• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বহু কেইখন দেশে প্ৰদান কৰিলে সৰ্বোচ্চ সন্মান, ১০ বছৰত লাভ কৰিছে বহুকেইটা আন্তঃৰাষ্ট্ৰীয় বঁটা

1 year ago
PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

9 minutes ago
সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

43 minutes ago
মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে!  শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

1 hour ago
প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

2 hours ago
কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

3 hours ago
শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

4 hours ago
এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

5 hours ago
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বহু কেইখন দেশে প্ৰদান কৰিলে সৰ্বোচ্চ সন্মান, ১০ বছৰত লাভ কৰিছে বহুকেইটা আন্তঃৰাষ্ট্ৰীয় বঁটা

editor by editor
December 23, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
বহু কেইখন দেশে প্ৰদান কৰিলে সৰ্বোচ্চ সন্মান, ১০ বছৰত লাভ কৰিছে বহুকেইটা আন্তঃৰাষ্ট্ৰীয় বঁটা
0
SHARES
292
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বহু কেইখন দেশে প্ৰদান কৰিলে সৰ্বোচ্চ সন্মান, ১০ বছৰত লাভ কৰিছে বহুকেইটা আন্তঃৰাষ্ট্ৰীয় বঁটা

সমগ্ৰ বিশ্বতে দিনে দিনে জনপ্ৰিয়তা বৃদ্ধি পাই গৈ আছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। যাৰ ফলতে মাথো ১০বছৰৰ ভিতৰতে মোদীয় লাভ কৰিলে বহু কেইটা আন্তঃৰাষ্ট্ৰীয় বঁটা। বহু কেইখন দেশে প্ৰদান কৰিলে সেই দেশখনৰ সৰ্বোচ্চ সন্মান।

২০১৬ চনত প্ৰধানমন্ত্ৰী মোদীক আফগানিস্তানৰ সৰ্বোচ্চ অসামৰিক সন্মান আমিৰ আমানুল্লাহ খান বঁটাৰে সন্মানিত কৰা হৈছিল।

একে বৰ্ষতে প্ৰধানমন্ত্ৰী মোদীক চৌদি আৰৱৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘কিং আব্দুল আজিজ চেছ’ সন্মানেৰে সন্মানিত কৰা হৈছিল।

ইজৰাইলৰ সৈতে যুদ্ধ কৰি থকা পেলেষ্টাইনেও ২০১৮ চনত প্ৰধানমন্ত্ৰী মোদীক গ্ৰেণ্ড কলাৰ অৱ দ্য ষ্টেট অৱ পেলেষ্টাইন বঁটাৰে সন্মানিত কৰিছে।

সংযুক্ত আৰব আমিৰশ্বাহীয়ে ২০১৯ চনত প্ৰধানমন্ত্ৰী মোডীক অৰ্ডাৰ অৱ জায়েদ বঁটাৰে সন্মানিত কৰিছে।

২০১৯ চনত মালদ্বীপে প্ৰধানমন্ত্ৰী মোদীক নিশান ইজ্জুদ্দিন বঁটাৰে সন্মানিত কৰিছিল। অৱশ্যে সেই সময়ত মহম্মদ মুইজু চৰকাৰ নাছিল।

২০১৯ চনত বাহৰেইনৰ দ্য কিং হামাদ অৰ্ডাৰ অৱ দ্য ৰেনেছাঁ বঁটাৰে সন্মানিত হৈছে প্ৰধানমন্ত্ৰী মোডীক।

২০১৯ চনত ৰাছিয়াৰ চেণ্ট এণ্ড্ৰু দ্য এপষ্টলৰ অৰ্ডাৰো লাভ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে।

২০২০ চনত আমেৰিকাই প্ৰধানমন্ত্ৰী মোডীক আমেৰিকাৰ সশস্ত্ৰ বাহিনী বঁটা আৰু লিজিয়ন অৱ মেৰিট বঁটাৰে সন্মানিত কৰিছে।

পালাউৰ আবাকাল বঁটাও ২০২৩ চনত প্ৰধানমন্ত্ৰী মোডীক প্ৰদান কৰা হৈছে।

২০২১ চনত প্ৰধানমন্ত্ৰী মোডীক ভূটানৰ সৰ্বোচ্চ সন্মান অৰ্ডাৰ অৱ দ্য ডুক গ্যালপোৰে সন্মানিত কৰা হয়।

২০২৪ বৰ্ষত লাভ কৰে কেইবাটাও সন্মান। গায়ানাৰ পৰা লাভ কৰে- ‘অৰ্ডাৰ অৱ এক্সেলেন্স’। ডমিনিকাৰ পৰা ‘ডমিনিকা এৱাৰ্ড অৱ অনাৰ’। নাইজেৰিয়াৰ পৰা গ্ৰেণ্ড কমাণ্ডাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য নাইজা। ৰাছিয়াৰ পৰা ‘অৰ্ডাৰ অৱ চেণ্ট এণ্ড্ৰু’। ভূটানৰ পৰা ৰ্ডাৰ অৱ দ্য ড্ৰুক গ্যালপো।

২০২৪ বৰ্ষৰ ২২ ডিচেম্বৰত কুৱেইটৰ পৰা লাভ কৰে দেশ খনৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অৱ মুবাৰক অল-কাবেৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian PMInternational Awardnarendra-modi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা
জীৱনশৈলী

March 31, 2026
কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে
জীৱনশৈলী

কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

March 31, 2026
শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?
জীৱনশৈলী

শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

March 31, 2026
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?
জীৱনশৈলী

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

March 31, 2026
Next Post
বছৰৰ শেষত সূৰ্যৰ গোচৰ, ধন সুখ লাভৰ যোগ চলিছে এই ৩ৰাশিৰ জাতক-জাতিকাৰ

কাম কৰি ধন ঘটাৰ কি প্ৰয়োজন, বিয়া কৰাইয়ে কোটিপতি যুৱতী! ‘লুটেৰি দুল্হন’ আখ্যা পোৱা যুৱতীয় কু-কীৰ্তি জানিলে চকু কঁপালত উঠিব আপোনাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন