• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পৃথিৱীৰ পৰা শেষ হ’ব প্লাষ্টিক আৱৰ্জনা, প্লাষ্টিকক খাদ্য হিচাপে গ্ৰহণ কৰা বিশেষ কাঠফুলাৰ আৱিষ্কাৰ

পৃথিৱীৰ পৰা শেষ হ’ব প্লাষ্টিক আৱৰ্জনা, প্লাষ্টিকক খাদ্য হিচাপে গ্ৰহণ কৰা বিশেষ কাঠফুলাৰ আৱিষ্কাৰ

5 years ago
FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ

FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ

1 hour ago
২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

2 hours ago
NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

2 hours ago
কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

4 hours ago
চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

5 hours ago
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

6 hours ago
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

6 hours ago
আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

6 hours ago
উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

7 hours ago
ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

8 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

9 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

পৃথিৱীৰ পৰা শেষ হ’ব প্লাষ্টিক আৱৰ্জনা, প্লাষ্টিকক খাদ্য হিচাপে গ্ৰহণ কৰা বিশেষ কাঠফুলাৰ আৱিষ্কাৰ

editor by editor
April 19, 2021
in বিবিধ, বিশ্ব
0
পৃথিৱীৰ পৰা শেষ হ’ব প্লাষ্টিক আৱৰ্জনা, প্লাষ্টিকক খাদ্য হিচাপে গ্ৰহণ কৰা বিশেষ কাঠফুলাৰ আৱিষ্কাৰ
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত পৃথিৱীৰ এক অন্যতম ভয়াৱহ সমস্যা হৈছে প্লাষ্টিক আৱৰ্জনা। ১৯৫০ চনৰ পাছৰে পৰা বৰ্তমানলৈকে ৯ বিলিয়ন টন অৰ্থাৎ ১৮৬ কোটি কিঃগ্ৰাঃ প্লাষ্টিক আৱৰ্জনা পৃথিৱীৰ বুকুত সৃষ্টি হৈছে। ইয়াৰে কেৱল ৯ শতাংশ আৱৰ্জনা পুনৰ ব্যৱহাৰযোগ্য কৰি তোলা হৈছে। ১২ শতাংশ প্লাষ্টিক জ্বলাই দিয়া হৈছে আৰু বাকী ৭৯ শতাংশ প্লাষ্টিক প্ৰকৃতিৰ বাবে এক বিপদ। বৰ্তমান বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছে এবিধ কাঠফুলা যিয়ে প্লাষ্টিকক খাদ্য হিচাপে গ্ৰহণ কৰে আৰু উৎপাদন কৰে জৈৱিক পদাৰ্থ।

এই কাঠফুলাবিধৰ নাম ‘পেষ্টাল’টিয়প্সিচ  মাইক্ৰস্প’ৰা’ (pestalotiopsis misrospors)। ই প্লাষ্টিক তৈয়াৰী পদাৰ্থ পলিয়োৰিথেন খাই প্ৰাকৃতিকভাৱে জৈৱিক পদাৰ্থলৈ ৰূপান্তৰ কৰে। এই কাঠফুলাবিধৰ অধিক উৎপাদন কৰিলে ভৱিষ্যতে দূষিত প্লাষ্টিক আৱৰ্জনাৰ পৰা পৰিত্ৰাণ পোৱা যাব।

প্ৰকৃতিবিদসকলৰ মতে, এই কাঠফুলাবিধ প্লাষ্টিক আৱৰ্জনাৰ ওপৰত উৎপাদন কৰিলে সকলো আৱৰ্জনা জৈৱিক পদাৰ্থলৈ ৰূপান্তৰিত হ’ব আৰু এইসমূহক ৰাসায়নিক সাৰ হিচাপে ব্যৱহাৰ কৰিব পৰা যাব। এই কাঠফুলা বিধত থকা বেংচতা নামৰ উপাদানৰ বাবে ই সকলোতে বৃদ্ধি হ’ব পাৰে।

বহু বছৰৰ পৰাই বৈজ্ঞানিকসকলে কাঠফুলাবিধৰ ওপৰত গৱেষণা কৰি আছে। পৃথিৱীত মুঠ ২০-৪০ লাখ প্ৰজাতিৰ বেংচতা পোৱা যায়। এই কাঠফুলাবিধ বৰ্তমান কেৱল ইকুৱেডৰৰ আমাজন জংঘলত পোৱা গৈছে।

য়েল ইউনিভাৰচিটিৰ বিজ্ঞানীসকলৰ মতে, কাঠফুলাবিধ অক্সিজেন কম থকা অথবা অক্সিজেন নথকা ঠাইতো জীয়াই থাকিব পাৰিব। কাৰণ ইয়াৰ বাবে প্ৰয়োজনীয় অক্সিজেন গেছ প্লাষ্টিকৰ পৰা উৎপাদন কৰা জৈৱিক পদাৰ্থৰ পৰাই লাভ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24plastic eating mushroom
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ
অসম

NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

March 19, 2026
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?
জীৱনশৈলী

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

March 19, 2026
ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!
প্ৰযুক্তি

ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

March 19, 2026
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?
নিয়োগ

দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

March 19, 2026
Next Post
পুনৰ অসুস্থ অভিনেতা মিঠুন চক্ৰৱৰ্তী

পুনৰ অসুস্থ অভিনেতা মিঠুন চক্ৰৱৰ্তী

আজিৰে পৰা দিল্লীত লকডাউন ঘোষণা

আজিৰে পৰা দিল্লীত লকডাউন ঘোষণা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.