• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোনে পাব কি মন্ত্ৰী পদ, চৰ্চিত তালিকাত অসমৰ এগৰাকীৰ নাম, উত্তৰ পূৱৰো আন ২গৰাকী

কোনে পাব কি মন্ত্ৰী পদ, চৰ্চিত তালিকাত অসমৰ এগৰাকীৰ নাম, উত্তৰ পূৱৰো আন ২গৰাকী

2 years ago
Bank Holiday: একেলগে ৬ দিন বন্ধ থাকিব বেংক! জানক বন্ধৰ তালিকা

Bank Holiday: একেলগে ৬ দিন বন্ধ থাকিব বেংক! জানক বন্ধৰ তালিকা

21 minutes ago
খোজকঢ়া, দৌৰাৰ ক্ষমতা হেৰাই যায়…! বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান-নাতাশাৰ কন্যা লাৰা

খোজকঢ়া, দৌৰাৰ ক্ষমতা হেৰাই যায়…! বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান-নাতাশাৰ কন্যা লাৰা

3 hours ago
ভাৱিবই নোৱাৰিব, এইসমূহেই লিভাৰ ছিৰোচিছৰ সংকেত, আগতেই সচেতন নহ’লে ভয়ংকৰ বিপদ হ’ব পাৰে আপোনাৰো

ভাৱিবই নোৱাৰিব, এইসমূহেই লিভাৰ ছিৰোচিছৰ সংকেত, আগতেই সচেতন নহ’লে ভয়ংকৰ বিপদ হ’ব পাৰে আপোনাৰো

3 hours ago
ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?

ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?

4 hours ago
কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?

কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?

4 hours ago
ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

5 hours ago
নক্ষত্ৰ সলনি কৰিব ৰঙা গ্ৰহ মঙ্গলে, মঙ্গলৰ নক্ষত্ৰ সলনিত প্ৰেম, ধন হাতলৈ আহিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

নক্ষত্ৰ সলনি কৰিব ৰঙা গ্ৰহ মঙ্গলে, মঙ্গলৰ নক্ষত্ৰ সলনিত প্ৰেম, ধন হাতলৈ আহিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

5 hours ago
বুধাদিত্য ৰাজযোগে সৌভাগ্য কঢ়িয়াই আনিছে, সমগ্ৰ এপ্ৰিল মাহজুৰি সুখবৰ লাভ কৰিব এই ৫ৰাশিয়ে

বুধাদিত্য ৰাজযোগে সৌভাগ্য কঢ়িয়াই আনিছে, সমগ্ৰ এপ্ৰিল মাহজুৰি সুখবৰ লাভ কৰিব এই ৫ৰাশিয়ে

6 hours ago
খাদ্য খোৱাৰ পাছত প্লেটতেই হাত ধুৱে? জীৱনত দুখ-দাৰিদ্ৰ মাতি আনিছে? কি কয় বাস্তুশাস্ত্ৰই?

খাদ্য খোৱাৰ পাছত প্লেটতেই হাত ধুৱে? জীৱনত দুখ-দাৰিদ্ৰ মাতি আনিছে? কি কয় বাস্তুশাস্ত্ৰই?

6 hours ago
মুখৰ দুৰ্গন্ধৰ বাবে কথা ক’বলৈকো লাজ পায়! মাউথফ্রেছনাৰৰ ওপৰত ভৰসা এৰক, খাদ্যভাষ সলনি কৰি খাদ্য তালিকাত ৰাখক এইকেইবিধ খাদ্য

মুখৰ দুৰ্গন্ধৰ বাবে কথা ক’বলৈকো লাজ পায়! মাউথফ্রেছনাৰৰ ওপৰত ভৰসা এৰক, খাদ্যভাষ সলনি কৰি খাদ্য তালিকাত ৰাখক এইকেইবিধ খাদ্য

7 hours ago
এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ

এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ

7 hours ago
এইকেইটা লক্ষণ আছে যদি বুজিব আপোনাৰ সংগী মানসিকভাৱে পৰিপক্ক নহয়, সম্পৰ্ক গঢ়াৰ পূৰ্বেই মন দিয়ক এইকেইটা দিশত

এইকেইটা লক্ষণ আছে যদি বুজিব আপোনাৰ সংগী মানসিকভাৱে পৰিপক্ক নহয়, সম্পৰ্ক গঢ়াৰ পূৰ্বেই মন দিয়ক এইকেইটা দিশত

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কোনে পাব কি মন্ত্ৰী পদ, চৰ্চিত তালিকাত অসমৰ এগৰাকীৰ নাম, উত্তৰ পূৱৰো আন ২গৰাকী

editor by editor
June 9, 2024
in ভাৰত, ৰাজনীতি, লেখা
0
কোনে পাব কি মন্ত্ৰী পদ, চৰ্চিত তালিকাত অসমৰ এগৰাকীৰ নাম, উত্তৰ পূৱৰো আন ২গৰাকী
0
SHARES
799
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কোনে পাব কি মন্ত্ৰী পদ, চৰ্চিত তালিকাত অসমৰ এগৰাকীৰ নাম, উত্তৰ পূৱৰো আন ২গৰাকী

আজি নৰেন্দ্ৰ মোডীয়ে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। শপত গ্ৰহণ কৰাৰ লগে লগে সৃষ্টি কৰিব ইতিহাসৰ। ইয়াৰ বাহিৰে আজিৰ শপত গ্ৰহণ অনুষ্ঠানত কোন কোন নেতাই পাব কেবিনেত মন্ত্ৰীৰ পদ। কেবিনেট তালিকাত উত্তৰ পূৱৰ তিনিগৰাকী লোকৰ নাম চৰ্চিত হৈছে। অসমৰো এগৰাকী লোকৰ নাম চৰ্চাত।

মোডী কেবিনেট ৩.০: মন্ত্ৰীসভাত কোন থাকিব… কি কি পদ পাব বিজেপিৰ মিত্ৰসকলে? আজি সন্ধিয়া নৰেন্দ্ৰ মোডীয়ে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ ওলাইছে যদিও বৰ্তমানলৈ কেবিনেটৰ মন্ত্ৰী পদ সম্পূৰ্ণ হোৱা নাই। অৱশ্যে ভিতৰুৱাকে সম্ভাৱ্য মন্ত্ৰীৰ তালিকা চূড়ান্ত কৰা হৈছে। কেৱল সদৰি কৰা হোৱা নাই।

বিজেপিৰ পাছত এন ডি এত সৰ্বাধিক আসন লাভ কৰা নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ দলৰ বাবে এই সূত্ৰৰ সিদ্ধান্ত লোৱা হৈছে। শনিবাৰেও মোডী ৩.০ চৰকাৰত অধিক আসন আৰু হাই-প্ৰফাইল পৰ্টফলিঅ’ লাভৰ বাবে মিত্ৰশক্তিৰ দাবীক লৈ আলোচনা অব্যাহত থাকে। কিন্তু বিজেপি নেতৃত্বই এন ডি এৰ অংশীদাৰসকলক আশ্বাস দিয়াৰ লগতে তেওঁলোকৰ দাবী ‘যুক্তিসংগত সীমা’লৈ হ্ৰাস কৰিবলৈ কোৱাৰ ইংগিত পোৱা গৈছিল। সহকৰ্মীসকলক কোৱা হৈছে যে অপূৰণীয় ইচ্ছাসমূহ পিছত উপযুক্ত সময়ত বিবেচনা কৰা হ’ব।

প্ৰতিবেদন অনুসৰি, কেবিনেট কমিটীৰ চাৰিটা মন্ত্ৰালয় – গৃহ, প্ৰতিৰক্ষা, বিত্ত আৰু বৈদেশিক পৰিক্ৰমা বিভাগ মিত্ৰশক্তিৰ দলক দিয়া নহ’ব বুলি সূত্ৰই প্ৰকাশ কৰিছে। শিক্ষা, সংসদীয় পৰিক্ৰমা, সাংস্কৃতিক আৰু তথ্য আৰু সম্প্ৰচাৰ বিভাগো বিজেপিয়ে নিজৰ লগত ৰখাৰ সম্ভাৱনা আছে। তদুপৰি লোকসভাৰ অধ্যক্ষৰ পদো বিজেপিয়ে নিজৰ হাতত ৰাখিবলৈ প্ৰয়াস কৰিব বুলি জানিব পৰা গৈছে।

মিত্ৰশক্তিৰ কথা ক’বলৈ গ’লে তেওঁলোকৰ ১২-১৫ জন মন্ত্ৰীৰ প্ৰতিনিধিত্ব থাকিব পাৰে আৰু শিৰোমণি আকালি দলৰ সৈতেও আলোচনা চলি আছে। টিডিপি (১৬ জন সাংসদ) আৰু জেডি-ইউ (১২)ক এই ক্ষেত্ৰত আগস্থান দিয়া হৈছে। শিৱসেনা (৭) আৰু এলজেপি (৫)ক মন্ত্ৰীসভাত স্থান দিয়াৰ সম্ভাৱনা।

এইবাৰ কেবিনেটত কেইবাখনো নতুন মুখে মন্ত্ৰী পদ পোৱাৰ সম্ভাৱনা। বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জিতন ৰাম মাঞ্জী, ৰাম মোহন নাইডু, ড০ চন্দ্ৰশেখৰ পেম্মাছানী, ৰাজীৱ ৰঞ্জন সিং ‘লল্লন’ , বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, সঞ্জয় ঝাক, চিৰাগ পাছৱোন আদি, অন্য হাতে মহিলা হিচাপে কংগনাৰ নামো এই ক্ষেত্ৰত হট ফেভাৰিট হিচাপে বিবেচিত হৈছে।

অসমৰ ফালৰ পৰা পূৰ্বৰ কেবিনেট মন্ত্ৰী ততা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাৰ নাম উল্লেখ আছে। ইয়াৰ বাহিৰে ত্ৰিপুৰাৰ বিপ্লৱ কুমাৰ দেৱ, চিকিমৰ কিৰণ ৰিজিজুৰ নাম চৰ্চিত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Cab9inet Ministrymodi cabinetNarendra Modi Cabinte
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Bank Holiday: একেলগে ৬ দিন বন্ধ থাকিব বেংক! জানক বন্ধৰ তালিকা
বাণিজ্য

Bank Holiday: একেলগে ৬ দিন বন্ধ থাকিব বেংক! জানক বন্ধৰ তালিকা

March 29, 2026
ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?
জীৱনশৈলী

ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?

March 29, 2026
কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?
জীৱনশৈলী

কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?

March 29, 2026
ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?
অসম

ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

March 29, 2026
Next Post
১৬ ফুট দীঘল অজগৰৰ খাদ্য হ’ল এগৰাকী মহিলা, পেট কাটিহে উলিয়ালে নিথৰ দেহ

১৬ ফুট দীঘল অজগৰৰ খাদ্য হ'ল এগৰাকী মহিলা, পেট কাটিহে উলিয়ালে নিথৰ দেহ

মোডী মন্ত্ৰীসভাৰ দুজন বিশেষভাৱে চৰ্চিত লোক, এগৰাকী ৫৭০০কোটিৰ মালিক, এজন আটাইতকৈ কম বয়সীয়া মন্ত্ৰী

মোডী মন্ত্ৰীসভাৰ দুজন বিশেষভাৱে চৰ্চিত লোক, এগৰাকী ৫৭০০কোটিৰ মালিক, এজন আটাইতকৈ কম বয়সীয়া মন্ত্ৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.