মানিলে ধান, নামানিলে পতান, বা-মাৰলীত উৰি গ’ল পতান ধান। ধান খোৱা মুৰ্গী ক’ত পলাই সাৰিব। মুৰ্গীটোক এদিন ডিঙি মোচৰিয়াই মাৰিব। আৰক্ষী বিষয়াই আটক কৰিলে আৰক্ষী বিষয়াক।