• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
narendra modi

Made in India ক বাস্তৱত প্ৰতিফলিত কৰিছে ভাৰতৰ জনসাধাৰণে, ১০০ কোটি ভেকচিনেচনে ইতিহাস ৰচিলেঃ মোদী

4 years ago
বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?

বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?

1 hour ago
শিশু জন্ম হ’লেই লগে লগে DNA টেষ্ট বাধ্যতামূলক, ক’ত আৰম্ভ হৈছে এই নিয়ম? কিয় ইমান জৰুৰী জিনৰ পৰীক্ষা?

শিশু জন্ম হ’লেই লগে লগে DNA টেষ্ট বাধ্যতামূলক, ক’ত আৰম্ভ হৈছে এই নিয়ম? কিয় ইমান জৰুৰী জিনৰ পৰীক্ষা?

2 hours ago
বিমান দুৰ্ঘটনাতো মৃত্যু নহ’ল, ৭বাৰকৈ যমৰ দুৱাৰৰ পৰা ওভতি অহা বিশ্বৰ আটাইতকৈ লাকী ব্যক্তিয়ে জয় কৰিছিল ৫ কোটি লটাৰীও, কোন এই ব্যক্তি?

বিমান দুৰ্ঘটনাতো মৃত্যু নহ’ল, ৭বাৰকৈ যমৰ দুৱাৰৰ পৰা ওভতি অহা বিশ্বৰ আটাইতকৈ লাকী ব্যক্তিয়ে জয় কৰিছিল ৫ কোটি লটাৰীও, কোন এই ব্যক্তি?

2 hours ago
চ’তৰ শেষত সূৰ্যৰ কৃপাত খুলিব ৪ৰাশিৰ ভাগ্যৰ জট, সুসময় উভতিব কাৰ কাৰ জীৱনলৈ?

চ’তৰ শেষত সূৰ্যৰ কৃপাত খুলিব ৪ৰাশিৰ ভাগ্যৰ জট, সুসময় উভতিব কাৰ কাৰ জীৱনলৈ?

2 hours ago
এতিয়াৰে পৰা ডলাৰত থাকিব ট্ৰাম্পৰ স্বাক্ষৰ, চলিছে ছপাৰ কাম, কেতিয়া মুকলি হ’ব বজাৰত?

এতিয়াৰে পৰা ডলাৰত থাকিব ট্ৰাম্পৰ স্বাক্ষৰ, চলিছে ছপাৰ কাম, কেতিয়া মুকলি হ’ব বজাৰত?

3 hours ago
যুদ্ধৰ পৰিস্থিতিত কি কি সতৰ্কতা গ্ৰহণ কৰিব, শুকুৰবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক, বৈঠকত নাথাকে ভোটমুখী ৫ৰাজ্য

যুদ্ধৰ পৰিস্থিতিত কি কি সতৰ্কতা গ্ৰহণ কৰিব, শুকুৰবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক, বৈঠকত নাথাকে ভোটমুখী ৫ৰাজ্য

3 hours ago
নিশা টোপনি গলেই নাক বন্ধ, অনবৰতে মূৰৰ বিষ, শীতত কিয় ভয়াৱহ হৈ উঠে ছাইনাচ? উপশমৰ উপায় কি?

নিশা টোপনি গলেই নাক বন্ধ, অনবৰতে মূৰৰ বিষ, শীতত কিয় ভয়াৱহ হৈ উঠে ছাইনাচ? উপশমৰ উপায় কি?

15 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

15 hours ago
১৩৮ দিন ৩ৰাশিৰ জীৱনত ভাগ্যোদয়ৰ সুযোগ, ৩ মাহৰ পাছত আৰম্ভ হ’ব শনি বক্ৰীৰ এফেক্ট

১৩৮ দিন ৩ৰাশিৰ জীৱনত ভাগ্যোদয়ৰ সুযোগ, ৩ মাহৰ পাছত আৰম্ভ হ’ব শনি বক্ৰীৰ এফেক্ট

15 hours ago
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মীসকলৰ দৰমহা বাঢ়িব ৩৫শতাংশ পৰ্যন্ত, কেতিয়াৰে পৰা একাউণ্টত সোমাব ধন?

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মীসকলৰ দৰমহা বাঢ়িব ৩৫শতাংশ পৰ্যন্ত, কেতিয়াৰে পৰা একাউণ্টত সোমাব ধন?

16 hours ago
পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?

পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?

16 hours ago
বুধৰ নক্ষত্ৰত সূৰ্যৰ গোচৰ, ভাগ্য উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

বুধৰ নক্ষত্ৰত সূৰ্যৰ গোচৰ, ভাগ্য উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

Made in India ক বাস্তৱত প্ৰতিফলিত কৰিছে ভাৰতৰ জনসাধাৰণে, ১০০ কোটি ভেকচিনেচনে ইতিহাস ৰচিলেঃ মোদী

editor by editor
October 22, 2021
in অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত, ৰাজনীতি
0
narendra modi
0
SHARES
36
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ দেশে ১০০ কোটি ভেকচিনেচন সম্পূৰ্ণ কৰা উপলক্ষে আজি দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ ভাৰতৰ এই সফলতাৰ বাবে দেশবাসীক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ বিনামূলীয়াকৈ ১০০ কোটি ভেকচিন প্ৰদান কৰি ভাৰতে নজিৰ সৃষ্টি কৰিছে বুলিও উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে৷ কোভিড মহামাৰীৰ বিৰুদ্ধে ভাৰতৰ যুঁজ সন্দৰ্ভত উঠা প্ৰশ্নৰো উত্তৰ দিয়ে মোডীয়ে৷ দেশবাসীক উদ্দেশ্যি কৰা আজিৰ ভাষণত ১০ টা কথাত গুৰুত্ব প্ৰদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে-

  • ২১ অক্টোবৰত ১০০ কোটি ভেকচিন সম্পূৰ্ণ কৰি ইতিহাস ৰচিলে ভাৰতে৷
  • ই কেৱল এক পৰিসংখ্যা নহয়, ইতিহাসৰ এক নতুন অধ্যায়৷ এই বৃহৎ পৰিসংখ্যাই প্ৰমাণ কৰে যে ভাৰতে মহামাৰীৰ বিৰুদ্ধে কঠিন লক্ষ্যত উপনীত হ’ব পাৰিব৷
  • ১০০ কোটি ভেকচিনেচনে প্ৰমাণ কৰে, নিজৰ লক্ষ্যত উপনীত হ’বলৈ ভাৰতে যথেষ্ট শ্ৰম কৰিছে৷
  • ভাৰতে কোভিডৰ বিৰুদ্ধে কৰা যুঁজ সন্দৰ্ভত বিভিন্ন প্ৰশ্ন উত্থাপিত হৈ আহিছে৷ কিন্তু আজি ১০০ কোটি ভেকচিন সম্পূৰ্ণ হোৱাৰ তথ্যই সকলো প্ৰশ্ন উত্তৰ দিলে৷
  • মহামাৰীয়ে ধনী-দুখীয়াৰ মাজত কেতিয়াও বৈষম্য নকৰে৷ আমাৰ ভেকচিনেচন অভিযানো বৈষম্যমূলক নহয়৷ ভাৰতৰ ভেকচিনেচন অভিযানত VIP সংস্কৃতিক প্ৰাধান্য দিয়া নহয়৷
  • সম্প্ৰতি বিশ্বি ভাৰতক অধিক কোভিডমুক্ত হিচাপে বিবেচিত কৰিছে৷ ইয়াৰ লগে লগে ‘ফাৰ্মা হাব’ হিচাপে ভাৰতৰ গ্ৰহণযোগ্যতা অধিক বৃদ্ধি পাব৷
  • দেশীয় আৰু বৰ্হিদেশীয় বিশেষজ্ঞই ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থাক ইতিবাচক দৃষ্টিভংগীৰে গ্ৰহণ কৰে৷ বৰ্তমান ভাৰতীয় কোম্পানীসমূহে কেৱল ৰেকৰ্ড গঢ়াই নহয়, যুৱপ্ৰজন্মৰ বাবে নতুন নিয়োগৰ সুবিধা প্ৰদান কৰিছে৷
  • কেৱল শ্ল’গানতেই নহয়, বৰ্তমান সময়ত ভাৰতে ‘মেড ইন ইণ্ডিয়া’ক বাস্তৱত প্ৰতিফলিত কৰিছে৷
  • কোভিড মহামাৰীৰ বিৰুদ্ধে ভাৰতৰ প্ৰথম প্ৰচেষ্টা আছিল জনসাধাৰণৰ অংশগ্ৰহণ৷ প্ৰথম অৱস্থাত থালি বজাই ভাৰতৰ জনতাই এই আহ্বানক যিদৰে সমৰ্থন জনালে, সেয়া অভূতপূৰ্ব৷ কিন্তু বহুতৰে প্ৰশ্ন আছিল, এই প্ৰচেষ্টাই ভাৰতৰ ৰোগমুক্ত কৰাত সহায় কৰিবনে?

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24covid vaccinenarendra-modivaccine drive
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?
জীৱনশৈলী

বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?

March 27, 2026
বিমান দুৰ্ঘটনাতো মৃত্যু নহ’ল, ৭বাৰকৈ যমৰ দুৱাৰৰ পৰা ওভতি অহা বিশ্বৰ আটাইতকৈ লাকী ব্যক্তিয়ে জয় কৰিছিল ৫ কোটি লটাৰীও, কোন এই ব্যক্তি?
জীৱনশৈলী

বিমান দুৰ্ঘটনাতো মৃত্যু নহ’ল, ৭বাৰকৈ যমৰ দুৱাৰৰ পৰা ওভতি অহা বিশ্বৰ আটাইতকৈ লাকী ব্যক্তিয়ে জয় কৰিছিল ৫ কোটি লটাৰীও, কোন এই ব্যক্তি?

March 27, 2026
চ’তৰ শেষত সূৰ্যৰ কৃপাত খুলিব ৪ৰাশিৰ ভাগ্যৰ জট, সুসময় উভতিব কাৰ কাৰ জীৱনলৈ?
জীৱনশৈলী

চ’তৰ শেষত সূৰ্যৰ কৃপাত খুলিব ৪ৰাশিৰ ভাগ্যৰ জট, সুসময় উভতিব কাৰ কাৰ জীৱনলৈ?

March 27, 2026
এতিয়াৰে পৰা ডলাৰত থাকিব ট্ৰাম্পৰ স্বাক্ষৰ, চলিছে ছপাৰ কাম, কেতিয়া মুকলি হ’ব বজাৰত?
জীৱনশৈলী

এতিয়াৰে পৰা ডলাৰত থাকিব ট্ৰাম্পৰ স্বাক্ষৰ, চলিছে ছপাৰ কাম, কেতিয়া মুকলি হ’ব বজাৰত?

March 27, 2026
Next Post
himanta biswa sharma

প্ৰসংগঃ উপ-নিৰ্বাচন

missile pinaka

ভাৰত-চীন সীমান্তত অতন্দ্ৰ প্ৰহৰীৰ ৰূপত সাজু অত্যধুনিক ভাৰতীয় মিছাইল ‘পিনাকা’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.