• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সৰস্বতী পূজাৰ দিনাই মোদীৰ হাতেৰে উদ্বোধন হ’ব মুছলমান দেশৰ প্ৰথমটো বৃহৎ হিন্দু মন্দিৰ, চাওক মন্দিৰৰ কেইখনমান বিশেষ ফটো

সৰস্বতী পূজাৰ দিনাই মোদীৰ হাতেৰে উদ্বোধন হ’ব মুছলমান দেশৰ প্ৰথমটো বৃহৎ হিন্দু মন্দিৰ, চাওক মন্দিৰৰ কেইখনমান বিশেষ ফটো

2 years ago
উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

1 hour ago
SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

2 hours ago
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

2 hours ago
২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

2 hours ago
এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

3 hours ago
পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

4 hours ago
বিহাৰৰ এক প্ৰাইভেট মেডিকেলৰ নাৰ্চৰ ইউনিফৰ্ম দেখি হতবাক দেশবাসী, সঁচাকৈয়ে এয়া নাৰ্চৰ ইউনিফৰ্ম নে?

বিহাৰৰ এক প্ৰাইভেট মেডিকেলৰ নাৰ্চৰ ইউনিফৰ্ম দেখি হতবাক দেশবাসী, সঁচাকৈয়ে এয়া নাৰ্চৰ ইউনিফৰ্ম নে?

4 hours ago
‘হট বেডিং’, বিছনাৰ এটা কাষ ভাড়া দিয়েই লাখপতি এগৰাকী যুৱতী, ক’ত কেনেকৈ কোনে আৰম্ভ কৰিছে ‘হট বেডিং’?

‘হট বেডিং’, বিছনাৰ এটা কাষ ভাড়া দিয়েই লাখপতি এগৰাকী যুৱতী, ক’ত কেনেকৈ কোনে আৰম্ভ কৰিছে ‘হট বেডিং’?

4 hours ago
পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

5 hours ago
বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?

বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?

6 hours ago
শিশু জন্ম হ’লেই লগে লগে DNA টেষ্ট বাধ্যতামূলক, ক’ত আৰম্ভ হৈছে এই নিয়ম? কিয় ইমান জৰুৰী জিনৰ পৰীক্ষা?

শিশু জন্ম হ’লেই লগে লগে DNA টেষ্ট বাধ্যতামূলক, ক’ত আৰম্ভ হৈছে এই নিয়ম? কিয় ইমান জৰুৰী জিনৰ পৰীক্ষা?

6 hours ago
বিমান দুৰ্ঘটনাতো মৃত্যু নহ’ল, ৭বাৰকৈ যমৰ দুৱাৰৰ পৰা ওভতি অহা বিশ্বৰ আটাইতকৈ লাকী ব্যক্তিয়ে জয় কৰিছিল ৫ কোটি লটাৰীও, কোন এই ব্যক্তি?

বিমান দুৰ্ঘটনাতো মৃত্যু নহ’ল, ৭বাৰকৈ যমৰ দুৱাৰৰ পৰা ওভতি অহা বিশ্বৰ আটাইতকৈ লাকী ব্যক্তিয়ে জয় কৰিছিল ৫ কোটি লটাৰীও, কোন এই ব্যক্তি?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

সৰস্বতী পূজাৰ দিনাই মোদীৰ হাতেৰে উদ্বোধন হ’ব মুছলমান দেশৰ প্ৰথমটো বৃহৎ হিন্দু মন্দিৰ, চাওক মন্দিৰৰ কেইখনমান বিশেষ ফটো

editor by editor
February 5, 2024
in বিশ্ব, ভাৰত, লেখা
0
সৰস্বতী পূজাৰ দিনাই মোদীৰ হাতেৰে উদ্বোধন হ’ব মুছলমান দেশৰ প্ৰথমটো বৃহৎ হিন্দু মন্দিৰ, চাওক মন্দিৰৰ কেইখনমান বিশেষ ফটো
0
SHARES
687
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পাছতেই এইবাৰ আবু ধাবিত নিৰ্মাণ কৰি উলিওৱা হৈছে বিশাল হিন্দু মন্দিৰ। আগন্তুক ১৪ফেব্ৰুৱাৰীত এই মন্দিৰৰ উদ্বোধন কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইতিমধ্যে মন্দিৰৰ কিছু ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। সংযুক্ত আৰৱ আমিৰশ্বাহীৰ আবু ধাবিত মৰুভূমিৰ এক বিশেষ এলেকাত নিৰ্মাণ কৰি উলিওৱা হৈছে সুবিশাল হিন্দু মন্দিৰটো। ১৪ ফেব্ৰুৱাৰীত এই মন্দিৰ উদ্বোধনৰ পূৰ্বে চলি আছে ফিনিছিং টাচ্ছৰ কাম। চূড়ান্ত মুহূৰ্তৰ প্ৰস্তুতি এতিয়া তুংগত। ১৩ ফেব্ৰুৱাৰীত আবু ধাবিত শ্বেখ জায়েদ ষ্টেডিয়ামত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰৱাসী ভাৰতীয়সকলে আয়োজন কৰা এক অনুষ্ঠানত যোগদান কৰিব। পশ্চিম এছিয়াৰ বিশেষ শিলেৰে নিৰ্মাণ কৰা হৈছে এই BAPS স্বামী নাৰায়ণ মন্দিৰ। এই মন্দিৰটো নিৰ্মাণত মুঠ খৰচ হৈছে ৭০০ কোটি টকা। অত্যন্ত সুক্ষ্ম কাৰুকাৰ্য কৰা হৈছে এই মন্দিৰত। ইতিমধ্যে মন্দিৰৰ একাধিক ছবি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। সুবিশাল এই মন্দিৰৰ ৰূপ দেখি মুগ্ধ হৈ পৰিছে প্ৰতিজন হিন্দুৱে।

https://x.com/IndembAbuDhabi/status/1752176884815704229?s=20

৩ বছৰ ধৰি এই মন্দিৰৰ নিৰ্মাণৰ কাম অব্যাহত আছে। প্ৰায় ১৮লাখ ইটাৰে তৈয়াৰ কৰা হৈছে স্বামী নাৰায়ণ মন্দিৰ। সাতটা চূড়া বিশিষ্ট এই স্বামী নাৰায়ণ মন্দিৰ নিৰ্মাণ হৈছে ২৭একৰ মাটিৰ ওপৰত। ৰাজস্থান আৰু গুজৰাটৰ পৰা কাৰিগৰসকলক আনি আবু ধাবিত এই নিৰ্মাণৰ কাম চলোৱা হৈছে। মন্দিৰৰ বাবে মাৰ্বল পাথৰ অনা হৈছে ইটালিৰ পৰা। স্বামী নাৰায়ণ মন্দিৰৰ মজিয়া ঠাণ্ডা হৈ থাকিবৰ বাবে বিশেষ পদাৰ্থ ব্যৱহাৰ কৰা হৈছে।

আবু ধাবিত তৈয়াৰ কৰা এই হিন্দু মন্দিৰ এছিয়াৰ ভিতৰত সকলোতকৈ ডাঙৰ মন্দিৰ। মুঠ ১৮ লাখ ইটাৰ ব্যৱহাৰ কৰা হৈছে এই মন্দিৰত। মুঠ ৩ বছৰ সময় লাগিছে এই মন্দিৰ নিৰ্মাণত। দু’হাজাৰ কাৰিগৰৰ অক্লান্ত পৰিশ্ৰমত এই মন্দিৰ সম্পূৰ্ণ হৈ উঠিছে। সৰস্বতী পূজাৰ দিনাই মহা ধুমধামেৰে এই মন্দিৰ উদঘাটন কৰা হ’ব। ইয়াৰ পূৰ্বে দেওবাৰে ভাৰতীয় ৰাষ্ট্ৰদূত সঞ্জয় সুধীৰৰ উদ্যোগত বিশ্বৰ বিভিন্ন দেশৰ কূটনীতিবিদসকলে এই মন্দিৰ পৰিদৰ্শন কৰিব। কানাডা, বাংলাদেশ, বাহাৰিন, আৰ্জেণ্টিনা, জাৰ্মানী, নেদাৰলেণ্ডসহ ৪২ দেশৰ প্ৰতিনিধিয়ে মন্দিৰৰ শৈল্পিক কাৰুকাৰ্য চাবলৈ সেই স্থানত উপস্থিত হ’ব। BAPS হিন্দু মন্দিৰৰ মূল লক্ষ্য হৈছে, পৃথিৱীত সকলো ধৰ্মৰ মানুহৰ মাজত সম্প্ৰীতি বজাই ৰখা। এই মন্দিৰ শান্তিৰ প্ৰতীক হৈ থাকিব। সংযুক্ত আৰৱ আমিৰশ্বাহী আৰু ভাৰতৰ মাজত সম্পৰ্ক দৃঢ় আৰু অটুত কৰা। BAPSৰ স্বামী নাৰায়ণ সংস্থাৰ আন্তৰ্জাতিক বিষয় সংক্ৰান্তীয় প্ৰধান অধিকাৰী হৈছে স্বামী ব্ৰহ্মবিহাৰী দাস।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24best news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?
জীৱনশৈলী

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

March 27, 2026
২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ
জীৱনশৈলী

২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

March 27, 2026
এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন
জীৱনশৈলী

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

March 27, 2026
পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…
জীৱনশৈলী

পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

March 27, 2026
Next Post
এদিনৰ ইনকামেই শ শ কোটি! মাৰ্ক জুকাৰবাৰ্গৰ এদিনৰ উপাৰ্জনে চকু কঁপালত তুলিছে বিশ্বৰ সকলো উদ্যোগীৰ

এদিনৰ ইনকামেই শ শ কোটি! মাৰ্ক জুকাৰবাৰ্গৰ এদিনৰ উপাৰ্জনে চকু কঁপালত তুলিছে বিশ্বৰ সকলো উদ্যোগীৰ

ধোঁৱাই ছানি ধৰিছে চিলিৰ আকাশ! ৬৪ হাজাৰ একৰ ভূমিত এতিয়া কেৱল শূণ্যতা

ধোঁৱাই ছানি ধৰিছে চিলিৰ আকাশ! ৬৪ হাজাৰ একৰ ভূমিত এতিয়া কেৱল শূণ্যতা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.