• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আৰ্থিক দুৰ্দশাত ভূগিছে ছানী লিয়নী! লৈছে চৰকাৰী ভাট্টা, প্ৰতি মাহে বেংকত সোমাইছে ১ হাজাৰকৈ টকা

আৰ্থিক দুৰ্দশাত ভূগিছে ছানী লিয়নী! লৈছে চৰকাৰী ভাট্টা, প্ৰতি মাহে বেংকত সোমাইছে ১ হাজাৰকৈ টকা

2 years ago
৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

21 minutes ago
ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

44 minutes ago
ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

1 hour ago
মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

2 hours ago
নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

3 hours ago
গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

3 hours ago
বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

4 hours ago
‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

5 hours ago
কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

6 hours ago
Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

7 hours ago
‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

7 hours ago
Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আৰ্থিক দুৰ্দশাত ভূগিছে ছানী লিয়নী! লৈছে চৰকাৰী ভাট্টা, প্ৰতি মাহে বেংকত সোমাইছে ১ হাজাৰকৈ টকা

আৰ্থিক দুৰ্দশাত ভূগিছে ছানী লিয়নী! লৈছে চৰকাৰী ভাট্টা, প্ৰতি মাহে বেংকত সোমাইছে ১ হাজাৰকৈ টকা

editor by editor
December 23, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত
0
আৰ্থিক দুৰ্দশাত ভূগিছে ছানী লিয়নী! লৈছে চৰকাৰী ভাট্টা, প্ৰতি মাহে বেংকত সোমাইছে ১ হাজাৰকৈ টকা
0
SHARES
314
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহিলাসকলৰ বাবে আৰম্ভ হোৱা প্ৰকল্পৰ ভাট্টা পাইছে এইবাৰ ছানি লিয়নীয়েও৷ প্ৰতি মাহে তেওঁৰ বেংক একাউণ্টত সোমাইছে এক হাজাৰ টকা৷ এই খবৰ ভাইৰেল হোৱাৰ পাছতেই আচৰিত সকলো৷ সঁচাকৈয়ে আৰ্থিক সংকটত পৰিছে নেকি ছানি?

২০২৪ চনৰ মাৰ্চত মহিলাসকলৰ বিকাশৰ উদ্দেশ্যে ছত্তীছগড়ত আৰম্ভ হৈছে মহতৰী বন্ধন যোজনা৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই প্ৰকল্পৰ সূচনা কৰে৷ এই প্ৰকল্পত বিবাহিত মহিলাসকলে প্ৰতি মাহে ভাট্টাৰ বাবদ ১হাজাৰকৈ টকা চৰকাৰে দিব৷ বেংক একাউণ্টত সেই টকা প্ৰদান কৰা হয়৷ ছত্তিছগড়ত এই প্ৰকল্পৰ অৰ্থপ্ৰাপকসকলৰ তালিকাত দেখা গৈছে যে প্ৰতি মাহে ভাট্টাৰ বাবদ ১হাজাৰকৈ টকা লাভ কৰিছে ছানি লিয়নীয়েও৷

ছত্তীছগড়ৰ বাস্তাৰ জিলাৰ তালুৰ গাওঁত এই প্ৰতাৰণা হৈছে৷ তদন্তত বীৰেন্দ্ৰ যোশী নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে৷ তেওঁক কৰা জেৰাত জনা গৈছে যে এই প্ৰকল্পত নথিভুক্তিৰ সময়ত তেওঁ ছানিৰ নামত এটা একাউণ্ট খুলিছিল৷ বীৰেন্দ্ৰই এই ধন ইমানদিনে ছানিৰ নামত লৈ আহিছিল৷

২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগ জুৰি আৰম্ভ হৈছিল লক্ষ্মী ভাণ্ডাৰ প্ৰকল্প৷ মহিলাসকলৰ বাবে তৈয়াৰ কৰা এই প্ৰকল্পত প্ৰতি মাহে ৫০০ টকা ভাট্টা দিছে ৰাজ্য চৰকাৰে৷ টকাৰ পৰিমাণ বঢ়াই দিয়া হৈছে ১০০০ লৈকে৷ মমতা বেনাৰ্জীৰ এই প্ৰকল্পৰ পাছতেই এই কাম অনুসৰণ কৰিছে বহু ৰাজ্যই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি
ভাৰত

৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

September 14, 2026
ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য
ভাৰত

ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

September 14, 2026
মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ
অসম

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

September 14, 2026
নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ
অপৰাধ

নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

September 14, 2026
Next Post
বেংকৰ SMS এলাৰ্ট এক্টিভেট আছে? এতিয়াৰে পৰা মেছেজ সোমালেই দিব লাগিব ধন, জানক কেনেকৈ ডি-এক্টিভ কৰিব এই এলাৰ্ট?

বেংকৰ SMS এলাৰ্ট এক্টিভেট আছে? এতিয়াৰে পৰা মেছেজ সোমালেই দিব লাগিব ধন, জানক কেনেকৈ ডি-এক্টিভ কৰিব এই এলাৰ্ট?

ক্ষমতা হাতত নাই, ৰসাতলে সংসাৰো! পত্নীয়েও লগ এৰিলে ছিৰিয়াৰ পলাতক প্ৰেছিডেণ্টৰ, কিয় মুক্তি বিচাৰিছে পত্নী আছামাই?

ক্ষমতা হাতত নাই, ৰসাতলে সংসাৰো! পত্নীয়েও লগ এৰিলে ছিৰিয়াৰ পলাতক প্ৰেছিডেণ্টৰ, কিয় মুক্তি বিচাৰিছে পত্নী আছামাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.