• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাম কৰি ধন ঘটাৰ কি প্ৰয়োজন, বিয়া কৰাইয়ে কোটিপতি যুৱতী! ‘লুটেৰি দুল্হন’ আখ্যা পোৱা যুৱতীয় কু-কীৰ্তি জানিলে চকু কঁপালত উঠিব আপোনাৰ

কাম কৰি ধন ঘটাৰ কি প্ৰয়োজন, বিয়া কৰাইয়ে কোটিপতি যুৱতী! ‘লুটেৰি দুল্হন’ আখ্যা পোৱা যুৱতীয় কু-কীৰ্তি জানিলে চকু কঁপালত উঠিব আপোনাৰ

2 years ago
ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

3 minutes ago
ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

36 minutes ago
মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

1 hour ago
নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

2 hours ago
গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

3 hours ago
বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

3 hours ago
‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

4 hours ago
কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

5 hours ago
Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

6 hours ago
‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

6 hours ago
Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

7 hours ago
বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাম কৰি ধন ঘটাৰ কি প্ৰয়োজন, বিয়া কৰাইয়ে কোটিপতি যুৱতী! ‘লুটেৰি দুল্হন’ আখ্যা পোৱা যুৱতীয় কু-কীৰ্তি জানিলে চকু কঁপালত উঠিব আপোনাৰ

কাম কৰি ধন ঘটাৰ কি প্ৰয়োজন, বিয়া কৰাইয়ে কোটিপতি যুৱতী! ‘লুটেৰি দুল্হন’ আখ্যা পোৱা যুৱতীয় কু-কীৰ্তি জানিলে চকু কঁপালত উঠিব আপোনাৰ

editor by editor
December 23, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
কাম কৰি ধন ঘটাৰ কি প্ৰয়োজন, বিয়া কৰাইয়ে কোটিপতি যুৱতী! ‘লুটেৰি দুল্হন’ আখ্যা পোৱা যুৱতীয় কু-কীৰ্তি জানিলে চকু কঁপালত উঠিব আপোনাৰ
0
SHARES
628
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চিনেমা চিনেমা লগা এক সঁচা কাহিনী৷ তৰুণীৰ সপোন কোটিপতি হ’ব৷ কেনে লাগে কোটিপতি হোৱাৰ অনুভৱ পাবলৈকে অহোপুৰুষাৰ্থ৷ অৱশ্যে নিজাকৈ প্ৰতিষ্ঠিত হৈ কোটিপতি হ’ব তেনে অধ্যবসায় কৰা নাছিল তৰুণীয়ে৷ কোটিপতি হ’বৰ বাবে তেওঁ বাচি ল’লে বিশেষ পন্থা৷ বিবাহেই এনে এক সহজ পন্থা যাৰ জৰিয়তে কোনো কষ্ট নকৰাকৈয়ে কোটিপতি হ’ব পাৰি বুলি তেওঁৰ মনত এক ধাৰণাৰ সৃষ্টি হয়৷ ধাৰণা কৰাধৰণেই হাতে কামে নামিও পৰে তেওঁ৷ তাৰবাবে তৰুণীয়ে সন্ধান কৰিবলৈ ধৰিছে কোটিপতি যুৱকৰ৷ কোটিপতি যেন লগা পাত্ৰ দেখিলেই তেওঁ মেট্ৰিমনি চাইটত গৈ যুৱকক বিবাহৰ প্ৰস্তাৱ দিবলৈ ধৰিছে৷ শেষত আশা কৰাধৰণেই তেওঁৰ জালত পৰিল কোটিপতি যুৱকো৷

এনেকৈ এখন দুখলকৈ কেইবাখনো বিবাহ কৰাই তেওঁ এতিয়া কোটিপতি৷ সৰ্বভাৰতীয় সূত্ৰৰ খবৰ অনুসৰি এই ধৃত যুৱতীৰ নাম সীমা৷ আৰক্ষীয়ে জনাইছে যে এই ধৃত যুৱতী উত্তৰাখণ্ডৰ বাসিন্দা৷ ২০১৩ চনত আগ্ৰাৰ এগৰাকী নামী ব্যৱসায়ীক বিয়া কৰাইছিল সীমাই৷ কিছুদিন সংসাৰ কৰাৰ পাছত ব্যৱসায়ী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে গোচৰ কৰে৷ শেষত ক্ষতিপূৰণ হিচাপে তেওঁ ৭৫লাখ টকা লৈ বিচ্ছেদ লয়৷

২০১৭ চনত গুৰুগ্ৰামৰ এগৰাকী ছফ্টৱেৰ ইঞ্জিনিয়াৰৰ সৈতে দ্বিতীয়বাৰ বিবাহবন্ধনত আৱদ্ধ হৈছিল তেওঁ৷ তাতো কিছুদিন থকাৰ পাছত বিবাহ বিচ্ছেদৰ বাবে গোচৰ ৰুজু কৰে৷ তাতো তেওঁ ১০লাখ টকা ক্ষতিপূৰণ লয়৷ ইয়াৰপাছেই ২০২৩ চনত আকৌ জয়পুৰৰ এগৰাকী ব্যৱসায়ীৰ সৈতে তৃতীয়বাৰ বিবাহত আৱদ্ধ হয়৷ এই বিবাহত অৱশ্যে তেওঁ কোনো বিবাহবিচ্ছেদৰ গোচৰ ৰুজু কৰা নাছিল৷ বৰং সুখী দাম্পত্যৰ অভিনয় কৰি হঠাৎ এদিন সোণৰ গহনা আৰ ৩৬লাখ টকাৰ সোণ চুৰি কৰি পলাই যায়৷ এই পৰিয়ালৰ তৰফৰ পৰা দিয়া অভিযোগ অনুসৰি সীমাক অৱশেষত গ্ৰেপ্তাৰ কৰিছে জয়পুৰ আৰক্ষীয়ে৷

আৰক্ষীয়ে জনাইছে যে মেট্ৰিমনি চাইটত চাই চাই পাত্ৰক টাৰ্গেট কৰে তেওঁ৷ বিশেষকৈ ডিভোৰ্ছ হোৱা পুৰুষ, স্ত্ৰীৰ মৃত্যু হোৱা পুৰুষ আৰু ধনী পাত্ৰক তেওঁ টাৰ্গেট কৰে৷ ভিন্ন ৰাজ্যত গৈ বিবাহত সোমাই সম্পত্তি লৈ ডিভোৰ্ছ দিয়াটোৱেই পেছা তেওঁৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য
ভাৰত

ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

September 14, 2026
মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ
অসম

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

September 14, 2026
নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ
অপৰাধ

নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

September 14, 2026
গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?
অসম

গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

September 14, 2026
Next Post
আৰ্থিক দুৰ্দশাত ভূগিছে ছানী লিয়নী! লৈছে চৰকাৰী ভাট্টা, প্ৰতি মাহে বেংকত সোমাইছে ১ হাজাৰকৈ টকা

আৰ্থিক দুৰ্দশাত ভূগিছে ছানী লিয়নী! লৈছে চৰকাৰী ভাট্টা, প্ৰতি মাহে বেংকত সোমাইছে ১ হাজাৰকৈ টকা

বেংকৰ SMS এলাৰ্ট এক্টিভেট আছে? এতিয়াৰে পৰা মেছেজ সোমালেই দিব লাগিব ধন, জানক কেনেকৈ ডি-এক্টিভ কৰিব এই এলাৰ্ট?

বেংকৰ SMS এলাৰ্ট এক্টিভেট আছে? এতিয়াৰে পৰা মেছেজ সোমালেই দিব লাগিব ধন, জানক কেনেকৈ ডি-এক্টিভ কৰিব এই এলাৰ্ট?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.