• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১২ কোটি মানুহৰ বাবে সুখবৰ! এই মাহতেই একাউণ্টত সোমাব চৰকাৰী যোজনাৰ ধন

১২ কোটি মানুহৰ বাবে সুখবৰ! এই মাহতেই একাউণ্টত সোমাব চৰকাৰী যোজনাৰ ধন

3 years ago
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

4 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

4 hours ago
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

4 hours ago
অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

5 hours ago
Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

5 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

১০ লাখৰ FD নে ১০ হাজাৰৰ RD? ১০ বছৰৰ পিছত কোনে বেছি ৰিটাৰ্ণ পাব জানক

6 hours ago
জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

8 hours ago
UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

8 hours ago
Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

9 hours ago
social media

Workplace Jealousy: অফিচৰ ঈৰ্ষা কৰা সহকৰ্মীৰ পৰা সাৱধান! লক্ষণসমূহ দেখিলেই আঁতৰি থাকক

10 hours ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল  নতুন ঘৰৰ মালিকনী!

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল নতুন ঘৰৰ মালিকনী!

10 hours ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

গৰমত বৃদ্ধি পায় নেকি হাৰ্ট এটেকৰ সমস্যা, অৱহেলা নকৰিব এইবোৰ লক্ষণ!

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

১২ কোটি মানুহৰ বাবে সুখবৰ! এই মাহতেই একাউণ্টত সোমাব চৰকাৰী যোজনাৰ ধন

editor by editor
July 4, 2023
in ভাৰত, ৰাজনীতি
0
১২ কোটি মানুহৰ বাবে সুখবৰ! এই মাহতেই একাউণ্টত সোমাব চৰকাৰী যোজনাৰ ধন
0
SHARES
4.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ অধীনত ১২ কোটি কৃষকে লাভ কৰিব ধন৷ জুলাই মাহতেই ১৪সংখ্যক কিস্তিৰ ধন সোমাব কৃষকৰ একাউণ্টত৷ একাধিক সূত্ৰৰ খবৰ অনুসৰি চলিত মাহৰ ১৫ তাৰিখৰ ভিতৰতেই কৃষকৰ একাউণ্টত সোমাব ২০০০কৈ ধন৷ কিন্তু বিষয়টোক লৈ চৰকাৰী বিবৃতি বৰ্তমানো দিয়া হোৱা নাই৷ এই প্ৰকল্পৰ আওতাত থকা কৃষকে বাৰ্ষিক ৬০০০কৈ ধন লাভ কৰে৷ কৃষকসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলাৰ উদ্দেশ্যেই এই সিদ্ধান্ত লৈছে চৰকাৰে৷

১৩ সংখ্যক কিস্তি কেতিয়া লাভ কৰিছিল কৃষকে?
পিএম কিষাণ যোজনাৰ অধীনত ১৩ নম্বৰ কিস্তি ২৭ ফেব্ৰুৱাৰীত কৃষকৰ একাউণ্টত সোমাইছিল৷ এই যোজনাৰ অধীনত ৪কোটিৰো অধিক কৃষক লাভাম্বিত হৈছে৷ সমগ্ৰ দেশৰ কৃষকসকলৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ অধীনত ১৬,৮০০ কোটি ধন মোকলাই দিয়া হৈছিল৷ আনহাতে এই যোজনাৰ ১১ আৰু ১২ সংখ্যক কিস্তি প্ৰদান কৰা হৈছিল বিগত বৰ্ষৰ মে আৰু অক্টোবৰত৷

পি এম কিষাণ যোজনাৰ ধনৰ বাবে কেনেকৈ আৱেদন কৰিব?

আপুনিও যদি পিএম কিষাণ যোজনাৰ সুবিধাভোগী তেন্তে আপোনাৰ বেংক একাউণ্টৰ সৈতে আধাৰ লিংক অচিৰেই কৰক৷ এইক্ষেত্ৰত মনত ৰাখিব লাগিব যে ৰেজিষ্ট্ৰেছন কৰা কৃষকসকলৰ বাবে ই কেৱাইছি বাধ্যতামূলক৷ ই-কেৱাইছি নাথাকিলে কিন্তু ধন নাপাবও পাৰে গ্ৰাহকে৷ PM-Kisan পৰ্টেলত OTP ভিত্তিক eKYC উপলব্ধ৷ ইয়াৰোপৰি বায়মেট্ৰিক ভিত্তিক eKYCৰ বাবে নিকটতম CSC কেন্দ্ৰত গৈ যোগাযোগ কৰিব পাৰে৷ ইয়াৰোপৰি কোনোধৰণৰ অসুবিধাৰ সন্মুখীন হ’লে হেল্পলাইন নম্বৰ 155261/011-24300606ত যোগাযোগ কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’
অসম

‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

September 12, 2026
কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা
বিনোদন

কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

September 12, 2026
আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?
ভাৰত

আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

September 12, 2026
ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক
ভাৰত

ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

September 12, 2026
Next Post
এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে, কিন্তু এই ৫ মহাপাপ কি কি?

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে, কিন্তু এই ৫ মহাপাপ কি কি?

বিজেপি নেতাৰ নিৰ্লজ্জ কাণ্ড! মধ্যপ্ৰদেশৰ ভাইৰেল ভিডিঅ’ক লৈ দেশজুৰি চৰ্চা, জনতাৰ প্ৰশ্ন এইবাৰ বুলডোজাৰ চলিবনে অভিযুক্ত প্ৰৱেশৰ গৃহত?

বিজেপি নেতাৰ নিৰ্লজ্জ কাণ্ড! মধ্যপ্ৰদেশৰ ভাইৰেল ভিডিঅ’ক লৈ দেশজুৰি চৰ্চা, জনতাৰ প্ৰশ্ন এইবাৰ বুলডোজাৰ চলিবনে অভিযুক্ত প্ৰৱেশৰ গৃহত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.