভিষেক কৰিব। ইয়াৰ ফলত ব্যক্তিয়ে ৰোগৰ পৰা মুক্তি লাভ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?
জীৱনশৈলী

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

April 11, 2026
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?
জীৱনশৈলী

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

April 11, 2026
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ
জীৱনশৈলী

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

April 11, 2026
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া
জীৱনশৈলী

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

April 11, 2026
Next Post
ঘোষিত হ’ল সাহিত্যত নোবেলজয়ীৰ নাম! জন ফছলৈ আগবঢ়োৱা হৈছে এই বৰ্ষৰ নোবেল বঁটা

ঘোষিত হ’ল সাহিত্যত নোবেলজয়ীৰ নাম! জন ফছলৈ আগবঢ়োৱা হৈছে এই বৰ্ষৰ নোবেল বঁটা

৩টা কাৰণঃ কিয় বিবাহবিচ্ছেদ হ’ল ক্ৰিকেটাৰ ধাৱানৰ? পত্নীয়ে কি কি অত্যাচাৰ চলাইছিল ভাৰতীয় ক্ৰিকেটাৰৰ ওপৰত?

৩টা কাৰণঃ কিয় বিবাহবিচ্ছেদ হ’ল ক্ৰিকেটাৰ ধাৱানৰ? পত্নীয়ে কি কি অত্যাচাৰ চলাইছিল ভাৰতীয় ক্ৰিকেটাৰৰ ওপৰত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.