• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সমুদ্ৰৰ গভীৰলৈ গৈ কৃষ্ণৰ চহৰ চাই আহিল প্ৰধানমন্ত্ৰীয়ে! ৰাম নহ’ল, এইবাৰ কৃষ্ণৰ ৰাজনীতি আৰম্ভ নেকি?

সমুদ্ৰৰ গভীৰলৈ গৈ কৃষ্ণৰ চহৰ চাই আহিল প্ৰধানমন্ত্ৰীয়ে! ৰাম নহ’ল, এইবাৰ কৃষ্ণৰ ৰাজনীতি আৰম্ভ নেকি?

2 years ago
নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

10 minutes ago
গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

35 minutes ago
বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

1 hour ago
‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

2 hours ago
কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

3 hours ago
Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

4 hours ago
‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

4 hours ago
Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

5 hours ago
বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

5 hours ago
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

6 hours ago
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

7 hours ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সমুদ্ৰৰ গভীৰলৈ গৈ কৃষ্ণৰ চহৰ চাই আহিল প্ৰধানমন্ত্ৰীয়ে! ৰাম নহ’ল, এইবাৰ কৃষ্ণৰ ৰাজনীতি আৰম্ভ নেকি?

সমুদ্ৰৰ গভীৰলৈ গৈ কৃষ্ণৰ চহৰ চাই আহিল প্ৰধানমন্ত্ৰীয়ে! ৰাম নহ’ল, এইবাৰ কৃষ্ণৰ ৰাজনীতি আৰম্ভ নেকি?

editor by editor
August 28, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
সমুদ্ৰৰ গভীৰলৈ গৈ কৃষ্ণৰ চহৰ চাই আহিল প্ৰধানমন্ত্ৰীয়ে! ৰাম নহ’ল, এইবাৰ কৃষ্ণৰ ৰাজনীতি আৰম্ভ নেকি?
0
SHARES
331
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গুজৰাটৰ দ্বাৰকালৈ গৈ সমুদ্ৰৰ গভীৰতালৈ গৈ শ্ৰীকৃষ্ণৰ পুজা কৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ হিন্দু পুৰাণ মতে, আৰৱ সাগৰৰ তীৰত থকা দ্বাৰকা চহৰ এক সময়ত শ্ৰীকৃষ্ণৰ বাসস্থান আছিল৷ সেই চহৰতেই আছে দ্বাৰকাধীশ মন্দিৰ৷ দেওবাৰে তাত গৈ প্ৰাৰ্থনা কৰে মোদীয়ে৷ দ্বাৰকা চহৰত গৈ শ্ৰীকৃষ্ণক ভক্তি অৰ্পণ কৰি ঐশ্বৰিক অভিজ্ঞতা বুলি উল্লেখ কৰিছে মোদীয়ে৷ কৈছে, ‘আধ্যাত্মিক মহিমাৰ এক প্ৰাচীন যুগৰ সৈতে সংযোগ’ অনুভৱ কৰিছে৷

এক্স হেণ্ডেলত সমুদ্ৰৰ তলত পুজা কৰাৰ ছবি পোষ্ট কৰি প্ৰধানমন্ত্ৰীয়ে লিখিছে, ‘পানীৰ তলত ডুব যোৱা দ্বাৰকা চহৰত প্ৰাৰ্থনা কৰাটোও এক ঐশ্বৰিক অভিজ্ঞতা৷ মই আধ্যাত্মিক মহিমা আৰু ভক্তিৰ এক প্ৰাচীন যুগৰ সৈতে সংযোগ অনুভৱ কৰিছো৷ ভগবান শ্ৰীকৃষ্ণই আমাক সকলোকে আশীৰ্বাদ কৰক৷’ প্ৰধানমন্ত্ৰীয়ে ‘শ্ৰী কৃষ্ণৰ হেৰুওৱা চহৰ’ অন্বেষণ কৰিবলৈ যোৱাৰ ছবি বিগত দেওবাৰেই প্ৰকাশ কৰিছে৷ সেই ছবিসমূহত মোদীক গেৰুৱা বস্ত্ৰ পৰিধান কৰাৰ ওপৰিও হাতত ময়ূৰৰ পাখি হৈ আৰৱ সাগৰত ডুব দিয়া দেখা গৈছে৷ স্কুবা ডাইভিং কৰি দ্বাৰকা নগৰীৰ দৰ্শণ কৰিছে মোদীয়ে৷ নিৰাপত্তাৰ বাবে তেওঁৰ সৈতে আছিল স্কুবা প্ৰশিক্ষক৷ সমুদ্ৰৰ তলত পূজা কৰাৰ ছবিও ইনষ্টাগ্ৰাম আৰু টুইটাৰত শ্বেয়াৰ কৰিছে প্ৰধানমন্ত্ৰীয়ে৷ সমুদ্ৰৰ তলত পূজা কৰাৰ ওপৰিও ময়ূৰৰ পাখি শ্ৰীকৃষ্ণক অৰ্পণ কৰিছে মোদীয়ে৷ সেই পাখি সমুদ্ৰৰ তলত পুতি আহিছে মোদীয়ে৷

পুৰাণ অনুসৰি দ্বাৰকাৰ সৈতে ওতপ্ৰোতভাৱে যুক্ত আছিল শ্ৰীকৃষ্ণ৷ কংসক নিধন কৰাৰ পাছত দ্বাৰকালৈ গৈ বসতি পাতিছিল কৃষ্ণই৷ হিন্দু বিশ্বাস অনুসৰি কৃষ্ণই পৃথিৱীৰ পৰা বিদায় লোৱাৰ পাছত দ্বাৰকা চহৰক গ্ৰাস কৰে সমুদ্ৰই৷ দ্বাৰকা দৰ্শনৰ পাছত মোদীয়ে এখন সমাবেশত অংশ লয়৷ তাত ভাষণ দিয়াৰ সময়ত প্রধানমন্ত্ৰী মোদীয়ে কয়, ‘আদি মই সেই মুহূৰ্তক অনুভৱ কৰিছো যিয়ে মোৰ মনত চিৰকাল থাকি যাব৷ মই সমুদ্ৰৰ গভীৰলৈ গৈ প্ৰাচীন দ্বাৰকা চহৰ দৰ্শন কৰিছো৷ প্ৰত্নতাত্ত্বিকেও পানীৰ তলত থকা দ্বাৰকা চহৰ সম্পৰ্কে বহু তথ্য প্ৰদান কৰিছে৷ আমাৰ ধৰ্মগ্ৰন্থতো, দ্বাৰকা সম্পৰ্কে বহু তথ্য আছে৷ কোৱা হয়, এই চহৰত এক সুন্দৰ প্ৰৱেশদ্বাৰ আছিল৷ চহৰখনত আছিল ওখ ওখ ভৱন৷ ভগৱান কৃষ্ণই নিজেই এই চহৰৰ ডিজাইন কৰিছিল৷ সমুদ্ৰৰ গভীৰতাত গৈ মই ঈশ্বৰক অনুভৱ কৰিছো৷ দ্বাৰকাধীশক প্ৰণাম কৰিছো৷ মই লগত লৈ যোৱা ময়ূৰ পাখি তেওঁৰ দুভৰিত অৰ্পণ কৰি আহিছো৷ মই সকলোসময়তে দ্বাৰকা যোৱাৰ এক সপোন কঢ়িয়াইছিলো৷ সেই পবিত্ৰ ভূমি স্পৰ্শ কৰিব বিচাৰিছিলো৷ আজি মোৰ আৱেগ পৰিপূৰ্ণ৷ এক দশকৰ পুৰণি সেই সপোন পূৰণ হ’ল৷’

দ্বাৰকাধীশ মন্দিৰৰ পুজা কৰিবলৈ যোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে গুজৰাটৰ সুদৰ্শন সেতু উদ্বোধন কৰে৷ এয়া দেশৰ দীৰ্ঘতম কেবল সেতু৷ ২.৩২ কিঃমিঃ দীৰ্ঘ সেতুৱে উখা আৰু ভেট দ্বাৰকাক যুক্ত কৰিছে৷ চাৰি লেনৰ সেতুখন প্ৰায় ২৭.২০ মিটাৰ দীঘল৷ প্ৰতিটো লেনৰ সৈতে আছে প্ৰায় ২.২০ মিটাৰ বহল ফুটপাথ৷ সেতুৰ দুইফালে আছে শ্ৰীকৃষ্ণৰ প্ৰতিমূক্তি৷ ২০১৭ চনত এই সেতুৰ আধাৰশীলা স্থাপন কৰিছিল মোদীয়ে৷ সুদৰ্শন সেতু নিৰ্মাণত খৰচ হৈছিল ৯৭৯ কোটি টকা৷ সূত্ৰৰ খবৰ অনুসৰি এই সেতুৰ ওপৰত সৌৰবিদ্যুৎ পেনেলো বহুওৱা হৈছে৷ তাৰপৰা প্ৰতিদিনে ১ মেগাৱট সৌৰবিদ্যুৎ তৈয়াৰ হ’ব৷ গুজৰাট চৰকাৰে ইয়াৰ পূৰ্বে দ্বাৰকাৰ এখন বিশেষ ডুবাৰুজাহাজ পৰিসেয়া আৰম্ভ কৰাৰ কথাও ঘোষণা কৰিছিল৷ সেই ৰাজ্যৰ চৰকাৰে জনাইছে যে, ভক্তই যাতে প্ৰাচীন চহৰৰ ধ্বংসাৱশেষ পৰিদৰ্শণ কৰিবলৈ যাব পাৰে তাৰবাবে ডুবাৰুজাহাজ পৰিসেৱা আৰম্ভ কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ
অপৰাধ

নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

September 14, 2026
গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?
অসম

গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

September 14, 2026
বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?
অসম

বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

September 14, 2026
কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা
বিশ্ব

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

September 14, 2026
Next Post
১৮ ছেপ্টেম্বৰৰ পূৰ্বে চহকী হ’ব ৩টা ৰাশিৰ জাতক, তালিকাত আপুনি আছেনে?

১৮ ছেপ্টেম্বৰৰ পূৰ্বে চহকী হ’ব ৩টা ৰাশিৰ জাতক, তালিকাত আপুনি আছেনে?

এই দেশে বিবাহৰ বাবে দিছে ৩১ লাখ টকা! আঁৰৰ কাৰণ কি?

এই দেশে বিবাহৰ বাবে দিছে ৩১ লাখ টকা! আঁৰৰ কাৰণ কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.